Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Raijor Dal Pressmeet:কন্ট্ৰেক্ট ফাৰ্মিঙৰ জৰিয়তে ৰাজ্যত অবাধ লুণ্ঠন বহিৰাগত কোম্পানীৰ

এইবাৰ গাহৰি পালকক সৰ্বস্বান্ত কৰি গ্ৰাম্য অৰ্থনীতি ধ্বংসৰ যো জা চৰকাৰৰ : দেবাংগ সৌৰভ গগৈ

publisher by publisher
January 28, 2025
in Assam, India, News
Reading Time: 4 mins read
0
Raijor Dal Pressmeet:কন্ট্ৰেক্ট ফাৰ্মিঙৰ জৰিয়তে ৰাজ্যত অবাধ লুণ্ঠন বহিৰাগত কোম্পানীৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Raijor Dal Pressmeet:

যোৱা ২২ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে থাইলেণ্ডৰ বৃহৎ পুঁজিপতি গোষ্ঠী চি পি গ্ৰুপৰ সৈতে আলোচনা কৰি অসমত গাহৰি আৰু কুকুৰা পালনৰ ব্যৱসায়ত বিনিয়োগ কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে।
আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সম্পাদক দেবাংগ সৌৰভ গগৈ, মেডিয়া পেনেলিষ্ট সোণেশ্বৰ পাটোৱাৰী আৰু জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰাই অসমৰ থলুৱা মানুহৰ এই ব্যৱসায়টো বিজেপি চৰকাৰে বহুজাতিক কোম্পানীৰ হাতত গতাই দি অসমৰ থলুৱা পালক সকলক বিনা বেতনৰ বনুৱা কৰিব খোজা ঘটনাৰ বিৰোধিতা কৰিছে।

ADVERTISEMENT

সম্পাদক গগৈয়ে কয় যে বিগত সময়ছোৱাত সদৌ অসম গাহৰি পালক সন্থাকে ধৰি অসমৰ সৰু সৰু গাহৰি পালক সকলৰ সৈতে গাঁৱে ভূঞে সাক্ষাৎ কৰি আমি অনুভৱ কৰিছোঁ যে অসমৰ ১০ লাখ গাহৰি পালকে বিভিন্ন সমস্যাৰ মাজেৰে যুদ্ধ কৰি কোনোমতে তেওঁলোকৰ ব্যৱসায় আগুৱাই নি আজি এটা পৰ্যায়ত উপনীত হৈছে।

এফালে আফ্ৰিকান চুৱাইন ফিভাৰৰ ধ্বংসলীলা আৰু বহি:ৰাজ্য যেনে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানৰ পৰা বৈধ অবৈধ ভাৱে কিছুমান ডাঙৰ ডাঙৰ দালালৰ পৃষ্ঠপোষকতাত গাহৰি আনি বজাৰ ভৰাই পেলোৱাৰ ফলত থলুৱা গাহৰি পালক সকলে বজাৰ দখলৰ বাবে যঠেষ্ট কষ্ট কৰিব লগীয়া হৈছে।

তেওঁ উল্লেখ কৰে যি সময়ত অসমৰ গাহৰি পালক সকলে গাহৰি পালনৰ ক্ষেত্ৰত In Breeding ৰ সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি বহি:ৰাষ্ট্ৰৰ পৰা উন্নত সঁচ আনি অসমৰ গাহৰিৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছিল, সেই সময়ত কিন্তু দেখা গ’ল উন্নত সঁচৰ পৰিৱৰ্তে বহি:ৰাষ্ট্ৰৰ কোম্পানী আনি তেওঁলোকৰ জৰিয়তে বিনিয়োগ কৰাই গোটেই সম্ভাৱনাময় উদ্যোগটোকে বহিৰাগত পুঁজিপতিক গতাই দিব বিচৰা হৈছে ।

তেওঁ কয় আজি অসমৰ গাহৰি পালক সকলক কম মূল্যত দানাৰ প্ৰয়োজন আছিল। তাৰ বাবে চৰকাৰে চয়া, মাকৈ আদি খেতিত খেতিয়ক তথা থলুৱা উদ্যোগী সকলক উৎসাহিত কৰি দানা উৎপাদন কৰাই পালক সকলক যোগান ধৰিব পাৰিলেহেঁতেন। ফলস্বৰূপে অসমত গাহৰি উৎপাদনৰ ক্ষেত্ৰত ভাৰ্টিকেল ইন্টিগ্ৰেছন ( Vertical Integration) সম্ভৱ হৈ উঠিলেহেতেন। ৰেহাই মূল্যত দৰবৰ যোগান ধৰিব পাৰিলেহেঁতেন। যাৰ ফলত থলুৱা পালক সকলৰ লাভ বৃদ্ধি পোৱাৰ লগতে গ্ৰাহক সকলৰ বাবেও গাহৰি মাংসৰ বজাৰ মূল্য কমি আহিলহেঁতেন।

গগৈয়ে কয় আজি গাহৰি পালক সকলে বেংকত সহজে লোন নাপায়, কাৰণ গাহৰিৰ ক্ষেত্ৰত বীমাৰ ব্যৱস্থা নাপায়। চৰকাৰে যদি বীমাৰ ব্যৱস্থা কৰিলেহেঁতেন হয়তো এটা, দুটা গাহৰি পোহা পালক সকলেও পেছাদাৰী ভাৱে গাহৰি পালক হৈ নিজৰ লগতে ৰাজ্যখনৰ, দেশৰ GDP বৃদ্ধিত বৰঙণি যোগাব পাৰিলেহেঁতেন।

সম্পাদক গগৈয়ে চি পি গ্ৰুপ নামৰ এই বহুজাতিক কোম্পানীটোৱে কেনেদৰে অসমৰ থলুৱা কৃষকক সৰ্বস্বান্ত কৰি সমগ্ৰ বজাৰ দখল কৰি বজাৰ মূল্য নিৰ্ধাৰণ কৰিব তাৰ এটা বিশ্লেষণ আমি দাঙি ধৰে।

ব্ৰইলাৰ কুকুৰাৰ কন্ট্ৰেক্ট ফাৰ্মিঙৰ ১৫০০ টা ব্ৰইলাৰ পুহিব পৰা এখন ফাৰ্মৰ উদাহৰণ দি তেওঁ আয়-ব্যয়ৰ তালিকা দেখুৱাই কয় যে এজন ব্ৰইলাৰ পালকে সঁচা অৰ্থত মাহৰ শেষত আঠ হাজাৰতকৈও অধিক টকা লোকচানহে কৰিব লগা হয়। ১৫০০ ব্ৰইলাৰ ৰখা ঘৰটো তৈয়াৰ কৰা, পানীৰ ব্যৱস্থা কৰা বিদ্যুতৰ ব্যৱস্থা কৰাৰ পৰা ফাৰ্ম খন সাজু হৈ উঠালৈ প্ৰায় তিনি লাখ সাত সত্তৰ হাজাৰ পাঁচশ টকা খৰছ হয়। ৪০ / ৪৫ দিন ব্ৰইলাৰ পুহিব লাগিব। ভুছিৰ পৰা আদি কৰি প্ৰতি মাহত ব্যয় হয় ২২,২৭৫ টকা। ফিক্সড এছেটৰ ক্ষেত্ৰত অৱক্ষয় প্ৰায় ১০,৪৮৬ টকা।

সৰ্বমুঠ মাহিলী খৰছ ৩২,৭৬১ টকা। কিন্তু ইমান খৰছৰ পিছতো ব্ৰইলাৰ অতি ভাল ধৰণে উৎপাদন কৰিলে তেওঁলোকে পায় প্ৰতি কেজিত ৮.৫০ টকা, যিটোৰ সম্ভাৱনা অতি কম। তেওঁ দেখুৱাই যে এনেদৰে এজৰ কন্ট্ৰেক্ট ফাৰ্মাৰে প্ৰতিমাহে ৮,৬৫৫ টকাৰ লোকচান কৰে।

তেওঁ কয় যে নিজৰ মাটিত নিজৰ টকাৰে উৎপাদন কৰিও, নিজে কষ্ট কৰিও, নিজে লোকচান কৰিও কোম্পানীৰ বহতীয়া হৈ থাকিব লগীয়া হৈছে অসমৰ ব্ৰইলাৰ পালক। অথচ সেইখিনি ব্ৰইলাৰকে বিক্ৰী কৰি কোম্পানীয়ে চাৰিওফালৰ পৰা লাভ কৰি আছে। তেওঁলোকে পোৱালীও বেচিছে, দানাও বেচিছে, দৰবো বেচিছে।

তেওঁ কয় একেটা ঘটনাই হ’বলৈ ওলাইছে গাহৰি পালকৰ সৈতে । সেয়ে আমি ৰাইজৰ দলে এনে অসমক অৰ্থনৈতিক ভাৱে ধ্বংস কৰিব বিচৰা এই ষড়যন্ত্ৰৰ পৰা চৰকাৰক আতৰি আহিবলৈ দাবী জনাইছে । লগতে তেওঁ চৰকাৰক গাহৰি আৰু কুকুৰা পালক সকলৰ বাবে কেইবাটাও দাবী উত্থাপন কৰে-

১) গাহৰি পালক সকলৰ সহায় হোৱাকৈ বহিঃৰাষ্ট্ৰৰ পৰা উন্নত সঁচৰ ব্যৱস্থা কৰি বিজ্ঞানসন্মত পদ্ধতিৰে যোগানৰ ব্যৱস্থা কৰক যাতে গাহৰি পালক সকলে পুনৰ কম দিনৰ ভিতৰতে In breeding ৰ সমস্যাত ভুগিব নালাগে।

২) গাহৰি পালক সকলক কম মূল্যত দানা যোগানৰ ব্যৱস্থা কৰক। দানা প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় চয়া, মাকৈ আদি খেতি অসমৰ সম্ভৱনাপূৰ্ণ অঞ্চলত খেতিয়ক সকলক উৎসাহিত কৰি খেতি কৰাৰ ব্যৱস্থা কৰক, যাৰ ফলত থলুৱা উদ্যোগীয়ে কম খৰছত দানা উৎপাদন কৰি আমদানিকৃত দানাতকৈ কম বজাৰ মূল্যত বিক্ৰী কৰিব পাৰিব। ইয়াৰ ফলত গাহৰি পালক সকলৰ লগতে কৃষক সকলো উপকৃত হ’ব।

৩) চৰকাৰী উদ্যোগত গাহৰিৰ বীমাৰ ব্যৱস্থা কৰক, যাতে পালক সকলে বেংকৰ পৰা সহজেই ঋণ ল’ব পাৰে।

৪) ব্ৰইলাৰ কন্ট্ৰেক্ট ফাৰ্মিঙৰ সৈতে জড়িত কোম্পানী সমূহক নিয়ন্ত্ৰণ কৰি ব্ৰইলাৰ পালক সকলক এটা নূন্যতম Growing Charge দিয়াটো বাধ্যতামূলক কৰক।

শেষত গগৈয়ে অসমৰ জনসাধাৰণক অসমৰ এই সকলো পশুপালকৰ সৈতে ঠিয় দিয়াৰ লগতে কন্ট্ৰেক্ট ফাৰ্মিঙৰ নামত কোম্পানীবোৰে দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ পৰা নিজকে দূৰত ৰাখিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing RD Leader Debanga sURAV gOGOIGuwahatiRaijor Dal PressmeetRd Office
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d