Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Gousala: গুৱাহাটী গৌশালা কুক্ষিগত কৰিবলৈ নিকৃষ্ট ষড়যন্ত্র অশোক ধানুকাৰ

মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত তীব্র প্রতিক্রিয়া,কথাই কথাই মুখ্যমন্ত্ৰীৰ নাম লৈ ভাবুকি

publisher by publisher
June 24, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
Guwahati Gousala: গুৱাহাটী গৌশালা কুক্ষিগত কৰিবলৈ নিকৃষ্ট ষড়যন্ত্র অশোক ধানুকাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Guwahati Gousala:

অসমৰ মাৰোৱাৰী সম্প্রদায়ে ধর্মীয় আৰু সামাজিক বিভিন্ন অনুষ্ঠানলৈ পূৰ্বৰে পৰাই মুক্তহস্তে দান-বৰঙণি দি আহিছে। ধুবুৰীৰ পৰা শদিয়ালৈ ৰাজ্যৰ বিভিন্ন নগৰ-চহৰৰ ৰাজহুৱা অনুষ্ঠানত তাৰ স্বাক্ষৰ সততে দৃষ্টিগোচৰ হয়। গুৱাহাটীকে ধৰি কে’বাখনো চহৰত থকা গৌশালাসমূহো এই মাৰোৱাৰী সম্প্রদায়েই দান-
বৰঙণিৰে গঢ়ি তুলিছে; অথচ এই গুৱাহাটী (গৌহাটী) গৌশালাকে এতিয়া ব্যক্তিগত সম্পত্তিত পৰিণত কৰিবলৈ নিকৃষ্ট ষড়যন্ত্রত লিপ্ত হৈছে ফাঁচী বজাৰৰ বহু বিতর্কিত ব্যৱসায়ী অশোক ধানুকা।

ADVERTISEMENT

ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচাৰ ঘটনাত নাম সাঙোৰ খাই পৰা এইজন অশোক ধানুকাই গুৱাহাটী গৌশালাক সম্পূৰ্ণৰূপে কুক্ষিগত কৰিবলৈ বিভিন্ন অন্যায়-অনৈতিক কার্যত লিপ্ত হৈছে। ইয়াকে লৈ গুৱাহাটী মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত তীব্র ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সততে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ঘনিষ্ঠৰূপে দাবী কৰি বিভিন্নজনক ভয়-ভাবুকি প্রদান কৰি অহা ধানুকাৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগৰ অন্ত নাই। এইজন বহু বিতর্কিত ব্যৱসায়ীয়ে মাৰোৱাৰী সম্প্ৰদায়ৰ অতি শ্রদ্ধা আৰু আদৰৰ অনুষ্ঠান গৌহাটী গৌশালাত ন্যস্তস্বার্থ পূৰণৰ বাবে একপ্ৰকাৰ তাণ্ডৱ চলাই অহা বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

এনে চক্ৰান্তৰ জৰিয়তে বহু বিতর্কিত ধানুকা সম্প্রতি গৌশালা ন্যাসৰ শশ কোটি টকাৰ সা-সম্পত্তিৰ স্বয়ম্ভূ মালিক হৈ পৰিছে। সবাতোকৈ বিপজ্জনক কথাটো হৈছে মুখ্যমন্ত্ৰীৰে ঘনিষ্ঠতাৰ নাম লৈয়ে কোনো ধৰণৰ চৰকাৰী সংস্থাৰ অনুমতি অবিহনেই কোটি কোটি টকাৰ অবৈধ নির্মাণ কাৰ্য অব্যাহত ৰাখিছে। তাৰ বাবে তেওঁ পূৰ্বৰ দাতাসকলে আগবঢ়োৱা ভৱনসমূহ জধে-মধে ভাঙি সেইসকলক অপমানিত কৰাৰ লগতে উত্তৰসুৰিসকলক মানসিক আঘাত দিয়াৰ অভিযোগ উত্থাপিত হৈছে। সম্পূৰ্ণৰূপে নিজৰ খেয়াল-খুচি অনুসৰি কোটি কোটি টকাৰ নিৰ্মাণ কাৰ্য সম্পন্ন সম্ম কৰাৰ লগতে এই ক্ষেত্রত আর্থিক অনিয়ম সংঘটিত কৰা বুলিও চৰ্চিত হৈছে। ব্যক্তিগত ব্যৱসায় অক্ষুণ্ণ ৰাখিবলৈ তেওঁ আনকি গৌশালাৰ বৃন্দাৱন গার্ডেনৰ সদ্ব্যৱহাৰত কৌশলেৰে বাধাদান কৰি আহিছে।

এই বৃহৎ অনুষ্ঠানটো হস্তগত কৰাৰ চক্ৰান্ত সফল কৰিবলৈ ধানুকাই গুৱাহাটী গৌশালাৰ স’তে সুদীর্ঘকাল ধৰি জড়িত হৈ অহা ন্যাসৰক্ষী সকলক বিভিন্ন ধৰণে হেঁচা প্রয়োগৰ জৰিয়তে অপমানিত কৰি অপসাৰণ কৰাতে ক্ষান্ত নাথাকি তেওঁৰ একাংশ নিকটাত্মীয় আৰু এচাম চাতুকাৰক সেই স্থানত নিয়োজিত কৰিছে। ইতিমধ্যে গৌশালা ন্যাসৰ ১৫জন ন্যাসৰক্ষীৰ ১১জনেই ধানুকাৰ চামচাৰূপে পৰিচিত। গৌশালাৰ কাৰ্যবাহী সদস্য নোহোৱা ব্যক্তিকো প্রত্যক্ষভাৱে ইয়াৰ ন্যাসৰক্ষীৰূপে নিযুক্তি প্রদান কৰাত গৌশালাৰ শুভাকাংক্ষীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

অতি দুর্ভাগ্যজনকভাবে গৌশালাক ব্যক্তিগত নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যেই ইয়াৰ স’তে জড়িত হৈ সুদীর্ঘ ৩০-৪০ বছৰ ধৰি বিভিন্ন ধৰণে সেৱা আগবঢ়াই অহা ব্যক্তিসকলক ধানুকাই আওকাণ কৰিছে। অকল সেয়ে নহয়, একেবাৰে নৱাগত ব্যক্তিক এনে এটি গুৰুত্বপূৰ্ণ বৃহৎ সংস্থাৰ সাধাৰণ সম্পাদকৰূপে নিয়োজিত কৰা হৈছে। ফলস্বৰূপে এইসকল দায়িত্ববাহীৰ কার্যকলাপত গৌশালাত খেলিমেলিৰ আশংকাৰ সৃষ্টি হৈছে। আনকি ধানুকাৰ অনৈতিক কার্যকলাপত চকু মুদি হয়ভৰ নিদিয়া হেতুকে ৪৫ বছৰ ধৰি সেৱা আগবঢ়াই অহা প্ৰৱন্ধক সন্তোষ শৰ্মাক পদৰ পৰা অব্যাহতি দি ভ্রষ্টাচাৰী কৰ্মচাৰীৰূপে চিহ্নিত মদন লালক উক্ত পদত দায়িত্ব অর্পণ কৰা হৈছে।

গৌশালা ন্যাসৰ কমেও দুশ কোটি টকা মূল্যৰ ভূমি ন্যাসৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ অবৈধভাৱে মাৰোৱাৰী হাস্পতালক আবণ্টন দিয়া কার্যক লৈও তীব্র অসন্তুষ্টিৰ সৃষ্টি হৈছে। ন্যস্তস্বার্থ পূৰণৰ লক্ষ্যৰেই গৌশালাৰ সমীপৰ কৱৰস্থানৰ সন্মুখত নির্মাণ হ’বলগীয়া মার্কেট কমপ্লেক্সৰ কাম বন্ধ ৰাখি কোটি কোটি টকাৰ আয়ৰ পথ বন্ধ ৰাখিছে ধানুকাই। ইয়াৰ উপৰি গো-ধনৰ সংৰক্ষণ তথা সেৱাৰ গৌশালাৰ মূল উদ্দেশ্য আৰু সিদ্ধান্তক উলংঘা কৰি ইয়াক ইতিমধ্যে এক ব্যৱসায়িক ডায়েৰী ফাৰ্মত পৰিণত কৰি তোলা কাৰ্যই এই বিতর্কিত ব্যৱসায়ীজনৰ অসৎ উদ্দেশ্য ফাদিল কৰিছে।

ধানুকাৰ এনে মইমতালি আৰু দুষ্কাৰ্যৰ সম্পৰ্কত ইতিমধ্যে ৰাজহুৱা অভিযোগ পত্ৰও প্ৰচাৰিত হৈছে যদিও বিতর্কিত ব্যৱসায়ীজনে ইয়াৰ সদুত্তৰ দিয়াৰ পৰা বিৰত আছে। বৰঞ্চ মুখ্যমন্ত্ৰীৰ তথাকথিত ঘনিষ্ঠতাৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ অনিয়মৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাসকলক ভাবুকি প্ৰদানৰহে অপচেষ্টা চলাইছে।

এইজন ধানুকাৰ কৱলৰ পৰা গুৱাহাটী গৌশালাক উদ্ধাৰ কৰিবলৈ গুৱাহাটীৰ মাৰোৱাৰী সম্প্রদায় ঐক্যৱদ্ধ হ’ব লাগে বুলি ইতিমধ্যে ৰাজহুৱা দাবী উত্থাপিত হৈছে। ব্যৱসায়ীজনৰ অনৈতিক কার্যকলাপৰ এয়া সামান্য অংশহে। পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিস্তৃত তথ্য উদঙাই দিয়া হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashoke DhanukaGuwahatiGuwahati GousalaIllegal WorksMarwari community Protest
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d