Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gir-gai:গৰুক লৈ অনৈতিক কার্যত জড়িত নেতাসকলৰ শেষ পৰিণতি অতি ভয়ংকৰ

গীৰ গাই-গৰুখুঁটি প্রকল্পত অনিয়মৰ অভিযোগক লৈ সৰৰ বিৰোধী, পৃথক সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছ-অজাপ-ৰাইজৰ দলৰ, মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে কিয় তদন্ত নহ'ব,মন্ত্রী-বিধায়কে চলাইছে ছিণ্ডিকেট

publisher by publisher
July 1, 2025
in Assam, News
Reading Time: 2 mins read
0
Gir-gai:গৰুক লৈ অনৈতিক কার্যত জড়িত নেতাসকলৰ শেষ পৰিণতি অতি ভয়ংকৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

Gir-gai:

মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে সকলো নীতি-নিয়ম মোহাৰি দুগ্ধ প্ৰকল্পৰ নামত ৫০ লাখ টকাৰ ৰাজসাহায্য আদায় কৰা আৰু গৰুখুঁটি প্ৰকল্পৰ গীৰ গাইৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ সম্পৰ্কত আজি পৃথকে পৃথকে সৰৱ হয় ৰাজ্যৰ কে’বাটাও বিৰোধী দল।

ADVERTISEMENT

কংগ্ৰেছে সোমবাৰে ৰাজীৱ ভৱনত সাংবাদিকৰ আগত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে। প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰে এই দাবী উত্থাপন কৰি
কয় যে গীৰ গাইৰ কথা বাদেই, মন্ত্রীজনে কংগ্রেছত থাকোতে বেআইনী কাম কৰা বুলি নিজেই ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে। গতিকে তাৰ তদন্ত নহ’ব নেকি বুলি প্রশ্ন কৰি বৰঠাকুৰে কয়, ‘বিৰোধীৰ কাৰোবাৰ বিৰুদ্ধে সামান্য এটা অভিযোগ উঠিলে চৰকাৰে তদন্তকাৰী সংস্থাক দায়িত্ব দিয়ে। কেন্দ্ৰ-ৰাজ্য সকলোতে ইয়াক দেখিবলৈ পোৱা গৈছে।

ইডি, চিবিআই, মুখ্যমন্ত্ৰীৰ তদাৰকী শাখা আদিক লগে লগে তদন্তৰ দায়িত্ব দিয়া হয়। সেই একে ভূমিকা নিজৰ বেলিকা কিয় পালন কৰা নহয়? অথচ স্বয়ং মন্ত্ৰীৰ বিৰুদ্ধেই গুৰুতৰ কেলেংকাৰিৰ অভিযোগ উঠিছে। বিজেপিৰ সাংসদ-বিধায়কৰ নামো উচ্চাৰিত হৈছে। তাৰ পাছতো চৰকাৰ কিয় নীৰৱ?’ তদুপৰি সভানেত্ৰীগৰাকীয়ে কয় যে যদি গৰুখুঁটিলৈ অনা গৰু মানুহক দিব লগা আছিলেই, তেনেহ’লে প্রকৃত গোপালকক দিব লাগিছিল। তাৰ পৰিৱৰ্তে গৰুৰ লগত কেতিয়াও সম্পর্ক নথকা নদাই-ভদাইক দিয়া হ’ল।

# ইতিহাস সাক্ষী: গৰুক লৈ বেয়া দিন আৰম্ভ মুখ্যমন্ত্ৰী-ঘনিষ্ঠৰ

অসম জাতীয় পৰিষদ (অজাপ)ৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সোমবাৰে ইয়াত এক সংবাদমেলত কয় যে গৰুখুঁটিত দুগ্ধ প্রকল্প স্থাপন আৰু গীৰ গাই ক্ৰয়ৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য দুগ্ধ উৎপাদন নে ধন আত্মসাৎ কৰা আছিল সেয়া স্পষ্ট হৈছে। তদুপৰি গগৈয়ে কয়, ‘গীৰ গাই পালন অসমৰ পাৰিপাৰ্শ্বিকতাৰ বাবে উপযুক্ত হয় নে নহয়, গীৰ গাই পালনৰে লাভজনকভাবে দুগ্ধ উৎপাদনৰ সম্ভাৱনা আছে নে নাই তাৰ বিশেষজ্ঞ পৰ্যায়ৰ কিবা অধ্যয়ন কৰা হৈছিল নে নাই, সেই তথ্য ৰাজহুৱা কৰা উচিত।

গোহালি নির্মাণ নকৰাকৈয়ে তিনিশ গীৰ গাই আমদানি আঁৰৰ ৰহস্যটো কি সেয়াও অনুসন্ধানৰ প্রয়োজন আছে। নিবিদাৰ জৰিয়তে ক্ৰয় কৰা তিনিশ গীৰ গাইৰ মাজৰ পৰা কি নিয়মৰ আধাৰত এক বৃহৎসংখ্যক গৰু ৰঙিয়া ষ্টেছনৰ পৰা অন্তর্ধান হৈছিল সেইটোও তদন্ত কৰিব লাগে। গোটেই বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যৰ মাজত মিল নাই। বিষয়টো যে অতি গভীৰ এয়াই তাৰ প্ৰমাণ।

অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক ভুবন পেণ্ড, দিগন্ত কলিতা, উৎপল বৰাকে ধৰি যিসকলক চৰকাৰী গীৰ গাই নিয়ম বহির্ভূতভাৱে বিক্ৰী কৰা হৈছিল, তেওঁলোক কোন কোন দুগ্ধ পামৰ লগত জড়িত, জনপ্রতিনিধিক দিবলৈ সিদ্ধান্ত লোৱা গীৰ গাই বাবুল নাথ, নিৰজ বৰা আদিৰ দৰে অজনপ্রতিনিধিয়ে কেনেকৈ পাবলৈ সক্ষম হ’ল সেয়া মুখ্যমন্ত্ৰীক ৰাজহুৱা কৰিবলৈ আমি আহ্বান জনাইছো।’ তদুপৰি গগৈয়ে কয় যে নিবিদাৰ জৰিয়তে ৰাষ্ট্ৰীয় গো-ধন উন্নয়ন পৰিষদ (এনডিডিবি) -এ যোগান ধৰা গৰুৰ মাজত মতা গৰু, গাখীৰ নিদিয়া আৰু বেমাৰী গৰুও যোগান ধৰিছিল। সেই বিষয়ে অসম চৰকাৰে এনডিডিবি অথবা কেন্দ্ৰীয় চৰকাৰক অভিযোগ দিছিল নে নাই, তাক স্পষ্ট কৰিবলৈও অজাপৰ সভাপতিজনে মুখ্যমন্ত্রীক দাবী জনায়।

দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই গৰুখুঁটি প্ৰকল্পৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা বুলি মন্তব্য কৰি কয় যে মুখ্যমন্ত্রীয়ে দুগ্ধ বিপ্লৱৰ শ্ল’গান দি গৰুখুঁটি প্রকল্প স্থাপন কৰিলে ঠিকেই, কিন্তু তেওঁৰ আৰু তেওঁৰ চৰকাৰৰ ভুল-উদ্দেশ্যপ্রণোদিত কর্মপদ্ধতিৰ বাবে সাম্প্ৰতিক পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে দোষীক বিচাৰি উলিয়াই আইনৰ কাঠগৰাত থিয় কৰাই ৰাজধৰ্ম পালন কৰা উচিত বুলি ভূঞাই দাবী জনায়। প্রসংগক্রমে সভাপতি গগৈয়ে এইবুলিও কয় যে গৰুক লৈ যিয়ে অনৈতিক কাম কৰিছে, তাৰ শেষ পৰিণতি ভয়ংকৰ বুলি বাৰম্বাৰ প্রমাণিত হৈছে। প্রফুল্ল কুমাৰ মহন্ত, দিগেন বৰা, নকুল দাস, দিলীপ সোণোৱাল, ৰাজেন বৰা, লালু প্রসাদ যাদৱ, ৰাবড়ী দেৱী আদি তাৰ উদাহৰণ বুলিও গগৈয়ে উল্লেখ কৰে। গতিকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেওঁৰ সংগীসকলৰ বেয়া দিনৰ আৰম্ভণি গৰুখুঁটি আৰু গীৰ গাই বুলি গগৈয়ে কয়।

# ৰাজসাহায্যৰ নামত মন্ত্ৰী-বিধায়কৰ বিশাল ছিণ্ডিকেট: ৰাইজৰ দল

ৰাইজৰ দলৰ নেতৃত্বয়ো সোমবাৰে এক সংবাদমেলযোগে বিষয়টোক লৈ সৰৱ হৈ মন্তব্য কৰে যে গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজসাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ এক বিশাল ছিণ্ডিকেট চলিছে। এই ছিন্ডিকেট ৰাজহুৱা হোৱাত মন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে সংবাদগোষ্ঠী আৰু সাংবাদিক। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে অসম দুগ্ধ উন্নয়ন বিভাগে অলপতে প্রকাশ কৰা ৰাজসাহায্যৰ ১৫ জনীয়া তালিকাত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা, প্রাক্তন মন্ত্রী তথা বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচার্য আৰু কে’বাজনো বিজেপি নেতাৰ নাম ৰাজহুৱা হয়।

তাকে লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত গৰুখুঁটিৰ প্ৰকল্পৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাই যিবোৰ ভাষ্য দি আহিছে সেইবোৰতে মিল নাই। এইটো ঠিক যে ৰাজসাহায্যৰ তালিকা প্রস্তুত হোৱাৰ প্ৰক্ৰিয়াটোৱে আছিল সম্পূর্ণরূপে নিয়ম বহির্ভূত। হুছেইনে কয়, ‘এই ৰাজসাহায্যৰ প্রক্রিয়াটো ২০২২ত আৰম্ভ হৈছিল। সেই সময়ত অসম দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক আছিল উৎপল শর্মা। পৰৱৰ্তী সময়ত কৰুণা শৰ্মা, জাভিৰ ৰাহুল সুৰেশ আৰু তাৰ পাছত পাঞ্চালী কাকতি সঞ্চালিকা হৈ থকা সময়ত যোৱা ৩১ মে’ত ১৮ জন আবেদনকাৰীৰ পৰা ১৫ জনক ৰাজসাহায্যৰ বাবে নিৰ্বাচিত কৰা তালিকাখন প্রকাশ পায়। আশ্চৰ্যকৰভাৱে বাছনি সমিতিয়ে নির্বাচিত কৰা তালিকাৰ লগত এই চূড়ান্ত তালিকাখনৰ মিল নাই। তাৎপর্যপূর্ণ কথাটো হ’ল কাৰ হেঁচাত আৰু কি কথা লুকুৱাবলৈ এই তালিকাখন প্ৰকাশ হোৱাৰ সময়তে পাঞ্চালী কাকতি আৰু বিভাগটোৰ বিষয়া নৱামী ডেকা দীঘলীয়া ছুটীত যাবলগীয়া হ’ল।’

হুছেইনে পুনৰ কয় যে দুগ্ধ ফাৰ্মৰ বাবে ৰাজসাহায্য পাবলৈ কে’বাটাও চর্ত পূৰণ হ’ব লাগে। সেইবোৰৰ ভিতৰত আছে ফার্মখনৰ ন্যূনতম ১১ বিঘা মাটি থাকিব লাগে। ফার্মখন ন্যূনতম ১০ বছৰ পুৰণি হোৱাৰ লগতে গাখীৰৰ ব্যৱসায়ত কমেও তিনি বছৰ আয়কৰ পৰিশোধ কৰা হ’ব লাগে। গোপালকজন স্নাতক ডিগ্রীধাৰী হোৱাৰ উপৰি তেওঁৰ ন্যূনতম ছমাহ আনুষ্ঠানিক প্রশিক্ষণপ্রাপ্ত হ’বই লাগে। ফার্মখনৰ নিজা মিল্ক পার্লাৰ থকাটোও এটা গুৰুত্বপূর্ণ চর্ত বুলি হুছেইনেই কয়। ইয়াৰ বিপৰীতে মন্ত্রী পত্নী জুলি ডেকা বৰুৱাই ৰাজসাহায্য পোৱাৰ ক্ষেত্ৰত ইয়াৰে কে’বাটাও চৰ্ত পূৰণ নকৰে বুলি ৰাইজৰ দলৰ নেতাজনে মন্তব্য কৰে।

তদুপৰি অভিযোগ কৰে যে গৰুখুঁটি প্ৰকল্পৰ নামত অনা তিনিশ গীৰ গাইৰ ৯০টা গৰু যিসকল মন্ত্রী-বিধায়ক, বিজেপি নেতা আৰু ব্যৱসায়ীয়ে ভগাই লৈছিল, তেওঁলোকৰ কে’বাগৰাকীও গৰু পালন কৰা কোনো ফাৰ্মৰ অস্তিত্বই নাই। হুছেইনে পুনৰ কয়, ‘এই ঘটনাবোৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে গৰুখুঁটিৰ নামত কেৱল চমক সৃষ্টি কৰাৰ বাবেহে ৰাজকোষৰ ধন ব্যয় কৰি গুজৰাটৰ পৰা গীৰ গাই আমদানি কৰা হৈছিল। ইয়াৰ লগতে গোপালনৰ নামত মন্ত্ৰী আৰু বিধায়কৰ পত্নীয়ে অফিচ অৱ প্রফিট তত্ত্বটোক সম্পূর্ণ অৱজ্ঞা কৰি গাইপতি ৫০ লাখ টকাৰ ৰাজসাহায্য লোৱা ঘটনাই চৰকাৰখনৰ অনিয়ম, দুর্নীতিয়ে কি ধৰণে তললৈকে শিপাই গৈছে সেই কথা স্পষ্ট হৈছে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AJPCongressGarukhuti ProjectGir gaiRaijor Dal
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d