Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

    পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জৱাহৰলাল নেহৰুকো পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে

অপাৰেছন সিন্দুৰ : কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

publisher by publisher
July 30, 2025
in India, News
Reading Time: 1 min read
0
জৱাহৰলাল নেহৰুকো পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

Operation Sindoor: লোকসভাত অপাৰেছন সিন্দূৰক লৈ হোৱা তুমুল বিতর্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্রহণ আৰু বিৰোধীৰ ধাৰাবাহিক আক্ৰমণৰ মাজেৰে মঙলবাৰে দিনটোৰ বাবে স্থগিত ৰখা হয় সদন। মোদীৰ লগতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীয়ে আজি অপাৰেছন সিন্দূৰক লৈ সৰব হয়।

ADVERTISEMENT

কি ক’লে মোদীয়ে?

পহলগামৰ নাৰকীয় ঘটনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ অপাৰেছন সিন্দূৰৰ কালি প্রশংসা কৰে মোদীয়ে। তেওঁ কয় যে এতিয়া সন্ত্রাসৰ মূল চক্রীসকলে শুব নোৱাৰিব। এয়াই নতুন স্বাভাৱিক বুলি মোদীয়ে কয়। ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতি আমেৰিকাই মধ্যস্থতা কৰা বুলি কৰা দাবী নস্যাৎ কৰি তেওঁ কয়, ‘মার্কিন উপ-ৰাষ্ট্ৰপতিক কৈছিলো যে যদিহে পাকিস্তানে ভাৰতক আক্রমণ কৰে তেন্তে আমাৰ আক্ৰমণ বহুত বৃহত্তৰ হ’ব আৰু আমি বুলেট- বৰটোপেৰে দিম।’

তেওঁ কয় যে কোনো বিশ্বনেতাই অপাৰেছন সিন্দূৰ বন্ধ কৰিবলৈ তেওঁলোকক কোৱা নাছিল। বিৰোধীক তীব্র কটাক্ষ কবি মোদীয়ে কয় যে তেওঁলোকে সংবাদ মাধ্যমত শিৰোনাম দখল কৰিব পাৰে কিন্তু মানুহৰ হৃদয় জয় কৰিব নোৱাৰে। তেওঁ কয়, ‘আমি সেনা বাহিনীক স্বাধীনভাবে কাম কৰিবলৈ দিছিলো। উল্লেখ্য যে সোমবাৰৰ পৰা আৰম্ভ হৈছে ১৬ ঘণ্টীয়া আলোচনা। মোদীয়ে পুনৰ কয়, ‘মই কংগ্ৰেছক অনুৰোধ জনাওঁ যাতে পাকিস্তানক সেউজ সংকেত নিদিয়ে। তেওঁলোকে তেওঁলোকৰ ভুলৰ শুধৰণি কৰিব লাগে। ভাৰতে এতিয়া সন্ত্রাসবাদৰ লালন-পালন কেন্দ্রতে সন্ত্রাস ধ্বংস কৰিব। যাৰ বাবে অপাৰেছন সিন্দুৰৰ অন্ত পৰা নাই। ই অব্যাহত থাকিব। ই পাকিস্তানলৈ এক জাননী। পাকিস্তানে যদি ভাৰতৰ বিৰুদ্ধে কার্যকলাপ বন্ধ নকৰে, তেন্তে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যবস্থা ল’ব।’

মোদীয়ে কয় যে তোষামোদৰ নীতিৰ বাবে কংগ্রেছে সন্ত্রাস সম্পর্কিত আইন ধূসৰ কৰি পেলাইছে। ইপিনে সিন্ধু জলচুক্তি সম্পর্কত তেওঁ কয, যদিহে চুক্তি সম্পন্ন কৰা নহ’লহেঁতেন তেন্তে পশ্চিম ভাৰতৰ নদীত বৃহৎ প্রকল্প হ’লহেঁতেন। পানীৰ কোনো সংকট নাছিল যদিও নেহকৰে পাকিস্তানক কোটি কোটি টকা দিছিল যাতে নলা নিৰ্মাণ কৰিব পাৰে।

তেওঁ প্রয়াত প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক সিন্ধু জলচুক্তি সন্দর্ভত সমালোচনা কৰি কয়, ‘সিন্ধু জলচুক্তিৰ আঁৰত কোন আছিল। নেহৰু আছিল। এই নদীৰ উৎপত্তিস্থল ক’ত? ভাৰতত। এই চুক্তি দেশৰ প্ৰতি বিশ্বাসঘাতকতা।’

প্রধানমন্ত্রীয়ে কয়, ‘যিসকলে আমাক সুধিছে যে আমি কিয় পাক অধিকৃত কাশ্মীৰ ওভতাই নল’লো, সেইসকলক মই সুধিব বিচাৰো যে কাৰ চৰকাৰে পাকিস্তানক পাক অধিকৃত কাশ্মীৰ ল’বলৈ দিছিল। উত্তৰটো অতি স্পষ্ট। যেতিয়াই মই নেহৰুৰ কথা কওঁ, তেতিয়াই কংগ্ৰেছ আৰু ইয়াৰ সমস্ত পৰিবেশৰ গভীৰ অস্থিৰতাৰ সৃষ্টি হয়। তেওঁলোকে কয় যে আকছান চীন আছিল অনুৰ্বৰ আৰু সেয়েহে ইয়াক দি দিছিল। প্রধানমন্ত্রী মোদীয়ে কংগ্রেছ নেতৃত্বাধীন ইউপিএৰ প্ৰতিৰক্ষা নীতিবোৰ সমালোচনা কৰে।

তদুপৰি কয়, ‘আমাৰ বায়ু প্রতিৰক্ষা ব্যৱস্থাৱলীয়ে পাক ক্ষেপণাস্ত্র আৰু ড্র’নবোৰ ধ্বংস কৰিছিল। ন মে’ত পাকিস্তানৰ এহেজাৰ ক্ষেপণাস্ত্ৰ আৰু ড্র’ন ভাৰতলৈ নিক্ষেপ কৰিছিল। এই সকলোবোৰ আকাশতে ধ্বংস কৰা হয়। ‘তেওঁ কয় যে কংগ্ৰেছৰ অৱস্থা দেখি সমগ্র দেশেই হাঁহিছে।

গুলিৰ প্ৰত্যুত্তৰ গুলি

তেওঁ কয়, ‘ন মে’ত জেডি ভান্সে মোৰ স’তে কথা ক’বলৈ চেষ্টা কৰিছিল। মই ব্যস্ততাৰ বাবে পৰা নাছিলো। পাছত তেওঁক মই পুনৰ কল কৰো। তেওঁ কয় যে পাকিস্তানে ভাৰতৰ ওপৰত এক বৃহৎ আঘাত হানিব। মই কৈছিলো যে যদি পাকিস্তানে এনে কৰিবলৈ বিচাৰে তেন্তে ইয়াৰ পৰিনাম ওলোটা হ’ব।

যদি তেওঁলোকে আক্রমণ কৰে তেন্তে আমি বৃহৎ আক্রমণ কৰিম। মই কৈছিলো যে তেওঁলোকৰ ‘গুলি’ৰ প্ৰত্যুত্তৰ ‘গোলা’ৰে দিম। তেওঁ কয়, ‘কোনো বিশ্ব নেতাই ভাৰতক অভিযান বন্ধ কৰিবলৈ কোৱা নাছিল।’ তদুপৰি কয়, ‘পাকিস্তানী সেনাই যুদ্ধবিৰতিৰ বাবে ভিক্ষা খুজিছিল।’ মোদীয়ে কয় যেন মে’ত ভাৰতৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত পাকিস্তানে ভৰিত পৰিবলৈ বাধ্য হৈছিল।

প্রধানমন্ত্রীৰ সাহস আছে যদি ড’নাল্ড ট্রাম্পক মিছলীয়া বুলি কওক: ৰাহুল

প্রধানমন্ত্রীক আক্রমণ কৰি ৰাহুলে কয়, ‘ড’নাল্ড ট্রাম্পে ২৯ বাৰ কৈছে যে তেওঁ যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছে। প্রধানমন্ত্রীৰ যদি সাহস আছে তেন্তে ইয়াত কওক যে তেওঁ মিছা কৈছে। যদি তেওঁৰ সাহস আছে তেন্তে আজি ড’নাল্ড ট্রাম্পক মিছলীয়া বুলি কওক।’

পহলগামৰ আক্ৰমণৰ সন্দৰ্ভত তেওঁ কয়, ‘পাকিস্তান চৰকাৰক কিয় কোৱা হৈছিল? ইয়াৰ অর্থ হৈছে আপোনালোকক আমি এবাৰ চৰ মাৰিলো, কিন্তু আমি আপোনাক দুবাৰ আক্ৰমণ নকৰো কিয়? কাৰণ প্রধানমন্ত্রীৰ ভাবমূর্তি ৰক্ষা কৰাটোৱে আছিল লক্ষ্য। তেওঁ নিজ ভাবমূর্তি সুৰক্ষিত কৰিবলৈ বায়ু সেনা বাহিনী ব্যৱহাৰ কৰিছিল।’

ৰাহুলে যুঁজাৰু বিমান ধ্বংসৰ অভিযোগ উত্থাপন কৰি কয় যে আক্রমণ যাতে নকৰে তাৰ বাবে ৰাজনৈতিক বাধা আছিল চৰকাৰৰ। সেয়ে যুঁজাৰু বিমান ক্ষতিগ্রস্ত হ’ল। তেওঁ কয়, ‘৩০ মিনিটত তাৎক্ষণিকভাৱে আত্মসমর্পণ কৰা হৈছিল। ৰাজনাথ সিঙে কৈছিল যে তেওঁ পাকিস্তানক তেওঁলোকৰ সামৰিক লক্ষ্যত আঘাত হনা নহয় বুলি কৈছিল।

তেওঁ পুনৰ কয়, ‘ৰাজনাথ সিঙে অপাৰেছন সিন্দুৰক সোমবাৰে ১৯৭১ৰ স’তে তুলনা কৰিছিল। কিন্তু ১৯৭১ত কোনো ৰাজনৈতিক সদিচ্ছা নাছিল।’

উল্লেখ্য যে অভিযান সিন্দুৰক লৈ লোকসভাত ১৬ ঘণ্টা আলোচনাৰ বাবে সময় নির্ধাৰণ কৰা হৈছিল। শাসক-বিৰোধী সকলোবে বক্তব্যৰ পাছত ১০৫ মিনিটৰ ভাষণ দিলে প্রধানমন্ত্রী মোদীয়ে। এই ভাষণত তেওঁ পাকিস্তান আৰু কংগ্ৰেছক আক্রমণ কৰে।

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ ভূমিকাক লৈ নানা প্রশ্ন উত্থাপন হ’লেও মোদীয়ে এই প্রসংগ এৰাই চলে। আজি মোদীৰ ভাষণৰ মাজে মাজে একাধিকবাৰ বিৰোধী শিবিৰে হুলস্থুল কৰে। যিমানবাৰেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছিল মোদীয়ে সম্মুখত থকা গিলাচৰ পৰা পানী গোলাধকৰণ কৰি কংগ্ৰেছৰ সমালোচনাত অধিক মুখৰ হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiOperation SindoorRahul Gandhi
publisher

publisher

Related Posts

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ
India

প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d