Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

    মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

    ২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুঁজি সংগ্রহ অভিযান আৰম্ভকৰিলে ভাৰত বিৰোধী সন্ত্রাসবাদী সংগঠনে

publisher by publisher
August 7, 2025
in India, News
Reading Time: 1 min read
0
পুঁজি সংগ্রহ অভিযান আৰম্ভকৰিলে ভাৰত বিৰোধী সন্ত্রাসবাদী সংগঠনে
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

যোৱা মে’ৰ অপাৰেছন সিন্দূৰৰ সময়ত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ধ্বংস কৰা মুখ্য কাৰ্যালয় পুনৰ নিৰ্মাণৰ তৎপৰতা আৰম্ভ কৰিছে পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদে। এই উদ্দেশ্যে শেহতীয়াভাৱে সংগঠনটোৱে পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে ২০০১ৰ সংসদ ভৱন আক্ৰমণৰ পৰা ২০১৯ৰ পুলৱামা নৰসংহাৰলৈকে ভাৰতত সংঘটিত একাধিক কূটাঘাতত জইচ-ই-মহম্মদ জড়িত। তদুপৰি যোৱা ২২ এপ্ৰিলৰ পহলগামৰ নৰসংহাৰ সংঘটিত কৰে জইচৰ এটা ছায়া সংগঠনে। পহলগামৰ নৰসংহাৰৰ পোেটক তুলিবলৈ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে আৰম্ভ কৰা অপাৰেছন সিন্দূৰৰ সময়ত আন পাকিস্তানী সন্ত্রাসবাদী সংগঠনৰ শিবিৰসহ জইচৰ মুখ্য কার্যালয়টো ধ্বংস হয়।

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে বোমাবর্ষণ কৰি ধ্বংস কৰা সন্ত্রাসবাদী সংগঠনটোৰ এই মুখ্য কার্যালয় পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰত অৱস্থিত। কার্যালয়টো ধ্বংস হোৱাৰ প্ৰায় তিনি মাহৰ পাছত ভাৰতবিৰোধী সন্ত্রাসবাদী সংগঠনটোৱে কাৰ্যালয়টো পুনৰ নিৰ্মাণৰ উদ্দেশ্যে পুঁজি সংগ্রহ অভিযান আৰম্ভ কৰাৰ তথ্য পোহৰলৈ আহিছে। সংগঠনত নতুন সদস্যভর্তি আৰু প্ৰশিক্ষণৰ উদ্দেশ্যে কার্যালয়টো পুনৰ নিৰ্মাণৰ লক্ষ্য লোৱা বুলি প্রকাশ কৰিছে।

উল্লেখ্য যে জইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ দীর্ঘকাল ধৰি ভাৰতবিৰোধী কার্যকলাপত লিপ্ত আছে। সামাজিক মাধ্যমত উর্দু ভাষাত শ্বেয়াৰ হোৱা এটা প’ষ্টত কোৱা হৈছে যে সন্ত্রাসবাদী সংগঠনটোৱে মুখ্য কাৰ্যালয় পুনৰ নিৰ্মাণৰ বাবে পুঁজি বিচাৰিছে। ভাৰতে ধ্বংস কৰা জইচ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় বাহাৱালপুৰৰ জামিয়া মছজিদ ছুভান আল্লা অৱস্থিত আছিল।

একালত জইচৰ এই মুখ্য কাৰ্যালয়ৰ চৌহদ বিশাল আছিল। সংগঠনটোৰ মুখ্য কার্যালয়তে মাছুদ, তেওঁৰ ভ্ৰাতৃ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতে সন্ত্রাসবাদীয়ে বাস কৰিছিল। সামাজিক মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, সংগঠনটোৱে মুখ্য কাৰ্যালয় পুনৰ নিৰ্মাণৰ উদ্দেশ্যে আজিৰ পৰা পুঁজি সংগ্রহ অভিযান আৰম্ভকৰিছে।

একাংশৰ মতে, সন্ত্রাসবাদী সংগঠনটোৱে ২০১৫ত বাহাৱালপুৰত এই মুখ্য কার্যালয় নিৰ্মাণ কৰে। তেতিয়াৰে পৰা কার্যালয়টো প্রশিক্ষণ আৰু পৰিচালনা কামত ব্যৱহৃত হৈ আছিল। আনহাতে, ভাৰতৰ সিন্দূৰ অভিযানৰ সময়ত জইচ-ই-মহম্মদৰ মুৰব্বীৰ পৰিয়ালৰ ১০ জন সদস্য নিহত হয়। এই তথ্য সংগঠনটোৰ মুৰব্বীজনে নিজে প্রকাশ কৰিছিল। তদুপৰি সিন্দুৰ অভিযানৰ সময়ত তেওঁ চাৰিজন সহযোগীকো হেৰুৱায়।

উল্লেখ্য যে ১৯৯৪৩ ভাৰতে মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ১৯৯৮৩ সন্ত্রাসবাদীয়ে ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান কান্দাহাৰলৈ অপহৰণ কৰি নি আজহাৰক মোকলাই নিয়ে। শেহতীয়া সিন্দূৰ অভিযানৰ সময়ত আজহাৰে তেওঁৰ ভগ্নী, ভগ্নীৰ স্বামী, ভতিজা আৰু পৰিয়ালৰ পাঁচটি শিশু হেৰুৱায়।

২৬/১১ মুম্বাই আক্ৰমণৰ অভিযুক্ত আজহাৰক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সন্ত্রাসবাদী ঘোষণা কৰি থৈছে। তদুপৰি ভাৰত চৰকাৰেও তেওঁক সন্ত্রাসবাদী ঘোষণা কৰি থৈছে।

মাছুদ ২০১৬ৰ পাঠানকোট আক্রমণতো জড়িত আছিল। উল্লেখ্য যে সন্ত্রাসবাদীৰ পৃষ্ঠপোষকতা কৰা সত্ত্বেও পাকিস্তানৰ স’তে সম্পর্ক অধিক উন্নত কৰিছে ট্রাম্প প্রশাসনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Operation SindoorPakistanPOK
publisher

publisher

Related Posts

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা
International

তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

October 23, 2026
মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক
Assam

মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

October 23, 2026
২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ
Assam

২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d