Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Space

‘গুৰুগ্ৰহ’ বৃহস্পতিৰ জন্মৰ ইতিবৃত্ত

সম্প্রতি সঠিক সময় নির্ণয় কৰিলে একাংশ বিজ্ঞানীয়ে

publisher by publisher
August 29, 2025
in Space
Reading Time: 1 min read
0
‘গুৰুগ্ৰহ’ বৃহস্পতিৰ জন্মৰ ইতিবৃত্ত
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

আজিৰ আকাশত উদয় হ’ব ‘গুৰুগ্রহ’ মাজনিশা খালী চকুৰেও দেখা যাব বৃহস্পতিক

সেয়া অতি অশান্ত তথা বিক্ষুব্ধ সময়ৰ কথা। মহাশূন্যত নিজস্ব গতিৰে বিচৰণ কৰি ফুৰিছিল উল্কাৰ দলে। মহাকর্ষণ শক্তিৰ বিচিত্র টানত সেইবোৰ আকৌ মহাশূন্যতে বিলীন হৈ পৰিছিল। সিবোৰৰ কিছু খণ্ডাংশ অৱশ্যে আছাৰ খাই পৰিছিল কোনো কোনো গ্ৰহৰ ওপৰত।পৃথিৱীৰ সৃষ্টিৰ মুহূৰ্তত এনে কিছুমান তাণ্ডৱেই ঘটিছিল।

ADVERTISEMENT

বিভিন্ন গ্ৰহৰ জন্মবৃত্তান্তক লৈ মহাকাশ প্ৰেমীসকলৰ কৌতূহল সদায় তুংগত থাকে। বিশাল চেহেৰাৰ বাবে সৌৰজগতত ‘গুৰুগ্ৰহ’ৰূপে পৰিচিত বৃহস্পতি। পৃথিৱীৰ পৰা চাৰে আঠশ নিযুত মাইল দূৰত অৱস্থিত এই গ্ৰহটোৰ বয়স কিমান?

এই বিষয়ত দীর্ঘ গৱেষণাৰ অন্তত অৱশেষত এটা সময়ৰেখা বিচাৰি উলিয়াবলৈ সক্ষম হৈছে একাংশ বিজ্ঞানীয়ে। কোৱা হৈছে যে উল্কাৰ ধ্বংসাবশেষে বৃহস্পতিৰ জন্মদাগ ৰাখি গৈছে। কেৱল সেয়াই নহয়, আমাৰ পৃথিৱীৰ বুকুৰ শিলাখণ্ডয়ো তাৰ সাক্ষ্য বহন কৰে।

জাপানৰ নাগোয়া বিশ্ববিদ্যালয় আৰু ইটালীৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে যৌথভাবে এই বিষয়ত গৱেষণা চলাইছিল। তেওঁলোকৰ গৱেষণাৰ কাম সম্প্রতি প্রকাশিত হৈছে এখন বিজ্ঞান পত্রিকাত।

তাতেই জনাইছে যে চাৰে সাত হেজাৰ কোটি বছৰৰো বহু পূর্বে যেতিয়া মাত্র সৌৰজগত তৈয়াৰ হৈছিল, বৃহস্পতিৰ আবিৰ্ভাৱৰ সময়ো তেতিয়াই। অৱশ্যে অন্যান্য গ্ৰহৰ তুলনাত গুৰুগ্ৰহৰ বিৱৰ্তন হৈছিল অনেক দ্রুতগতিত। গ্ৰহটোৰ ৰাসায়নিক পৰিৱৰ্তন, গঠন সকলোতেই উল্কাপাতৰ প্ৰভাৱ বেছি।

উল্কাবৃষ্টিৰ তথ্য-পৰিসংখ্যা বিশ্লষণ কৰি বিৰাট হিচাপ-নিকাচ কৰাৰ পাছতহে বৃহস্পতি সম্পর্কে খুঁটি-নাটি তথ্য পোৱা গৈছে।

পত্রিকাৰ প্ৰতিবেদনত কোৱা হৈছে যে ফল্কাপাতৰ ফলত ছিটিকি অহা ক্ষুদ্র খনিজ কণিকাৰ পৰা বুজা যায় বৃহস্পতিৰ জন্মকাল। মহাশূন্যত ক্রমশঃ গ্রহাণু, উল্কাবোৰৰ গতিবিধি, সংঘৰ্ষৰ ফলত উচ্চ তাপশক্তি বলয়ৰ পৰা ছিটিকি আহি কোনো কণিকা কিমান সোনকালে শীতল হৈছে, সেই সময়সীমা বাহিৰ কৰিব পাৰিলেই বুজা যাব কোন গ্ৰহৰ বয়স কিমান।

বিজ্ঞানীৰ দলটোৱে জানিব পাৰিছে যে বৃহস্পতিৰ ক্ষেত্ৰত গলিত কণিকাৰ পৰা শীতল হোৱা আৰু লাহে লাহে গোট মৰাৰ যি গতিপ্রকৃতি, সেয়াই জন্ম সময়।

প্রশ্ন হৈছে সেই সময়টো কেতিয়া? মুঠৰ ওপৰত সৌৰজগত সৃষ্টিৰ এহেজাৰ আঠশ কোটি বছৰৰ পাছত। উল্কাখণ্ডৰ অংশ হেনো অত্যন্ত দ্রুতগতিৰে শীতল হৈ পৰে। তাৰ পাছত গেছীয় পদার্থ জমা হৈ হৈ ইমান বিশাল আকাৰ হৈ পৰে সেই উল্কাখণ্ডৰ। সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি।

গৱেষক দলৰ অন্যতম বিজ্ঞানী ড° ডিয়েগ’ তুৰিনিয়ে কয়, ‘একমাত্র উল্কাখণ্ডই এই ৰেকৰ্ড ধৰি ৰাখিব পাৰে। গ্ৰহ জন্মৰ সবাতোকৈ স্পষ্ট প্রমাণ সেইটোৱেই।’

অৱশ্যে বৃহস্পতিৰ জন্মৰহস্য উদ্‌ঘাটনৰ নেপথ্যত পৃথিৱীৰ অৱদানো কম নহয়। পৃথিৱীৰ মাটিত গলিত অৱস্থাৰ খনিজ পাথৰ বিশ্লেষণ কৰি এইবোৰ তথ্য লাভ কৰা বুলি জনাইছে বিজ্ঞানীসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JupiterSpace
publisher

publisher

Related Posts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

September 21, 2026
সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!
News

সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!

September 8, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d