Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দ্রুততম নগৰীকৰণ দেশৰ শীৰ্ষ ১০ ৰাজ্য

নগৰ-চহৰৰ বাসিন্দাৰ নাটকীয় বৃদ্ধি: অন্তর্ভুক্ত নহ'ল উত্তৰ-পূবৰ এখনো ৰাজ্য

publisher by publisher
September 6, 2025
in India, News
Reading Time: 1 min read
0
দ্রুততম নগৰীকৰণ দেশৰ শীৰ্ষ ১০ ৰাজ্য
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

দ্রুত নগৰীকৰণে দেশৰ অর্থনীতি, আন্তঃগাঁথনি আৰু জীৱনশৈলী সলনি কৰিছে। কাৰণ প্ৰব্ৰজন, উদ্যোগ আৰু ডিজিটেলাইজেছনৰ এই ক্ষেত্রত ভূমিকা আছে। এই কাৰকসমূহে উদ্ভাৱনৰ সুযোগৰো সৃষ্টি কৰিছে।

ADVERTISEMENT

অৱশ্যে বহনক্ষমতাৰ প্রতি প্রত্যাহ্বানো কঢ়িয়াই আনিছে। শেহতীয়া কিছু বছৰত ভাৰতত – দেখা যায় যে বিভিন্ন নগৰ-মহানগৰ আৰু নগৰীকৰণে কোটি কোটি লোকৰ জীৱন সলনি কৰিছে। নগৰীকৰণৰ ক্ষেত্ৰতো বিভিন্ন ৰাজ্যৰ মাজত প্রতিযোগিতা আছে। একাংশ ৰাজ্য বহুদূৰ আগবাঢ়ি গৈছে।

চলিত বর্ষত নগৰীকৰণৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ১০ খন ৰাজ্যৰ বিষয়ে আলোচনা কৰিলে দেখা যায় যে এই ৰাজ্যসমূহত নগৰীকৰণে নগৰীয়া লোকৰ জীৱন, আন্তঃগাঁথনি আৰু আর্থিক উন্নয়নত প্রভাৱ পেলাইছে। উল্লেখ্য যে ভাৰতত নগৰীকৰণ মানে নগৰ-চহৰত বাস কৰা লোকৰ সংখ্যা নাটকীয় বৃদ্ধি সূচায়। ভাৰত চৰকাৰে ধাৰ্য কৰা মতে, দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ লোকেই অচিৰে নগৰাঞ্চলত বাস কৰিবলৈ ল’ব। কে’বা দশক পূর্বে এনে লোকৰ সংখ্যা ২৫ শতাংশহে আছিল।

শেহতীয়াভাৱে গ্রামাঞ্চলৰ পৰা নগৰাঞ্চললৈ প্রব্রজন, ঔদ্যোগীকৰণ আৰু নিয়োগৰ সুবিধা বৃদ্ধিয়ে পৰিৱেশ সলনি কৰিছে। লক্ষ্যণীয় যে দ্রুত নগৰীকৰণে বৃহৎ সংখ্যক লোকে বাস কৰা চহৰসমূহক নুবুজায়। দৰাচলতে যিসমূহ নগৰ-চহৰত জনসংখ্যা বছৰি বৃদ্ধি পাই আছে, তাকহে নগৰীকৰণ বোলা হয়। নগৰীকৰণৰ ক্ষেত্ৰত চৰকাৰী নীতিৰো ভূমিকা আছে। আর্থিক বৃদ্ধি বিশেষকৈ তথ্য-প্রযুক্তি, উৎপাদন, সেৱা, ডিজিটেল খণ্ড আদি বৃদ্ধিয়ে দ্রুত নগৰীকৰণত ভূমিকা মিকা পালন কৰে।

শেহতীয়া আর্থিক সমীক্ষা আৰু চৰকাৰী তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে নগৰীকৰণৰ ক্ষেত্ৰত চলিত বৰ্ষৰ দেশৰ শীৰ্ষ ১০ ৰাজ্য হ’ল:

কেৰালা: দক্ষিণৰ এই ৰাজ্য সুকীয়া, আঞ্চলিকভাবে ভাৰসাম্যযুক্ত নগৰীকৰণৰ বাবে খ্যাত। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনৰ ৯৬ শতাংশ লোক ২০৩৬ৰ ভিতৰত নগৰাঞ্চলৰ বাসিন্দা হ’ব। ইয়াৰ কাৰণ হৈছে নগৰাঞ্চলৰ দ্রুত বিকাশ। ইয়ে গ্রামাঞ্চল আৰু নগৰাঞ্চলসমূহৰ মাজৰ পাৰ্থক্য নোহোৱা কৰিছে। লক্ষ্যণীয়ভাবে মালাপ্পুৰমৰ লেখীয়া জিলাসমূহৰ দ্রুত নগৰীকৰণে কেৱল ভাৰততে নহয়, সমগ্র বিশ্বত স্বীকৃতি অর্জন কৰিছে।

তামিলনাডু: আর্থিক দিশত দেশৰ সবাতোকৈ দ্রুত শ্রীবৃদ্ধি ঘটা ৰাজ্য হ’ল তামিলনাড়ু। ২০২৪-২৫ত দক্ষিণৰ এই ৰাজ্যৰ প্ৰকৃত আর্থিক বৃদ্ধিৰ হাৰ হ’ল ৯.৬৯ শতাংশ। উৎপাদনী খণ্ডৰ উদ্যোগে মূলতঃ ৰাজ্যখনত দ্রুত নগৰীকৰণৰ ক্ষেত্রত ভূমিকা পালন কৰিছে। তামিলনাডু যানবাহন আৰু বস্ত্র খণ্ডৰ উদ্যোগৰ বাবে বিখ্যাত। তদুপৰি ৰাজ্যখনত বৃহৎ ডিজিটেল আন্তঃগাঁথনিও গঢ়ি উঠিছে। চেন্নাই আৰু কইম্বাটোৰ আদিয়ে বৃহৎ বিনিয়োগ আকর্ষণ কৰিছে। এনে কাৰকে ৰাজ্যখনৰ নগৰীকৰণ বৃদ্ধি কৰিছে।

মহাৰাষ্ট্ৰ: দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইকে ধৰি সমগ্র মহাৰাষ্ট্ৰই প্ৰব্ৰজনকাৰী কৰ্মীক আকৰ্ষণ কৰি আহিছে। ইয়ে ৰাজ্যখনত নগৰীকৰণ বৃদ্ধি কৰিছে। মুম্বাইত ৰিয়েল ইষ্টেটৰ দ্রুত বৃদ্ধি সাধন কৰিছে।

গুজৰাট: বিগত ১০ বছৰ ধৰি গুজৰাটে দ্রুত নগৰীকৰণৰ ক্ষেত্ৰত দেশৰ শীর্ষ স্থান দখল কৰি আহিছে।উৎপাদনী, খাদ্য সামগ্ৰী আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিস্তৰ উন্নতি সাধন কৰিছে পশ্চিম ভাৰতৰ এই ৰাজ্যই। ফলত ৰাজ্যখনত প্ৰচুৰ নগৰীকৰণ হৈছে। কর্ণাটক: নগৰীকৰণৰ ক্ষেত্ৰত কর্ণাটকেও চমকপ্রদ উন্নতি সাধন কৰিছে। ৰাজ্যখনৰ ৰাজধানী বাংগালুৰুক ভাৰতৰ ছিলিকনভেলী ৰূপেও জনা যায়। ৰাজ্যখনত দ্রুত নগৰীকৰণৰ অন্যতম মূল কাৰণ হ’ল প্রযুক্তি আৰু ষ্টার্টআপ বৃদ্ধি পোৱাটো। এইসমূহে মানুহৰ জীৱন ধাৰণ সলনি কৰিছে। বহুতে কৃষিখণ্ডৰ পৰা আন খণ্ডত প্ৰৱেশ কৰিছে। মহীশূৰ, বেলাগাভি, মাংগালুৰু আদিৰো দ্রুত বিকাশ সাধন হৈছে।

অন্ধ্র প্রদেশ: বিভাজিত হোৱাৰ পাছত অন্ধ্র প্রদেশে নগীৰকৰণৰ ক্ষেত্রত বৃহৎ সফলতা অর্জন কৰিছে। চৰকাৰেও বিনিয়োগৰ বাবে বিভিন্ন সুবিধা মুকলি কৰিছে। ৰাজ্যখনৰ ঘাইকৈ আন্তঃগাঁথনি খণ্ডত বৃহৎ বিনিয়োগ ঘটিছে।

উত্তৰ প্ৰদেশ: উত্তৰ প্রদেশেও দ্রুত নগৰীকৰণৰ ক্ষেত্ৰত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত দ্রুত নগৰীকৰণৰ ক্ষেত্ৰত ডিজিটেল আন্তঃগাঁথনিয়ে ভূমিকা পালন কৰিছে। লক্ষ্ণৌ আৰু নয়ডাৰ দৰে মহানগৰৰ নিতৌ উন্নয়ন সাধন হৈ আছে।

পশ্চিমবংগ: দ্রুত নগৰীকৰণৰ ক্ষেত্রত পশ্চিমবংগও দেশৰ ভিতৰত শীর্ষ স্থান দখল কৰিছে। লক্ষ্যণীয় যে কলকাতা মহানগৰীৰ নিতৌ সম্প্ৰসাৰণ ঘটি আছে।

তেলেংগানা: তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ তথ্য-প্রযুক্তি খণ্ড আৰু ষ্টার্টআপৰ হাবত পৰিণত হৈছে। চৰকাৰেও উদ্যোগ অনুকূল আঁচনি গ্রহণ কৰিছে। ফলত ৰাজ্যখনত নগৰীকৰণে সুকীয়া ৰূপ লৈছে।

ওড়িছা: সৌ সিদিনালৈ দৰিদ্ৰ ৰাজ্যৰূপে চিহ্নিত ওড়িছাতো দ্রুত নগৰীকৰণ আৰম্ভ হৈছে। আনকি ৰাজ্যখনৰ কেতবোৰ উদ্যোগৰ ক্ষেত্ৰত হাবত পৰিণত হৈছে। এনে কাৰকে ৰাজ্যখনত দ্রুত নগৰীকৰণ সাধন কৰিছে। স্মার্ট চিটি পৰিকল্পনাই ওড়িছালৈ বিনিয়োগকাৰীৰ সোঁত বোৱাইছে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 10 StateFastest Urbanization Growthindia
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d