Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সামাজিক মাধ্যমত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্রতিবাদত নিহত ১৯

publisher by publisher
September 9, 2025
in India, News
Reading Time: 1 min read
0
সামাজিক মাধ্যমত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্রতিবাদত নিহত ১৯
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Nepal:✒️নিষেধাজ্ঞাৰ প্ৰতিবাদত ৰাজপথত তীব্র প্রতিবাদত জঁপিয়াই পৰা যুৱ-ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰিবলৈ নিয়োগ কৰা হৈছে সেনাবাহিনী। সময় আগবঢ়াৰ লগে লগে প্রতিবাদে ক্রমশঃ হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু ক্ষুব্ধ প্রতিবাদকাৰীয়ে সান্ধ্য আইন ভংগ কৰি তুমুল চৰকাৰবিৰোধী ধ্বনি দি নেপালৰ সংসদ ভৱনত প্ৰৱেশ কৰে।

ADVERTISEMENT

পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে জলবোমা,কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰবৰৰ বুলেট নিক্ষেপ কৰে। নেপাল চৰকাৰৰ বিরুদ্ধে শ্ল’গান দি প্রতিবাদকাৰীসকলে আৰক্ষী-নিৰাপত্তাৰক্ষীলৈ পানীৰ বটল আৰু গছৰ ডাল আদি নিক্ষেপ কৰে। একাংশ প্রতিবাদকাৰীয়ে সংসদ ভবনত প্ৰৱেশ কৰাক লৈ পৰিস্থিতি অধিক জটিল হৈ পৰে।

সূত্ৰত প্রকাশ যে এনে বৃহৎ প্রতিবাদ অব্যাহত থকাৰ মাজতে চৰকাৰে সামাজিক মাধ্যমৰ এপসমূহৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰৰ সম্ভাৱনা আছে।কালি পুৱা কাঠমাণ্ডুৰ বাণেশ্বৰ অঞ্চলত প্রতিবাদ আৰম্ভ হয়।

উল্লেখ্য যে নেপাল চৰকাৰে ৰাষ্ট্ৰখনত ফেচবুক, হোৱাটছএপ, এক্সসহ ২৬টা সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই সিদ্ধান্তৰ বিৰুদ্ধে পুৱাৰে পৰা প্রতিবাদ আৰম্ভ হয়। দিনৰ ভাগত পৰিস্থিতি স্থানীয় আৰক্ষী-প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। ছাত্র-যুব প্রতিবাদকাৰীৰ একাংশই বেৰিকেড ভাঙি নেপালৰ সংসদ ভৱনত প্ৰৱেশ কৰে।

প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰে। ৰবৰ বুলেটো নিক্ষেপ কৰা হয়। এই পৰিস্থিতিত কাঠমাণ্ডৰ গুৰুত্বপূৰ্ণ অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সেনা নিয়োগ কৰা হৈছে। কাঠমাণ্ডুৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সান্ধ্য আইন অধিক অঞ্চললৈ প্ৰসাৰিত কৰা বুলি কয়। আৰম্ভণিতে প্ৰতিবাদৰ উৎসস্থলী কাঠমাণ্ডুৰ বাণেশ্বৰ অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছিল যদিও পৰৱৰ্তী পর্যায়ত কটকটীয়া নিৰাপত্তাৰে পৰিৱেষ্টিত অঞ্চলসমূহ যেনে ৰাষ্ট্ৰপতিৰ বাসগৃহ, শীতল নিবাস, মহাৰাজগুঞ্জৰ লাইনচাউৰত থকা উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, বালুবাতাৰত থকা প্রধানমন্ত্রীৰ বাসগৃহ সিংঘা দৰবাৰৰ চৌপাশ আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহত সান্ধ্য আইন জাৰি কৰা হৈছে।

মুখ্য জিলা বিষয়া চাবিলাল ৰিজালৰ মতে, এইসমূহ অঞ্চলত সান্ধ্য আইন প্ৰসাৰিত হৈছে আৰু নিশা পর্যন্ত অব্যাহত থাকিব। উল্লেখ্য যে আজি এই ঘটনাত এজন সাংবাদিক শ্যাম শ্রেষ্ঠ ৰবৰ বুলেটৰ আঘাতত আহত হয় আৰু সম্প্রতি চিকিৎসাধীন হৈ আছে। প্রতিবাদকাৰীয়ে হিংসাত্মক ৰূপ লোৱাৰ পাছত বৃহৎসংখ্যক লোক আহত হয়। প্রতিবাদ ক্রমশঃ কাঠমাণ্ডুৰ পৰা ৰাষ্ট্ৰখনৰ বিভিন্ন প্রান্তলৈ প্ৰসাৰিত হয়। পোখৰাতো স্থানীয় প্রশাসনে সান্ধ্য আইন জাৰি কৰিছে।

সূত্ৰত প্রকাশ যে প্রতিবাদকাৰীসকলে প্রধানমন্ত্রী কার্যালয়ৰো ক্ষতিসাধন কৰে। এই বিষয়ক লৈ প্রধানমন্ত্রীয়ে জৰুৰীকালীন কেবিনেট বৈঠকৰো আহ্বান জনায়।

কিয় এই প্রতিবাদ?

আপাত দৃষ্টিত প্রতিবাদৰ নেতৃত্বত আছে নেপালৰ ‘জেন জি’ অর্থাৎ তরুণ প্রজন্ম। আজিও প্রতিবাদকালীন সম্মুখৰ শাৰীত আছিল স্কুল-কলেজৰ শিক্ষার্থী। নেপালত ফেচবুক, ইউটিউব আৰু এক্সকে ধৰি বহুকেইটা সামাজিক মাধ্যমৰ ছাইট নিষেধ কৰা হৈছে। যোৱা শুকুৰবাৰৰ পৰা এই নিষেধাজ্ঞা বলবৎ হৈছে।

কমেও ২৬টা অপঞ্জীয়নভুক্ত সামাজিক মাধ্যমৰ প্লেটফৰ্ম চৰকাৰে নিষেধ কৰাৰ পাছত ইয়াৰ ব্যৱহাৰকাৰীসকল ক্ষুব্ধ আৰু বিভ্রান্ত হয়। নেপালত জনপ্রিয় এনে সামাজিক মাধ্যম ছাইট যেনে ইনস্টাগ্রাম, স্নেপচেট আদিৰ লক্ষ লক্ষ ইউজাৰ (ব্যৱহাৰকাৰী) আছে। যিসকলে বিনোদন, বাতৰি আৰু ব্যৱসায়ৰ বাবেও এনে মঞ্চৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে।

সেয়েহে বিশেষকৈ তৰুণ প্রজন্ম চৰকাৰৰ পদক্ষেপত অতি ক্ষুব্ধ হয়। এই জেন জিয়ে ক্ষোভ প্রকাশ কৰি কয় যে চৰকাৰে গভীৰভাবে নিমজ্জিত হৈ থকা দুর্নীতিৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অপাৰগ; অথচ বাক্ স্বাধীনতা মষিমূৰ কৰিবলৈ চেষ্টা চলাইছে। এইদৰে ক্ষোভ ক্রমশঃ ঘনীভূত হয় আৰু আজি হেজাৰ হেজাৰ তৰুণ প্রজন্ম প্রতিবাদকাৰীয়ে ৰাজধানী কাঠমাণ্ডুত সমদল কৰি চৰকাৰক সামাজিক মাধ্যমৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ লগতে দেশখনক কেঁকোৰা চেপা দিয়া দুর্নীতিৰ সংস্কৃতি বন্ধ কৰিবলৈ দাবী জনাই বিক্ষোভ প্রদর্শন কৰে।

এইসকলে অভিযোগ কৰে যে নেপালত গভীৰভাৱে শিপাইছে দুর্নীতিয়ে। এনে যুৱ প্ৰতিবাদকাৰীয়ে কয়, ‘আমি সামাজিক মাধ্যমত নাকী লগাবলৈ কৰা চেষ্টাক লৈ জাগ্ৰত হৈছো যদিও ইয়ে একমাত্র কাৰণ নহয়, আমি সমবেত হোৱাৰ অন্যতম আন কাৰণ হৈছে নেপালত প্রতিষ্ঠানিক রূপ দিয়া দুর্নীতি বন্ধ কৰা। এই দুর্নীতিৰ বিৰুদ্ধে আমি তীব্র প্রতিবাদ জনাইছো।’

মাত্র ২০ বছৰীয়া ছাত্র যুজান ৰাজভাণ্ডাৰীয়ে এই কথা কোৱাৰ লগতে আন এগৰাকী প্ৰতিবাদকাৰী ২০ বছৰীয়া ইকশ্বামা টুমৰ’কে কয় যে নেপাল চৰকাৰৰ স্বেচ্ছাচাৰী মনোভাবৰ বিৰুদ্ধে তেওঁ প্রতিবাদত চামিল হৈছে। তেওঁ কয়, ‘আমি পৰিৱৰ্তন বিচাৰো। বাকীসকলে ইয়াক সহ্য কৰিছে। কিন্তু আমাৰ প্ৰজন্মৰ স’তে ইয়াৰ অন্ত পৰিব লাগিব।’

সামাজিক মাধ্যমৰ নিষেধাজ্ঞাৰ লগে লগে নেপালত ৰাজনীতিকৰ সন্তানে ব্যৱহাৰ কৰা বিলাসী সামগ্রী আৰু ব্যয়বহুল ছুটা উপভোগৰ ভিডিঅ’ টিকটক আদিৰ জৰিয়তে ব্যাপক ৰূপত প্ৰসাৰিত হয়। উল্লেখ্য যে নেপালত এই পর্যন্ত টিকটকত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই।

ভূমিকা ভাৰতী নামৰ প্ৰতিবাদকাৰীগৰাকীয়ে কয়, ‘বিদেশতো দুর্নীতিৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰা হৈছে আৰু ইয়াতো এনে হ’ব পাৰে বুলি চৰকাৰ ভীতিগ্রস্ত হৈছে।’ এই প্রতিবাদৰ নেতৃত্ব দিয়া এজন যুৱকে কয়, ‘আমি ইতিমধ্যে বিজয়ী হৈছো।’ একাংশ যুৱ প্ৰতিবাদকাৰীয়ে দাবী কৰে যে উচটনিমূলক অভিপ্রায়ৰে একাংশ ন্যস্তস্বার্থজড়িত গোষ্ঠীয়ে প্ৰতিবাদকাৰীৰ মাজত প্ৰৱেশ কৰি অপবাদ দিবলৈ বিচাৰিছে।

একাংশ প্রতিবাদকাৰীয়ে জনোৱা মতে, এক তথ্য অনুসৰি, নেপালত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা হ’ব প্রায় এক কোটি ৩৫ লাখ আৰু ইনস্টাগ্রাম ব্যৱহাৰকাৰী হ’ব প্রায় ৩৬ লাখ।

নেপালৰ বৰ্তমানৰ প্রধানমন্ত্রী কে পি শর্মা উলি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিগত কে’বা বছৰ ধৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ আছে। বাষ্ট্ৰখনত বিৰাজময় আর্থিক বৈষম্যৰ বিৰুদ্ধেও ছাত্র-যুৱ সমাজৰ মাজত ক্ষোভ পুঞ্জীভূত হৈছে। সেয়েহে এই পুঞ্জীভূত ক্ষোভৰে কালিৰে পৰা বহিঃপ্রকাশ ঘটে।

অৱশ্যে নেপাল চৰকাৰে দাবী কৰে যে দেশক সুৰক্ষিত ৰাখিবলৈ সামাজিক মাধ্যমৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে। অৱশ্যে বিক্ষোভকাৰীৰ দাবী যে বিৰোধীৰ কণ্ঠস্বৰ দমনৰ বাবেই এনে কৰিছে চৰকাৰে।

কিয় নিষেধ কৰা হৈছে সামাজিক মাধ্যম

নেপালৰ প্রধানমন্ত্রী উলিৰ কেবিনেটে যোৱা ২৮ আগষ্টত সিদ্ধান্ত গ্রহণ কৰিছিল যে আগন্তুক সাত দিনৰ ভিতৰত সামাজিক মাধ্যমসমূহে চৰকাৰীভাবে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে যোগাযোগৰ ঠিকনা ৰাজহুৱা কৰাৰ উপৰি কমেও দুজন বিষয়া নিয়োগ কৰা হৈছিল। বিগত বৰ্ষৰ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ এক নির্দেশ পালন কৰি এই সিদ্ধান্ত গ্রহণ কৰা হয়। যোৱা তিনি আগষ্টত এই নির্ধাৰিত সময়সীমাৰ অন্ত পৰে।

অধিকাংশ সামাজিক মাধ্যমেই নেপাল চৰকাৰৰ নিৰ্দেশ অমান্য কৰে। ইয়াৰ পাছত চাৰি আগষ্টত ফেচবুক, এক্স (পূৰ্বৰ টুইটাৰ), হোৱাটছএপসহ ২৬টা সামাজিক মাধ্যমৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। অৱশ্যে দেশৰ যুৱ সমাজৰ মাজত ক্ষোভৰ উমান পায়েই নেপালৰ নানা অংশত ইন্টাৰনেট সেৱা বন্ধ কৰিছিল চৰকাৰে।

কিন্তু টিকটকৰ ওপৰত নিষেধাজ্ঞা জাৰি নকৰাত ইয়াৰ জৰিয়তেই প্রতিবাদকাৰীসকলে পাৰস্পৰিক যোগাযোগ বৃদ্ধি কৰে।

এক বিবৃতিত কালি নেপাল চৰকাৰে কয় যে মুক্ত চিন্তা আৰু মুক্ত ভাব প্রকাশৰ প্ৰতি তেওঁলোকে সম্মান জনায়। ইয়াৰ সুৰক্ষা দিবলৈ আৰু ক্ষতিকাৰক ব্যৱহাৰৰ বিৰুদ্ধে পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰ দায়বদ্ধ। উল্লেখ্য যে নেপালত পূর্বতেও এনে জনপ্রিয় প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ দৃষ্টান্ত আছে। যোৱা জুলাইত চৰকাৰে টেলিগ্রাম ব্যৱহাৰ বন্ধ কৰি দিছিল।

অনলাইন প্রবঞ্চনা আৰু অবৈধ ধনৰ লেনদেন ৰোধ কৰিবলৈ টেলিগ্রামৰ নিষেধ কৰা বুলি চৰকাৰে যুক্তি দর্শাইছিল। আনকি টিকটকৰ বিৰুদ্ধেও ন মাহ নেপাল চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল। এই সামাজিক মাধ্যম ছাইটটোরে নেপাল চৰকাৰৰ নীতি-নির্দেশনা মানি চলিবলৈ মাস্তি হোৱাত বিগত বৰ্ষৰ আগষ্টত এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছিল।

ইপিনে, আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত এক বিবৃতিৰ জৰিয়তে উদ্যোক্তাসকলে কয় যে সংসদৰ ভিতৰত প্ৰৱেশ কৰাসকলৰ স’তে তেওঁলোকৰ কোনো সম্পর্ক নাই। আৰক্ষীৰ বেৰিকেড ভঙাসকলৰ স’তেও সম্পর্ক নাই বুলি কয়।

উল্লেখ্য যে বিগত মাৰ্চত নেপালত পুনৰ ৰাজতন্ত্র প্রতিষ্ঠাৰ দাবীত কাঠমাণ্ডুত আৰম্ভ হৈছিল বিক্ষোভ। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সেনা নিয়োগ কৰা হৈছিল। এই বিক্ষোভৰ ছমাহ নৌহওঁতেই পুনৰ নেপালত অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি হ’ল। ২০০৮ৰ মে’ত সংবিধান সংশোধন কৰি ২৪০ বছৰীয়া ৰাজতন্ত্র ভাঙি নেপালত গণতান্ত্রিক শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছিল।

২০১৫ত নতুন ধৰ্মনিৰপেক্ষ সংবিধান অনুমোদিত হৈছিল। বিগত ১৭ বছৰত নেপালত ১৩বাৰ চৰকাৰ সলনি হৈছে। হিমালয়ৰ বুকুত অৱস্থিত ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰখনত অৱশ্যে শান্তি আৰু সুস্থিৰতা দীর্ঘস্থায়ী হোৱা নাই। সম্প্রতি নেপালত ক্ষমতাত আছে কমিউনিষ্ট পার্টি অৱ নেপাল (ইউএমএল), ইয়াৰ মুৰব্বী উলি চীন পন্থী বুলি পৰিচিত বাবেই ভাৰতৰ নেপালক লৈ উদ্বেগ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NepalProtestSocial media ban
publisher

publisher

Related Posts

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d