Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Team India in Women’s World Cup final: মহিলা বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাভূত কৰি বিজয়ী টীম ইণ্ডিয়া

publisher by publisher
October 31, 2025
in Sports
Reading Time: 1 min read
0
Team India in Women’s World Cup final: মহিলা বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

India’s women win first Cricket World Cup title:এদিনীয়া ক্রিকেটত বিশ্বজয়ী ভাৰতীয় মহিলা

Asia Cup:ব্লু’আৰ্মিৰ হাতত ধৰাসায়ী পাকিস্তান

চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

Team India in Women’s World Cup final:

জেমাইমা ৰড্রিগেজৰ অবিস্মৰণীয় শতৰাণৰ সহায়ত মহিলা বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। বৃহস্পতিবাৰৰ ছেমি ফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াক ভাৰতে পাঁচ উইকেটত পৰাজিত কৰে। দলৰ জয়ত প্রধান ভূমিকা পালন কৰি জেমাইমাই ১২৭ ৰাণত অপৰাজিত হৈ ৰয়।

ADVERTISEMENT

খেলৰ আগলৈকে প্রতিযোগিতাত অবিজিত হৈ ৰোৱা সাতবাৰৰ চেম্পিয়ন অস্ট্রেলিয়াই কালি ত্ৰিশতাধিক ৰাণ কৰিও শেষ হাঁহি মাৰিব নোৱাৰিলে। জয়ৰ বাবে প্রয়োজনীয় ৩৩৯ ৰাণ ভাৰতে নটা বল বাকী থকা অৱস্থাতে সংগ্ৰহ কৰে। ইয়াৰ দ্বাৰা মহিলাৰ এদিনীয়া বিশ্বকাপত সর্বাধিক ৰাণ অনুসৰণ কৰি সফল হোৱা দলত পৰিণত হ’ল ভাৰত।

প্রথমে বেটিং কৰি অস্ট্রেলিয়াই ৩৩৮ ৰাণত ইনিংছ সামৰে। অপেনাৰ ফিবি লিচফিল্ডে ৯৩টা বলত ১১৯ ৰাণ কৰাৰ উপৰি এলিছে পেৰীয়ে ৭৭ আৰু এছলে গার্ডনাৰে ৬৩ ৰাণৰ বৰঙণি যোগায়। অৱশ্যে অন্তিম সময়ত ভাৰতীয় বলাৰে উপর্যুপৰি উইকেট দখল কৰি দলটোক অধিক ৰাণ কৰাত বাধা দিয়ে। দুৰম্ভ ফৰ্মত থকা স্মৃতি মন্ধানা (২৪) আৰু শেফালী বার্মা (১০) সোনকালে আউট হ’লেও জেমাইমাই অধিনায়ক হৰমনপ্রীত কৌৰ (৮৯)ৰ স’তে ১৬৪ ৰাণৰ যুটি গঢ়ি জয়ৰ ভেটি স্থাপন কৰে। পাছত দীপ্তি শর্মা (২৪) ৰিচা ঘোষ (২৬) আৰু অমনজ্যোৎ কৌৰ (১৫ অপঃ) ক লগত লৈ জেমাইমাই প্রায় অসাধ্য সাধন কৰে। তেওঁ ১৩৪টা বলত ১৪টা বাউণ্ডেৰী মাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sports newsteam india finalwomen world cup cricket
publisher

publisher

Related Posts

মাত্র এসপ্তাহতে দুটা বিশ্ব অভিলেখ হেৰুৱালে শচীনে
News

September 16, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্

March 30, 2026
T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত
Sports

T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত

March 6, 2026
বিচিচিআইৰ বাৰ্ষিক চুক্তিত উমা ছেত্রী
News

বিচিচিআইৰ বাৰ্ষিক চুক্তিত উমা ছেত্রী

February 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d