Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Borjaha MV School:নগাঁৱৰ বৰজহা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি

২৫ ডিচেম্বৰত ৰাজহুৱা সভা আহ্বান

publisher by publisher
December 8, 2025
in Uncategorized
Reading Time: 1 min read
0
Borjaha MV School:নগাঁৱৰ বৰজহা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

Borjaha MV School:

নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত বৰজহা মজলীয়া বিদ্যালয়-এ আগন্তুক ২০২৬ ত ভৰি থব শতবৰ্ষত । ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শতবৰ্ষ উদযাপনৰ লক্ষ্যৰে আজি বিদ্যালয়ৰ সভাগৃহত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয় । বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বিতোপন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই ।

ADVERTISEMENT

বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰাৰ উপৰিও চলিত বৰ্ষৰ ২৫ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত ৰাজহুৱা সভা আহ্বান কৰিবলৈ এখন এঘাৰজনীয়া আহ্বায়ক সমিতি গঠন কৰি দিয়া হয় । সভাৰ সিদ্ধান্ত অনুসৰি আহ্বায়ক সমিতিত অন্তৰ্ভুক্ত হোৱা সদস্য কেইজন হৈছে বিতোপন দাস, তৰুণ চন্দ্ৰ দাস, প্ৰবীন মজুমদাৰ, গৌৰীশংকৰ বৰা, দুৰ্লভ বৰা, পৰাগ বৰা, জ্যোতিপ্ৰসাদ বৰা, মনোজ শৰ্মা, দিপাংকৰ হাজৰিকা, দিপাংকৰ শৰ্মা আৰু দ্বীপজ্যোতি বৰা ।

উল্লেখ্য যে, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বিশ বছৰ পূৰ্বেই অৰ্থাৎ ১৯২৭ চনতেই নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ বৰজহা গাঁৱত স্থাপন হৈছিল বৰজহা মজলীয়া বিদ্যালয় । অঞ্চলটোৰ একাংশ দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লোৱা এই শিক্ষানুষ্ঠানখনি হৈছে নগাঁও জিলাৰ এক অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান । শতিকা প্ৰাচীন এই শিক্ষানুষ্ঠানখনত এসময়ত বৰজহা, দক্ষিণপাটৰ উপৰিও ম’হমৰীয়া, কৃষ্ণাইখাট, ডাকৰঘাট, ঘাঁহী, হাতীগড়, দেউৰীগাঁও, বালিগাঁও, বৰক’লা গাঁৱৰ পৰাও শিক্ষাৰ্থী আহি অধ্যয়ন কৰিছিল ।

সেয়ে এনে এখন শিক্ষানুষ্ঠানৰ শতবৰ্ষ উদযাপন কৰাটো এক পৰম সৌভাগ্যৰ বিষয় বুলি অভিহিত কৰি প্ৰস্তুতিমূলক সভাত উপস্থিত ৰাইজে এইক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় । ইপিনে, আগন্তুক ২৫ ডিচেম্বৰত বিয়লি ১.০০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাখনত অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰো উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শতবৰ্ষ উৎসৱ প্ৰস্তুতিৰ আহ্বায়ক সমিতিখনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: barjahaBarjaha ME SchoolCentennial Celebration PreparationNagaon
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d