Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

LGBIA New Terminal :আজি উদ্বোধন হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল

কেনে ধৰণৰ নতুন টাৰ্মিনেল ,জানো আহক

publisher by publisher
December 20, 2025
in Assam
Reading Time: 1 min read
0
LGBIA New Terminal :আজি উদ্বোধন হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Shillong-bound flight makes emergency landing at Borjhar:দিল্লীৰ পৰা উৰা মৰা বিমানত বোমাতংক

Registration fee for building purchase increased to 40 per cent:অট্টালিকা ক্রয়ত ৪০ শতাংশলৈ বৃদ্ধি পঞ্জীয়ন মূল্য

Hotter Weather In Assam:আজি পুনৰ উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক

LGBIA New Terminal :

আজি বিয়লি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভৰৱে শুভ উদ্বোধন কৰিব বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল ।

ADVERTISEMENT

কেনেধৰণৰ টাৰ্মিনেলটো, জানো আহক :-

বাঁহ আৰু অৰ্কিড তথা বিনন্দীয়া প্ৰাকৃতিক শোভাৰ প্ৰতিফলনেৰে ভাৰতৰ প্ৰথমটো টাৰ্মিনেল ৷ উত্তৰ – পূৰ্বাঞ্চল ৰাজ্য কেইখনৰ পৰা আহৰণ কৰা প্ৰায় ১৪০ মেট্ৰিক টন বাঁহৰ ব্যৱহাৰ হৈছে টাৰ্মিনেলৰ চৌপাশ ৷ কপৌফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ৫৭ টা স্তম্ভ ৷ একেদৰে আৰণ্যক শোভা প্ৰদানৰ বাবে একলাখ গছপুলিৰ সমাহাৰ হৈছে টাৰ্মিনেলত ৷ আনহাতে প্ৰাকৃতিক পোহৰৰ বাবে স্বচ্ছ ছাদৰো ব্যৱস্থা কৰা হৈছে ৷ টাৰ্মিনেলৰ এলেকা প্ৰায় ১.৪ লাখ বৰ্গমিটাৰ।

আনহাতে বছৰি যাত্ৰীৰ সেৱা বৰ্তমানৰ ৬৬ লাখৰ পৰা ১.৩ কোটি লক্ষ্যস্থিৰ কৰা হৈছে। একেদৰে আগন্তুক পাঁচটা বৰ্ষত ছয় সহস্ৰাধিক নিয়োগ সৃষ্টি কৰাৰো লক্ষ্য স্থিৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে যাত্ৰীকেন্দ্ৰীক সুবিধা সৰলীকৰণ কৰি ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে নতুন টাৰ্মিনেলত পাকিং এলেকা আৰু এৰাইভেল ফ’ৰক’টত চেক-ইনৰ তাৎক্ষণিক ব্যৱস্থা সংযোজিত কৰা হৈছে ৷ তদুপৰি নিৰাপত্তাজনিত পৰীক্ষাৰ বাবে ক্ষিপ্ৰ তথা হস্তক্ষেপবিহীন সম্পূৰ্ণ শৰীৰৰ স্কেন ব্যৱস্থাৰ লগতে DigiYatraৰ জৰিয়তে প্ৰত্যেক খন দ্বাৰতে মুখমণ্ডল চিনাক্তকৰণ ব্যৱস্থাও কৰা হৈছে I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: borjhar guwahatiGrand openingLgbia new terminal
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d