Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা

আইফোনৰ বাবে যমুনাত জাঁপ দিলে দুই সন্তানৰ পিতৃয়ে

publisher by publisher
August 24, 2026
in India, News
Reading Time: 1 min read
0
মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

Horoscope : দিনটোৰ ৰাশিফল

iPhoneEMI : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ ছম্ভাজিনগৰত এটা আইফোনৰ বাবেই এটা তিনিজনীয়া পৰিয়াল নিঃশেষ হোৱাৰ পাছত অনুৰূপ শিহৰণকাৰী ঘটনা সংঘটিত হ’ল দিল্লীত।

ADVERTISEMENT

বিলাসী আইফোনৰ মাহিলি কিস্তি (ইএমআই) পৰিশোধত ব্যৰ্থ হৈ এজন দুই সন্তানৰ পিতৃয়ে যমুনা নৈত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়। সৌভাগ্যবশতঃ লোকজনক আৰক্ষীয়ে জীৱিত অৱস্থাত উদ্ধাৰ কৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে, দক্ষিণ-পূব দিল্লীৰ ওখলাৰ নিৱাসী দীপক কুমাৰে কিছুদিন পূর্বে এটা দামী আইফোন ক্রয় কৰে। ইয়াৰ বাবদ তেওঁ মাহিলি কিস্তি পৰিশোধ কৰিবলগীয়া হয়। নাচ শিকায় আৰু ফুলৰ বাগিচাত মালিৰ কাম কৰি জীৱিকা অৰ্জন কৰা দীপকৰ আয় যোৱা মাহৰ পৰা হ্রাস পাবলৈ ধৰে।

ফলত তেওঁ আইফোনৰ ইএমআই পৰিশোধ কৰাত অসমর্থ হয়। ইয়ে তেওঁৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰে। অৱশেষত আত্মহত্যাৰ উদ্দেশ্যে যমুনা নৈত জাঁপ দিয়ে দীপক বিবাহিত হোৱাৰ উপৰি দুই সন্তানৰ পিতৃও।

উল্লেখ্য যে যোৱা ২১ আগষ্টত মহাৰাষ্ট্ৰৰ ছন্তাজিনগৰত এজন ১৮ বছৰীয়া যুৱকে পিতৃয়ে আইফোন ক্ৰয় কৰি নিদিয়াৰ ক্ষোভত এখন পাহাৰৰ ওপৰৰ পৰা উলিয়াই আত্মহত্যা কৰে। তেওঁক বচাবলৈ গৈ তেওঁৰ পিতৃৰো পাহাৰৰ ওপৰৰ পৰা পৰি মৃত্যু হয়।

এই দৃশ্য প্রত্যক্ষ কৰি থকা যুৱকজনৰ মাতৃয়েও পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। এই শিহৰণকাৰী ঘটনা আজিও দেশত চর্চিত হৈ আছে। এনে অৱস্থাতে দিল্লীৰ ঘটনাটো সংঘটিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল
Assam

শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

August 24, 2026
পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই
India

পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

August 24, 2026
ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুঃ এঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই

August 23, 2026
অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ
International

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

August 23, 2026
তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু
Assam

তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

August 23, 2026
ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত মাজনিশা অবৈধ বালি-পলস খননক লৈ উত্তেজনা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d