Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

publisher by publisher
October 4, 2026
in International, News
Reading Time: 1 min read
0
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাৰ সীমান্তত ‘ষ্ট্ৰেঞ্জাৰ থিংছ’ৰ ৰক্তপীপাসু দানৱ ‘ডেমোগর্গন’!

অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা

NobelPeacePrize: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ইৰানী শাসকৰ কঠোৰতাৰ ভুক্তভোগী দেশখনৰ ন’বেলপ্রাপক নাৰী অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীয়ে সম্প্ৰতি বিচ্ছেদৰ বেদনাত বিধুৰ হৈছে। শাসকৰ ৰোষত পৰা মহম্মদীয়ে ২০০৯ৰ পৰাই ইৰানৰ বাহিৰলৈ যাত্ৰা কৰিব পৰা নাই। শেহতীয়াভাৱে তেওঁৰ আত্মজীৱনী প্রকাশ পাইছে।

ADVERTISEMENT

এই আত্মজীৱনীত তেওঁ বেদনাসিক্ত কণ্ঠৰে কৈছে, ‘পুত্র-কন্যাক পুনৰ নেদেখাকৈয়ে হয়তো মই মৃত্যুক সাবটি ল’ব লাগিব।’ মহম্মদীৰ এই আত্মজীৱনী অলপতে পেৰিছত উন্মোচন কৰা হয়। ‘এ অ’মেন নেভাৰ ষ্টপছ ফাইটিং’ শীর্ষক মহম্মদীৰ এই আত্মজীৱনী উন্মোচনী অনুষ্ঠানত তেওঁৰ কিশোৰ পুত্ৰ আলী ৰহমানীয়েও উপস্থিত থাকে।

মাতৃৰ এই দুদর্শাপূর্ণ জীৱনৰ বাবে মহম্মদী দোষী নহয় বুলি আলীয়ে অনুষ্ঠানত মন্তব্য কৰে। তেওঁ কয়, ‘মোৰ মাতৃৰ এই দুদর্শাৰ বাবে কেৱল ইৰানৰ শাসক দায়ী। এই অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাৰ বাবে মোৰ মাতৃয়ে নিজকে দোষাৰোপ কৰাৰ প্রয়োজন নাই।’

ইৰানৰ শাসকে অনেক পৰিয়াল ধ্বংস কৰিছে। মাতৃ আৰু পুত্ৰসকলৰ লগতে পিতৃসকলকো ধ্বংস কৰা হৈছে আৰু হত্যা কৰা হৈছে বুলি আলীয়ে আক্ষেপ প্রকাশ কৰে। মাতৃৰ বেদনা মিশ্রিত এই কথাই তেওঁক গভীৰভাৱে পীড়িত কৰা বুলিও কিশোৰজনে উল্লেখ কৰে।

অনুষ্ঠানত আলীৰ যমজ ভগ্নী কিয়ানা ৰহমানীয়ে কয় যে ২০০৯ৰ পৰাই তেওঁলোকৰ মাতৃয়ে ইৰানৰ বাহিৰলৈ যাত্রা কৰিব পৰা নাই। তেওঁলোকৰ মাতৃৰ পাৰপত্ৰও নাই। সীমাহীন যন্ত্রণা ভোগ কৰি থকা মাতৃক লৈ গর্বিত বুলিও কিয়ানাই মন্তব্য কৰে। উল্লেখ্য যে সম্প্রতি ৪৫ বছৰীয়া নাৰ্গেছ মহম্মদীক যোৱা মে’ত স্বাস্থ্যজনিত কাৰণত ইৰানৰ শাসকে কাৰাগাৰৰ পৰা মুক্তি দিয়ে।

ইয়াৰ পূৰ্বে যোৱা বছৰ তেওঁক ইৰান চৰকাৰে গ্ৰেপ্তাৰ কৰাইছিল। অৱশ্যে নাৰী অধিকাৰ আৰু মৃত্যুদণ্ডাজ্ঞাৰ বিৰুদ্ধে সৰৱ হৈ অহা মহম্মদীয়ে এক দশকৰো অধিক কাল কাৰাবন্দী জীৱন কটাবলগীয়া হৈছে। ২০২৩ত তেওঁক ন’বেল শান্তি বঁটা প্রদান কৰা হয়। মাতৃৰ হৈ এই বঁটা গ্রহণ কৰে তেওঁৰ পুত্র-কন্যাই। তেওঁৰ পুত্র-কন্যাই পেৰিছত বাস কৰে।

অলপতে পেৰিছত অনুষ্ঠিত মহম্মদীৰ আত্মজীৱনী মুকলি অনুষ্ঠানৰ প্ৰাক্ষণত তেওঁৰ স’তে যোগাযোগ কৰে নৰৱেৰ ন’বেল সমিতিৰ অধ্যক্ষ জর্গেন ফ্লাইডনেছে।

তেওঁৰ স’তে কথোপকথনৰ সময়ত মহম্মদীক উৎসাহিত যেন বোধ হৈছিল বুলি ফ্লাইডনেছে সদৰী কৰিছিল। তৎসত্ত্বেও মহম্মদী শাৰীৰিকভাৱে অসুস্থ হৈ আছে। তেওঁ হৃদৰোগত আক্রান্ত হৈ আছে। তেওঁক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰাটোও নিশ্চিত। মহম্মদীয়ে তেওঁৰ এই আত্মজীৱনীত নিজকো সমালোচনা কৰিছে।

নিজকে তেওঁ ‘বেয়া মাতৃ’ বুলি আখ্যা দিছে। তেওঁৰ মাতৃত্বক তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে বুলিও মহিলাগৰাকীয়ে আক্ষেপ প্রকাশ কৰিছে। আনহাতে, আত্মজীৱনীখনৰ ফৰাছী ভাষা খণ্ডৰ সম্পাদকীয় সহায়ক ইনেছ বণ্ডেনবার্গেনে কয়, ‘এই আত্মজীৱনীয়ে আমাক সোঁৱৰাই দিছে যে আমি কেতিয়াও আমাৰ অধিকাৰ আৰু আমাৰ স্বাধীনতাৰ বাবে যুঁজ বন্ধ কৰিব নালাগে আৰু আটাইতকৈ শক্তিশালী অস্ত্র হৈছে শব্দ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আমেৰিকাৰ সীমান্তত ‘ষ্ট্ৰেঞ্জাৰ থিংছ’ৰ ৰক্তপীপাসু দানৱ ‘ডেমোগর্গন’!
International

October 24, 2026
অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা
Entertainment

অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

October 24, 2026
১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা
Assam

১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা

October 24, 2026
বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ
Assam

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

October 24, 2026
হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল
International

হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

October 24, 2026
দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d