Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ ফলত ক্ষতিগ্ৰস্ত পুৰোহিত সমাজ 

publisher by publisher
April 26, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ ফলত ক্ষতিগ্ৰস্ত পুৰোহিত সমাজ 
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

পুৰোহিতৰ সমস্যা অনুধাৱন কৰি ইতিবাচক পদক্ষেপ গ্ৰহণৰ আহবান

ADVERTISEMENT

দীঘলীয়া তলাবন্ধৰ ফলত দেশ তথা ৰাজ্যৰ লগতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে পূব কামৰূপ অঞ্চলৰ পুৰোহিত সমাজ ৷ অঞ্চলটোৰ ভিতৰত পিংগলেশ্বৰ দেৱালয়, মদনকামদেৱ দেৱালয়, গোপেশ্বৰ দেৱালয়, দ্বীপ্তেশ্বৰী দেৱালয়, কুৰ্ম মাধব দেৱালয় সহ কেইবাখনো দেৱালয় যোৱা ২৫মাৰ্চৰ পৰা এক প্ৰকাৰ বন্ধ হৈ আছে ।পূব-কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি দণ্ডধৰ শৰ্মা আৰু সম্পাদক অপূৰ্ব শৰ্মাই  জনোৱা অনুসৰি তলাবন্ধৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা লোকৰ ভিতৰত আছে পুৰোহিত সমাজ । পূব-কামৰূপ পুৰোহিত সন্মিলনৰ অধীনত থকা ৰান্ধনী, যোগালী আৰু পুৰোহিত মিলি ৩০০লোক এই সময়ত কৰ্মহীন হৈ দিন পাৰ কৰিছে  । ধৰ্মীয় মঠ-মন্দিৰ সমূহত থাকি ৰান্ধনী, যোগালী আৰু পুৰোহিত হিচাপে জীৱন অতিবাহিত কৰা পৰিয়াল বোৰত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।

প্ৰাপ্ত তথ্য মতে,  তলাবন্ধৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে  পুৰোহিত সকল । দৰ্শনাৰ্থীৰ অভাৱ আৰু তলাবন্ধ চলি থকা হেতুকে পূব কামৰূপ অঞ্চলৰ ধৰ্মীয় মঠ মন্দিৰৰ ৰান্ধনী, যোগালী আৰু পুৰোহিত শ্ৰেণীৰ পৰিয়ালত এতিয়া  খাদ্য সংকটে দেখা দিছে । পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি, সম্পাদকে প্ৰকাশ কৰা মতে পুৰোহিত সকলক সদায় সমাজৰ উচ্চ আসন অলংকৃত কৰি অহা হয় । ইয়াৰ বাবে পুৰোহিত সকলক অন্য চৰকাৰী শিক্ষক-কৰ্মচাৰীৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে  সততে সহায় কৰিবলৈ আগবাঢ়ি নাহে ।  তদুপৰি ব’হাগ মাহত হিন্দু ধৰ্মৰ লোক সকলৰ মাজত একমাত্ৰ তলাবন্ধৰ বাবে মাংগলিক পৰ্ববোৰ বাতিল কৰা হৈছে । গতিকে মঠ-মন্দিৰৰ উপৰিও মাংগলিক অনুষ্ঠান বোৰ বাতিল হোৱাৰ ফলতো আৰ্থিক ভাৱে ক্ষতি হৈছে পুৰোহিত সকলৰ। এনে সংকটৰ মাজত থাকিও পূব-কামৰূপ পুৰোহিত সন্মিলনৰ তৰফৰ পৰা অসম আৰোগ্য নিধিত ১০ হেজাৰ টকা জমা দি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে পুৰোহিত সমাজে । তদুপৰি পূব-কামৰূপ পুৰোহিত সন্মিলনীয়ে তেওঁলোকৰ অধীনৰ সকলো ৰান্ধনী, যোগালী আৰু পুৰোহিত সকলক সামান্য ভাবে  আৰ্থিক সকাহ দি সংকট নিৰাময়ৰ চেষ্টা কৰিছে।

ৰাজ্য চৰকাৰ অথবা জিলা প্ৰশাসনৰ ফালৰ পৰা এনে পৰিস্থিতিত  পুৰোহিত সকলৰ বাবে বিশেষ আঁচনি হাতত লোৱাৰ দাবী উত্থাপন কৰে পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি দণ্ডধৰ শৰ্মাই । অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত শ্ৰেণীৰ লোকৰ সমস্যাৰ দিশ অনুধাবন কৰি এক ইতিবাচক আৰু গঠন মূলক  পদক্ষেপ হাতত লব লাগে  বুলি দাবী জনাই পূব-কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি আৰু সম্পাদকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়
Assam

October 7, 2026
Dainik Agradoot Today’s Edition: 7th Oct 2026

মঙলদৈত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ সামৰণি

October 6, 2026
অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d