Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দৈনিক অগ্ৰদূতৰ সাংবাদিকৰ বাতৰি আৰু তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীৰ তৎপৰতা 

publisher by publisher
May 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
দৈনিক অগ্ৰদূতৰ সাংবাদিকৰ বাতৰি আৰু তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীৰ তৎপৰতা 
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

চিৰাঙৰ এগৰাকী বৃদ্ধাৰ কৰুণ অৱস্থা । ধুমুহা-বৰষুণকো সহ্য কৰি  বিভিন্ন জনে দিয়া খাদ‍্য খাই উৰণীয়া সেতুৰ তলত জীৱন নিৰ্বাহ কৰি আহিছে বৃদ্ধাগৰাকীয়ে । যোৱা ২৫ এপ্ৰিল এই বাতৰি প্ৰকাশ হোৱাৰ পিচতে চিৰাং জিলা আৰক্ষী অধীক্ষকে গুৰুত্ব সহকাৰে লৈ বৃদ্ধাগৰাকীৰ চিকিৎসাৰ অন্তত আজি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰে। উৰণীয়া সেতুৰ তলত জীৱন নিৰ্বাহ কৰা  চিৰাঙৰ ষাঠীৰ উৰ্দ্ধৰ বৃদ্ধাগৰাকীৰ নাম মামনি সাহায় । লগতে নিজকে কোকৰাঝাৰ জিলাৰ গোসাইগাওৰ বাসিন্দা বুলি পৰিচয় দিয়ে যদিও নিজৰ বুলি কোনো আত্মীয় স্বজন নাই বুলিও জনায় বৃদ্ধাগৰাকীয়ে। অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বাবে সৰুতে কোনো লোকে চিৰাং জিলাৰ ঢালিগাঁওৰ বৰতালোৱাত আনি চাহৰ দোকানত থৈছিল। তেতিয়াৰ পৰাই এইখন বজাৰতে থাকি চাহৰ দোকানত কাম কৰিয়ে জীৱন অতিবাহিত কৰিলে । সংসাৰীক জীৱনৰ পৰা আঁতৰি থকাৰ পাছত এতিয়া বয়সে ৬০ ৰ দেওনা পাৰ কৰিলে ।
এতিয়া অচল অৱস্থাৰে কামো কৰিব নোৱাৰে। সেয়ে এতিয়া জিলাখনৰ ঢালিগাঁওৰ বৰতালোৱা বজাৰত ভিক্ষা কৰি যি পায় তাকেই খায় আৰু  নিশাটো ধুমুহা বৰষুণ নেওচি ৩১ (চি) ৰাষ্ট্ৰীয় ঘাই পথৰ উৰণীয়া সেতুৰ তলতে পাৰ কৰে নিশা। এক দুৰ্বিসহ জীৱনৰ শেষ বয়সত দুৰ্ভগীয়া বৃদ্ধা গৰাকীয়ে  এইদৰেই জীৱন কটোৱাৰ পাছতো কোনো দল-সংগঠন, বেচৰকাৰী সংস্থা বা চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই । বৃদ্ধা গৰাকীয়ে এতিয়া তলাবন্ধৰ সময়ত বজাৰসমূহ বন্ধ হোৱাত খাদ‍্যৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হৈছে  । ইপিনে, তলাবন্ধৰ ফলত এই সময়ত কোনো বৃদ্ধাশ্ৰমত লোৱাৰো উপায় নাই । সেয়ে কোনো সদাশয় লোক নতুবা বেচৰকাৰী সংস্থা বা চৰকাৰী ভাৱে ব‍্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় লোকে । যাতে বৃদ্ধাগৰাকীয়ে থকা আৰু খোৱাৰ নিম্নতম সুবিধা খিনি লাভ কৰে এই শেষ বয়সত । এই আবেদনেৰে বৃদ্ধাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচত  চিৰাং জিলা আৰক্ষীৰ দৃষ্টিগোচৰ হয়।
তাৰ পিচতে  জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশত বৃদ্ধাগৰাকীৰ ওচৰত উপস্থিত হয় জিলা সদৰ উপ-আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰা। আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ থকা-খোৱা তথা বিভিন্ন দিশৰ তথ্য সংগ্ৰহৰ অন্তত  বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসা কৰাৰ লগতে চিৰাঙৰ চাপাগুৰীৰ বেচৰকাৰী সংস্থা মিচনাৰীছ অৱ চেৰিটিৰ সহযোগত গোৱালপাৰাত থকা তেওঁলোকৰ বৃদ্ধাশ্ৰমলৈ আজি আনুষ্ঠানিক ভাৱে প্ৰেৰণ কৰে। জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই ক্ষেত্ৰত কয় যে এই ধৰণৰ মানৱীয় সংকটৰ যিকোনো দিশত তথ্য পোৱাৰ লগে লগে সেয়া সমাধানৰ চেষ্টা কৰে আৰক্ষীয়ে । যিদৰে আজিৰ ঘটনাও জিলা প্ৰশাসনৰ সহযোগত সমাধান কৰিবলৈ সক্ষম হয় । সংবাদ মাধ্যমৰ সহযোগত চিৰাং জিলা আৰক্ষীৰ তৎপৰতাৰে বৃদ্ধাগৰাকীৰ সু-ব‍্যৱস্থা কৰাত বিভিন্ন জনে আৰক্ষীৰ লগতে সংবাদ মাধ‍্যমৰ শলাগ লয়। লগতে চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙ আৰু স্থানীয় লোক যি সকলে প্ৰত্যেক দিনাই বৃদ্ধা গৰাকীক প্ৰত‍্যক্ষ কৰিছিল তেওঁলোক সকলোৱে সংবাদ মাধ‍্যমৰ শলাগ লয়।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamFIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d