■ আজিৰ পৰা অসমত ১৮-৪৪ বছৰ বয়সৰ ভিতৰৰ লোকসকলক প্ৰদান কৰা হ’ব প্ৰতিষেধক ।
■ ইতিমধ্যে ভাৰত বায়’টেকৰ পৰা আহি পাইছে ডেৰ লাখ ভেকচিন ।
ADVERTISEMENT
■ গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকসকলক ভেকচিন প্ৰদান কৰা হ’ব ।
■ প্ৰথম পৰ্যায়ত এশজন সংবাদ কৰ্মীক প্ৰতিষেধক দিয়া হ’ব ।
■ GMCH ত ১৮ৰ ঊৰ্ধ্বৰ বিশেষভাৱে সক্ষম আৰু ক’মৰ্বিডিটী থকাসকলক প্ৰতিষেধক দিয়া হ’ব ।
■ সাত মে’ৰ পৰা ১৮ৰ ঊৰ্ধ্বৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰা হ’ব ।






























