Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

পঞ্চদশ অসম বিধানসভাত ৰাজ্যপালে প্ৰদান কৰা অভিভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ

সদনক সম্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

publisher by publisher
May 24, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
পঞ্চদশ অসম বিধানসভাত ৰাজ্যপালে প্ৰদান কৰা অভিভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিৰ্বাচিত হৈ অহা প্ৰতিগৰাকী বিধায়কক মুখ্যমন্ত্ৰীৰ অভিনন্দন আৰু আদৰণী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিক প্ৰাণ দিছিলে, ঐতিহ্য দিছিলে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷

ADVERTISEMENT

জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে দিনটোৰ ২৪ ঘণ্টাই কাম কৰি যাব ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক স্মৰণ মুখ্যমন্ত্ৰীৰ৷ তেওঁলোকৰ আদৰ্শৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ৷

Live From Assembly. https://t.co/p4lX9voJgb

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 24, 2021

সদনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, ভাৰতবৰ্ষৰ প্ৰবহমান ঐতিহ্যই আমাক চিৰদিন চহকী কৰি ৰাখিছে । কল্যাণমুখী ৰাষ্ট্ৰৰ ধৰ্ম হৈছে যিসকল যুগে যুগে পিছপৰি আছে তেওঁলোকক উন্নতিৰ বাট দেখুওৱা। চাহ জনজাতিৰ উন্নয়নৰ বাবে আমি নিৰন্তৰ কাম কৰি আছো বুলি উল্লেখ কৰি তেওঁ কয় যে, যোৱা পাঁচটা বছৰে সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ যি উন্নয়নৰ কথা কৈ আহিছিল সেই উন্নয়নৰ গতি আমি খৰতকীয়া কৰিবলৈ চেষ্টা কৰিম। যোৱা পাঁচ বছৰে আৰম্ভ কৰা উন্নয়নৰ ধাৰাবাহিকতা আগন্তুক দিনত অব্যাহত ৰাখিম৷

প্ৰথমবাৰৰ বাবে অসমত অকংগ্ৰেছী চৰকাৰে ধাৰাবাহিকভাৱে দুবাৰ বিজয়ী হৈ অসমৰ ৰাজনীতিত এক নতুন অধ্যায় সৃষ্টি কৰিলে। কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তেজৰ ফাকু বৈছিল আমাৰ হৃদয়ত গভীৰ বেদনা হৈছিল৷
যোৱা পাঁচ বছৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছো‌‌ ৷ সোণোৱাল ডাঙৰীয়াই মূল্যবোধৰ এক নতুন ৰাজনীতি প্ৰতিষ্ঠা কৰিলে।

The last 5 years have been an era of peace and progress in Assam.

Farmers have seen unprecedented progress and 22 lakh families have benefitted from Orunodoi and pension schemes. pic.twitter.com/ckO1Ea0Rvn

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 24, 2021

বিৰোধী পক্ষৰ প্ৰতিটো কথাৰ উত্তৰ চৰকাৰী পক্ষৰ লগত থাকিব। যোৱা পাঁচ বছৰত কংগ্ৰেছৰ শাসনত বিদ্বেষৰ বীজ ৰোপণ হৈছিল ৷ আমাৰ কাৰ্যকালত শান্তিৰ মলয়া বতাহ হৈছে ৷ ইতিহাসে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক অন্যতম সফল চৰকাৰ বুলি গণ্য কৰিব৷ বিৰোধীয়ে দুটা কথা অধিক কোৱাৰ স্বাৰ্থত সদনৰ সময় বৃদ্ধিত আমাৰ কোনো আপত্তি নাই। চৰকাৰখন ৰেলপথৰ পৰা আঁতৰি গলে ৰেলপথলৈ ঘূৰাই অনাত বিৰোধীয়ে কথা কওক।

যোৱা ৫ বছৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছোঁ। pic.twitter.com/KRAYOnEg4h

— Chief Minister Assam (@CMOfficeAssam) May 24, 2021

গতিশীল আৰু প্ৰাণৱন্ত এখন বিধানসভা অসমৰ ৰাইজৰ অধিকাৰ। চৰকাৰখন যদি ৰে’লপথৰ পৰা আঁতৰি গৈছে তেতিয়াহ’লে চৰকাৰখনক পথলৈ উভতাই অনাৰ দায়িত্ব বিৰোধীৰ ৷ লবীত আমাৰ কথা নহয়, বিধানসভাত কথা হ’ব ৷ ৰাইজৰ আশা-আকাংক্ষা আমি পূৰণ কৰিব৷ শান্তিৰ অসম নতুন প্ৰজন্মৰ অধিকাৰ ৷ ৰিতুল শইকীয়া মুকলি কৰাৰ বাবে আলফাক ধন্যবাদ ৷ কাৰ্বি আংলঙৰ শান্তি চুক্তি কৰাৰ দিশত আমি আগবাঢ়িছো ৷

বিধায়ক অখিল গগৈক আহল-বহলকৈ বাছত বহুৱাই অনা হৈছে ক’ভিড প্ৰট’কল মানি ৷ পশ্চিমবংগই এটা বছৰত লাভ কৰা সাফল্যতকৈ অসমে স্বাস্থ্য খণ্ডত অধিক সাফল্য লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । যোৱা পাঁচ বছৰত আমি কাম কৰিছো ৷ স্বাক্ষৰতাৰ দিশত আমি শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত আছো৷ ক’ভিড ব্যৱস্থাপনাত আমি শীৰ্ষ ৰাজ্যৰ ভিতৰত থাকিম ৷ ছিক্কিমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যক অক্সিজেন অসমে দিছে৷ পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান ৷

ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু ধনৰ প্ৰয়োজন ৷ সেয়েহে আমি লাহে লাহে এই দিশত অগ্ৰসৰ হ’ব লাগিব ৷ ক’ভিডৰ ৰিকভাৰী ৰেট, মৰ্টেলিটী ৰেট আৰু ডিজিজ বাৰ্ডেন ৰেটৰ দিশত অসমে এইবাৰো প্ৰথম দুখন ৰাজ্যৰ মাজত থাকিব। ঝাৰখণ্ড, তেলেংগানী আদি ৰাজ্যকো আমি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছো । অসমৰ ক’ভিড ব্যৱস্থাপনা আন কোনো ৰাজ্যৰ লগত তুলনা নহয়।

Assam is not only fighting Covid alone but also helping the entire Northeastern region.

Our doctors and healthcare workers’ brave efforts have made us a self-sufficient state. pic.twitter.com/Iao1ocrbyi

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 24, 2021

আজি সমগ্ৰ উত্তৰ-পূবৰ ৰাইজ অসমৰ প্ৰতি কৃতজ্ঞ। চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসকে নিৰন্তৰ সেৱা আগবঢ়াইছে৷ চিকিৎসকক জনসাধাৰণে প্ৰশংসাৰে ওপচাই দিছে ৷ ঝাৰখণ্ড, তেলেংগানী আদি ৰাজ্যকো আমি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছো । যিদিনাৰ পৰা আমাৰ চৰকাৰ আহিলে মন্ত্ৰীসকলে দিনে-নিশাই চিকিৎসালয় পৰিদৰ্শন কৰিছে ৷ ক’ভিড পজিটিভিটিৰ ৰেট ইতিমধ্যে পাঁচ শতাংশৰ তললৈ আনিছো ৷

অসমত এগৰাকী ৰোগীয়েও আই চি ইউ নোপোৱাকৈ থকা নাই। নিৰ্বাচনোত্তৰ কালছোৱাত কভিড ব্যৱস্থাপনাত কংগ্ৰেছে স্পীডব্ৰেকাৰ লগাই দিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলৰ মানসিকতাত সংশোধনৰ প্ৰয়োজনীয়তা আছে । অসমে বহিঃৰাজলৈ ৰেমডিচিভিৰ যোগান ধৰিছে ৷ এয়া নতুন অসমৰ উদাহৰণ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ ।

এক লাখ ল’ৰাক গণি গণি চাকৰি দিম ৷ সেই সভাত বিৰোধী দলপতিকো বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰিম ৷ মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰিম ৷ বৰাকৰ বুকুত খনন হৈছে ৷ মথাউৰিসমূহে নতুন প্ৰাণ পাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d