Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Guwahati University:সাত মাহে ফলাফল নাই গুৱাহাটী বিশ্ববিঃৰ স্নাতক ষান্মাসিকৰ পৰীক্ষাৰ

আন্তঃগাঁথনিৰ চৰম দুৰ্বলতাৰ বলি ছাত্র-ছাত্রী: ৰাষ্ট্ৰীয় শিক্ষানীতি উলংঘা, অসম নতুন নীতি ৰূপায়ণৰ সকলোতকৈ আগত বুলি দাবী : কেবল শুনি ভাল লগাঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ

publisher by publisher
August 1, 2024
in Uncategorized
Reading Time: 2 mins read
0
Guwahati University:সাত মাহে ফলাফল নাই গুৱাহাটী বিশ্ববিঃৰ স্নাতক ষান্মাসিকৰ পৰীক্ষাৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

হেকাৰৰ কৱলত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি

Guwahati University:

কেবল শুনি ভাল লগা ঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হাস্যকৰ চেষ্টা চলিছে। বাস্তৱ সমস্যাবোৰক ঢাকি ৰাখি চলোৱা এই ধৰণৰ তৎপৰতাৰ পৰিণতিতে আজিলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক দ্বিতীয় ষান্মাসিকৰ কথা বাদেই প্রথম ষান্মাসিকৰে ফলাফল ঘোষণা কৰিব পৰা নাই। বিশ্ববিদ্যালয়ৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি উচ্চ শিক্ষানুষ্ঠান খনৰ ওপৰত নতুন নতুন দায়িত্ব জাপি দিয়াৰ বিপৰীতে আন্তঃগাঁথনি উন্নয়নৰ দিশটোক সম্পূর্ণ উপেক্ষা কৰা হৈছে।

ADVERTISEMENT

গুৰুত্বপূৰ্ণ দিশটো হ’ল যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণত অসম দেশৰ ভিতৰত আগত থকা বুলি শিক্ষামন্ত্রী তথা শিক্ষা বিভাগে দাবী কৰি আহিছে। অথচ এনে দাবীৰ বিপৰীতে হাতে-কামে কৰাটোক উপেক্ষা কৰাৰ বাবেই বাস্তৱত শিক্ষানীতি উলংঘা হোৱাটো বিশ্ববিদ্যালয়ৰ ফলাফল ঘোষণাত অভাৱনীয়ভাবে বিলম্ব হোৱাটোৱেই স্পষ্ট কৰিছে। শিক্ষা নীতি অনুসৰি, পৰীক্ষা শেষ হোৱাৰ এমাহৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগে।

তাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়বোৰত যোৱা ডিচেম্বৰ-জানুৱাৰীতে প্ৰথম ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হয় যদিও আজিলৈকে ফলাফল ঘোষিত হোৱা নাই। যোৱা জুনত দ্বিতীয় ষান্মাসিকৰো পৰীক্ষা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে ফলাফল ঘোষিত নহ’লেও পৰৱৰ্তী ষাণ্মাসিকৰ পৰীক্ষাত বহিব পাৰে বাবেহে ছাত্র-ছাত্রীসকলে দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত বহিবলৈ সক্ষম হয়। সেই অনুসৰিহে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত বহিবলৈ সক্ষম হয়। ফলাফল ঘোষণা নোহোৱাটোৱে ষান্মাসিক ব্যৱস্থাটোকো ভ্রূকুটি কৰিছে।

নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত উত্তৰ বহীবোৰ মহাবিদ্যালয়বোৰে নিৰ্ধাৰিত মহাবিদ্যালয়বোৰলৈ প্ৰেৰণ কৰে। কাৰণ উত্তৰ বহী ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ মহাবিদ্যালয়ত চোৱা নহয়। আন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাইহে চায়। বহী চোৱাৰ পাছত সকলো তথ্য গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্রেৰণ কৰা হয়। বিশ্ববিদ্যালয়ত নম্বৰবোৰ যথাস্থানত অন্তর্ভুক্ত কৰা হয়, ফলাফল ঘোষণাৰ বাবে সাজু কৰা হয়।

এনেদৰে বিশ্ববিদ্যালয়ে ফলাফল ঘোষণাৰ পূৰ্বে কে’বাটাও প্রক্রিয়া সম্পন্ন কৰিব লাগে। বিশ্ববিদ্যালয়খনৰ সূত্রই জনায় যে এই কামবোৰ যথেষ্ট সতৰ্কতাৰে কৰিব লাগে। সময়মতে কামবোৰ শেষ কৰিবলৈ আন্তঃগাঁথনিও শক্তিশালী হ’ব লাগে। অথচ বিশ্ববিদ্যালয় খনৰ আন্তঃগাঁথনি কামৰ পৰিমাণৰ বিপৰীতে যথেষ্ট দুর্বল।

কামবোৰ কৰিবলৈ প্রয়োজনীয় সংখ্যক মানুহো নাই। ইয়াৰ বিপৰীতে পৰীক্ষাৰ সংখ্যা তথা মাত্রা যথেষ্ট বৃদ্ধি হৈছে। গতিকে সকলো কামেই পিছুৱাই গৈছে। ইয়াৰ পৰা ৰক্ষা পৰা নাই পৰীক্ষাৰ ফলাফলৰ দৰে বিষয়ো। এনে কাৰণতে পৰীক্ষাৰ সাতমাহ পাছতো ফলাফল ঘোষণাত বিশ্ববিদ্যালয়খন ব্যর্থ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati UniversitySemester Examination result
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d