Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ONGC oil field gas emissions stopped :অৱশেষত বন্ধ হ’ল অএনজিচিৰ তৈলখাদৰ গেছ নির্গমন

১৬ দিনৰ অন্তত ভটিয়াপাৰবাসীলৈ আশাব্যঞ্জক খবৰ, মাৰ্কিন তিনিজনীয়া বিশেষজ্ঞৰ দলৰ অহৰহ চেষ্টাৰ মূৰকত বন্ধ হ'ল গেছ নির্গমন, কেপিং পদ্ধতিৰে গেছ নিৰ্গমন ৰোধ কৰে মাৰ্কিন বিশেষজ্ঞৰ দলটোৱে

publisher by publisher
June 27, 2025
in Uncategorized
Reading Time: 2 mins read
0
ONGC oil field gas emissions stopped :অৱশেষত বন্ধ হ’ল অএনজিচিৰ তৈলখাদৰ গেছ নির্গমন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Sivsagar:শিৱসাগৰৰ বিজেপি প্রার্থী কুশল দুৱৰীক মুকলি সমর্থন দিয়া সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া টাইপাৰ

Gemon Bridge in Sivsagar:শিৱসাগৰত মেৰামতিৰ সময়তে ভাগিল গেমন দলং

Accident in Sivsagar:শিৱসাগৰৰ ভটিয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুর্ঘটনাত প্ৰাণ গ’ল যুৱ অভিযন্তাৰ

ONGC oil field gas emissions stopped :

১৬ দিনৰ অন্তত শিৱসাগৰৰ ভটিয়াপাৰবাসীলৈ আশাব্যঞ্জক খবৰ আহিল ৷ অৱশেষত বন্ধ হ’ল অএনজিচিৰ আৰডিএছ ১৪৭ (এ) তৈলখাদ তৈলখাদৰ গেছ নির্গমন৷মাৰ্কিন তিনিজনীয়া বিশেষজ্ঞৰ দলৰ অহৰহ চেষ্টাৰ মূৰকত বন্ধ হ’ল গেছ নির্গমন ৷ কেপিং পদ্ধতিৰে গেছ নিৰ্গমন ৰোধ কৰে মাৰ্কিন বিশেষজ্ঞৰ দলটোৱে ৷

ADVERTISEMENT

কে’বা কোটি টকা ব্যয় কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অনা বিশেষজ্ঞ দলটোৰ জৰিয়তে সফলতাৰ মুখ দেখিলে অ’এনজিচিয়ে |

উল্লেখ্য যে,যোৱা ১৫ দিনীয়া ব্যর্থতাৰ বাবে তলে তলে প্রতিষ্ঠানটো শংকিত হোৱা বুলি চর্চা চলিছিল। ৰাইজৰ ক্ষোভৰ উদ্গীৰণ হোৱা আশংকাত বৃহস্পতিবাৰৰে পৰা ভটীয়াপাৰৰ বিস্ফোৰণস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল অ’এনজিচিয়ে। চিআৰপিএফৰ দলো ঘটনাস্থলীত নিয়োগ কৰা হৈছে।

krish naহাতে উল্লেখ কৰিব পাৰি যে,স্থানীয় ৰাইজক ভয়াৱহ বিপদৰ মুখলৈ ঠেলি দি আত্মগোপন কৰি থকা এছ কে পেট্ৰ’ৰ স্বতাধিকাৰ কৃষ্ণ আগৰৱালাই ভটীয়াপাৰবাসীৰ প্রৱল প্রত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব বুলি ক্ষতিগ্রস্ত ৰাইজে সকীয়াই দিয়ে। ঘটনা সংঘটিত হোৱাৰ ১৬ দিনৰ পাছতো এবাৰলৈও বহু বিতর্কিত ঠিকাদাৰ আগৰৱালাই ৰাইজৰ সমস্যাৰ বুজ নল’লে। কেইদিনমান পূর্বে আন্দোলন কৰি থকা এটা জাতীয় সংগঠনৰ স’তে তেওঁৰ প্ৰতিনিধিয়ে আলোচনা কৰে যদিও ঘটনাস্থলীত কিয় অহা নাই তাকে লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ভটীয়াপাৰ অঞ্চলৰ বিশিষ্ট ৰাজহুৱা কর্মী ভোলা কাকতিয়ে প্রৱঞ্চক আগৰৱালাৰ বিৰুদ্ধে অনশন কার্যসূচী গ্ৰহণ কৰিব বুলি সদৰী কৰিছিল। ইয়াৰ পাছতো যদি আগৰৱালাৰ গা নলৰে তেন্তে আমৰণ অনশন কৰিব বুলিও কয়।

ইপিনে,ভটীয়াপাৰ বাৰীচুকৰ ঘটনাক লৈ দল-সংগঠনসমূহ আজি পুনৰ প্রতিবাদমুখৰ হয়। ভটীয়াপাৰৰ ক্ষতিগ্রস্ত পৰিয়ালসমূহক ১০ৰ পৰা ২০ লাখ টকাকৈ পুঁজিপতি ঠিকাদাৰী প্রতিষ্ঠান এছ কে পেট্ৰ’ৰ মালিক কৃষ্ণ আগৰৱালাই ক্ষতিপূৰ্ণ আদায় নিদিয়া পর্যন্ত ক্ষান্ত নহও বুলি আস্ফালন ঘটাই ঘটনাৰ পাছদিনাৰ পৰা উত্তাল প্রতিবাদ সাব্যস্ত কৰা দল-সংগঠনসমূহ হঠাৎ মৌন হৈ পৰা বিষয়টোক লৈ ৰাইজৰ মাজত চর্চা চলিছিল।

কিন্তু তাৰ মাজতে বৃহস্পতিবাৰৰ পৰা আটাছু, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, জাতীয় সংগ্রামী সেনা অসম আদিৰ শিৱসাগৰ জিলা সমিতিৰ লগতে ই-ৰিক্সা সস্থাই এছ কে পেট্ৰ’ৰ নগৰৰ ফুকন নগৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে। আনহাতে, দল-সংগঠনসমূহে পৃথকে পৃথকে ভটীয়াপাৰবাসীক একাষৰীয়াকৈ থৈ বিভিন্ন পক্ষৰ লগত আলোচনাত মিলিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধেও ভটীয়াপাৰবাসী ৰাইজে তীব্র বিষোদগাৰ প্ৰকাশ কৰিছে।

frবিভিন্ন দল-সংগঠনে এছ কে পেট্ৰ’ৰ স্বতাধিকাৰী কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবী জনাই এজাহাৰ দাখিল কৰাৰ পাছতো আজি পর্যন্ত কোনো ব্যবস্থা গ্ৰহণ কৰাৰ সাহস নকৰা বিষয়টোক সহজভাবে ৰাইজে গ্রহণ কৰিব পৰা নাই। উল্লেখ্য যে আৰম্ভণিতে সৰৱ হৈ পৰা একাংশ দল-সংগঠনে বিগত দিন কেইটাত মৌন হোৱাক লৈ ৰাইজে প্রতিক্রিয়া প্রকাশ কৰে।

আনপিনে, ৩৭৪ টাৰ অধিক ক্ষতিগ্রস্ত পৰিয়ালে বিগত তিনিদিনৰ পৰা এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰাই নহয়, প্রণজনিত কাৰণত বহু লোকে মূৰৰ বিষ, চকু আৰু ছালৰ ৰোগত আক্রান্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ভয়ংকৰ গেছ নির্গমনৰ বাবে আমগুৰি শিক্ষাখণ্ডৰ ৰুদ্ৰসাগৰ মণ্ডলৰ ৪৩৪ নম্বৰৰ উপৰি ৰূপহীকিনাৰ প্ৰাথমিক বিদ্যালয় আৰু দুই নম্বৰ ভটীয়াপাৰ প্ৰাথমিক বিদ্যালয় দুখনত অ’এনজিচিৰ পৰামৰ্শ মতে নিয়মীয়া পাঠদান বন্ধ ৰখা হৈছে। এই মুঠ ৫৮ জন শিক্ষার্থীৰ পাঠদানৰ বাবে এতিয়াহে ব্যৱস্থা গ্রহণ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhatiparagas emissions stoppedONGC oil fieldSivsagarus experts
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d