Jagiroad Fire:
জাগীৰোডৰ ঝাৰগাঁও বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় ২০ খনকৈ দোকান ৷
আজি পুৱাই সংঘটিত হোৱা অগ্নিকাণ্ডৰ সূত্ৰপাতৰ পিছতেই ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু অগ্নিনির্বাপক বাহিনীয়ে গাড়ীয়ে অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ জুইত জাঁহ য়ায় প্ৰায় কেইবাকোটি টকাৰ সা-সামগ্ৰী ৷
ADVERTISEMENT


































