Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Khowang:চীন দেশৰ উচ্চ পৰ্যায়ৰ চাকৰি এৰি বগীবিলত নদী পর্যটনত ব্যস্ত এজন অসমীয়া

publisher by publisher
December 15, 2025
in Assam
Reading Time: 1 min read
0
Khowang:চীন দেশৰ উচ্চ পৰ্যায়ৰ চাকৰি এৰি বগীবিলত নদী পর্যটনত ব্যস্ত এজন অসমীয়া
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Police Raid Lurinjyoti Gogoi:অজাপ সভাপতি লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

Piyanka Gandhi Special Comment in Assam:ৰাইজে দাবী কৰাৰ পিছতো ন্যায় পোৱা নাই জুবিন গার্গে

Khowang:

চৰকাৰী চাকৰি বিচাৰি যুবক-যুবতীসকলে হাবাথুৰি খাই থকা সময়ত একাংশ উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে নিজস্ব চিন্তাৰে আত্মনিৰ্ভৰশীল হোৱাৰ পথ মুকলি কৰিছে। তেনে এজন উদ্যমী অসমীয়া হ’ল ডিব্ৰুগড়ৰ গৌতম বৰদলৈ। চীন দেশৰ উচ্চ পৰ্যায়ৰ চাকৰি এৰি নদী পর্যটনত ব্যস্ত এইজন অসমীয়া। যি সময়ত চৰকাৰে পৰ্যটন ক্ষেত্রসমূহ উন্নয়ন কৰি পৰ্যটকক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণেৰে প্ৰচেষ্ম হাতত লৈছে সেই সময়ত গৌতম বৰদলৈয়ে একক প্রচেষ্টাৰে নদী পর্যটনলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ হেৰম্ব বৰদলৈৰ পুত্ৰ গৌতম বৰদলৈয়ে ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষল্প গ্রহণ কৰি কলকাতাত উচ্চ শিক্ষা গ্রহণ কৰিছিল।

ADVERTISEMENT

ইয়াৰ পাছতে তীখা নগৰি জামছেদপুৰত কৰ্ম জীৱন আৰম্ভকৰি পৰৱৰ্তী সময়ত বিশ্বৰ সৰ্ববৃহৎ চীনৰ ৰিফ্ৰেক্টৰী কোম্পানীৰ আৰ্চেলৰ মিট্টালৰ সহযোগী গ্রুপত কাম কৰাৰ বাবে ২০০৫ত নিমন্ত্রণ লাভ কৰি যোগদান কৰিছিল। এই কোম্পানীত ডেপুটি মেনেজাৰৰ দায়িত্ব পালন কৰিছিল গৌতম বৰদলৈয়ে। এজন অসমীয়াই চীন দেশৰ বিশ্বৰ সৰ্ববৃহৎ কোম্পানীত চাকৰি লাভ কৰোটো প্রতিজন অসমীয়াৰ বাবে গৌৰৱৰ কথা। ডিব্ৰুগড়ৰ এটা অতি সংস্কৃতিৱান, সমাজসেৱাৰ লগত জড়িত হৈ থকা পৰিয়ালত জন্মগ্রহণ কৰ গৌতম বৰদলৈয়ে চাঁন দেশৰ উচ্চ পৰ্যায়ৰ চাকৰিৰ বিলাসী জীৱন এৰি নিজৰ জন্ম ঠাইত থাকি কিবা এটা কৰাৰ বাবে ঘৰমুৱা হৈছিল।

চীনৰ কোম্পানীৰ চাকৰি এৰি পুনৰ ডিব্রুগড়লৈ ঘূৰি আহিছিল। বগীবিল দলং সম্পূর্ণ হোৱাৰ পাছত বগীবিলৰ পৰিৱেশ সুকীয়া হৈ পৰিছিল। চীনত চাকৰি কৰি থকা সময়ত ডিব্ৰুগড়লে আহোতেই গৌতম বৰদলৈয়ে লক্ষ্য কৰিছিল বগীবিলৰ পৰিবেশ। তেওঁ কয়, ‘দলং হৈ যোৱাৰ পাছত বর্গীবিল জনশূন্য হৈ পৰিছিল। ফেৰীঘাট বন্ধ হৈ পৰিছিল। দুই এখন ভঙা-ছিঙা ফেৰী পৰি আছিল। আবেলি সময়ৰ সূর্যাস্তৰ দৃশ্য, দলংখনক লৈ নদীখনৰ নান্দনিক পৰিৱেশ আদিক লৈ কিবা এটা কৰিব পাৰি নেকি সেই চিন্তা মনলৈ আহিছিল। লগতে দলং সম্পূৰ্ণ হোৱাৰ পাছত হেৰাই যোৱা ফেৰী ঘাটটো ধৰি ৰাখিব পাৰি নেকি তাৰো চিন্তা মনলৈ আহিছিল।’

গৌতম বৰদলৈয়ে চীনত বিশ্বব সর্ববৃহৎ স্টীল নির্মাণ কোম্পানীত কাৰ্মৰত হৈ থকা সময়ত দেশত আৰম্ভ হৈছিল ক’ভিডৰ ভয়াবহতা। তেওঁ চীনৰ কর্মস্থান এৰি ঘৰলৈ উভতি আহিব লগা হৈছিল। সেই সময়ত বগীবিললৈ আহি নাও বনোৱা কাম আৰম্ভ কৰিলো। লকডাউন হোৱা বাবে ঢলাৰ পৰা নাও বনোরা মিস্ত্রি নদীয়ে নদীয়ে আহি বগীবিল পাইছিল। যিহেতু লকডাউন হৈ আছিল বগীবিলত আমি গোপনে থাকি নাও বনোৱা কাম আৰম্ভকৰিছিলো। বগীবিলত পৰ্যটকৰ বাবে নাও বনোৱা কাম ক্ষিপ্ৰ কৰি তুলিছিল। নির্মাণ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰাণৰ শিল্পী জুবিন গার্গে মুকলি কৰিছিল কাঞ্চনজংঘা। ২০২০ৰ ২৮ নৱেম্বৰৰ দিনা জুবিন গৰ্গে কাঞ্চনজংঘাৰ প্ৰথমখন নাও মুকলি কৰে।

নতুন চিন্তবে বগীবিলক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ সক্ষম হোৱা গৌতম বৰদলৈৰ সন্মুখত আহি পৰিছিল বৃহৎ প্রত্যাহান। জুবিন গার্গে বগীবিলৰ কাঞ্চনজংঘা মুকলি কৰা পাছতে এটা বছৰত ৰাইজৰ মাজত অধিক জনপ্রিয় হে পৰিছিল। দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে বগীবিলৰ কাঞ্চনজংঘা। কাঞ্চনজংঘাত উঠি নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পুৱাৰ পৰা সন্ধিয়ালৈ ভিৰ বাঢ়ি অহাৰ লগে লগে বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হৈছিল গৌতম বৰদলৈ। তেওঁ কয়, ‘কাঞ্চনজংঘাত ৰাইজৰ ভিৰ হোৱাৰ লগে লগে ইয়াৰ আগে পাছে বহুত কেইজনে একেদৰে নাৱক লৈ ব্যৱসায় আৰম্ভ কৰিলে। আৰম্ভ হৈছিল প্রতিযোগিতা। সেইবাবে পুনৰ গাঁৱৰ মিস্ত্রি আনি দ্বিতীয়খন নাও নিৰ্মাণ কৰা হৈছিল।

দ্বিতীয় খন অসমৰ আটাইতকৈ ডাঙৰ নাও। ১০৫ ফুট দীঘল আৰু ৪০ ফুট বহল দুটা মহলীয়া ফুডিং নাও বেষ্টুৰেন্ট কাঞ্চনজংঘা-২ ৰাইজৰ বাবে মুকলি কৰা হয়। অসমৰ নদী পর্যটন বুলি ক’লে সকলোতকৈ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে বগীবিলৰ কাঞ্চনজংঘা।’ প্রতিদিনে দেশী-বিদেশী পর্যটকে ভিৰ কৰেহি কাঞ্চনজংঘাত। গৌতম বৰদলৈয়ে কয়, ‘আমেৰিকা, জার্মানী, ফ্রান্স, চীন আদি সকলো দেশৰ পৰাই আহিছে পর্যটক। ম্যানমাৰৰ পৰা প্ৰায়ে পর্যটক আহি থাকে। বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলকো ইয়ালৈ আনে কর্তৃপক্ষই।’ গৌতম বৰদলৈয়ে বগীবিলৰ কাঞ্চনজংঘাৰ জৰিয়তে মুকলি কৰিছে সংস্থাপনৰ বাট। যিটো বর্তমান সময়ত অতি গুৰুত্বপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BagibeelkansangonghakhowangTourism Business
publisher

publisher

Related Posts

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d