Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nitin Nabin:আনুষ্ঠানিকভাৱে ঘোষণা বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম

জেপি নাড্ডাৰ উত্তৰসূৰী হ'ল নীতিন নবীন, বিনা প্রতিদ্বন্দ্ৰিতাৰে নিৰ্বাচিত হোৱা নীতিন নবীনক জেড কেটেগৰীৰ নিৰাপত্তা প্রদান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

publisher by publisher
January 20, 2026
in Assam
Reading Time: 1 min read
0
Nitin Nabin:আনুষ্ঠানিকভাৱে ঘোষণা বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

BJP National President:জেপি নাড্ডাৰ উত্তৰসূৰী হ’ব নিতীন নবীন

BJP New National President:২০ জানুৱাৰীত ঘোষিত হ’ব বিজেপিৰ নতুন সভাপতিৰ নাম

Nitin Nabin:

নতুন দিল্লীৰ বিজেপিৰ সদৰ কাৰ্যালয়লত আনুষ্ঠানিকভাৱে ঘোষণা হ’ল বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম ৷ জে পি নাড্ডাৰ উত্তৰসূৰী হ’ল নীতিন নবীন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্রহণ কৰে বিহাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী ৪৬ বছৰীয়া নীতিন নবীনে ৷ বিজেপিৰ ইতিহাসত সর্বকনিষ্ঠ সভাপতি হিচাপে পৰিগণিত হ’ল নীতিন নবীন ৷ নবীনৰ সভাপতি দায়িত্ব গ্ৰহণৰ অনুষ্ঠানত উপস্থিত থাকে গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ,স্বাস্থ্যমন্ত্ৰী তথা বিদায়ী সভাপতি জে পি নাড্ডা সহ কে’বাজনো কেন্দ্ৰীয় মন্ত্ৰী সহ শীৰ্ষ বিজেপি নেতা ৷

ADVERTISEMENT

উল্লেখ্য যে বিজেপিৰ কার্যকৰী সভাপতিৰ দায়িত্ব লাভ কৰা যুৱ নেতা নীতিন নবীনে পক্ষত সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত ৩৭খন মনোনয়নপত্র দাখিল হোৱাত তেওঁৰ দলীয় শীর্ষ আসনৰ অধিকাৰী হোৱাৰ পথ প্রশস্ত হয়। ইয়াৰে ৩৬খন মনোনয়নপত্র বিভিন্ন ৰাজ্য সমিতিসমূহে দাখিল কৰাৰ বিপৰীতে এখন দাখিল কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদ আৰু সংসদীয় দলে য’ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিদায়ী সভাপতি জে পি নড্ডা আৰু অন্যান্য ২০জন জ্যেষ্ঠ নেতা প্রস্তাৱক হিচাপে আছে। প্রতিখন মনোনয়নপত্রত ২০জন প্রস্তাৱকে স্বাক্ষৰ কৰিছে।

মনকৰিবলগীয়া যে দলৰ সভাপতিৰ নিৰ্বাচন বিজেপিৰ বৃহৎ পৰিসৰৰ সাংগঠনিক কুচকাৱাজ। সংগঠন পর্ব ২০২৪ৰ অধীনত দলীয় সংবিধান অনুসৰি এই আভ্যন্তৰীণ নির্বাচনী প্রক্রিয়া তৃণমূল পর্যায়ৰ পৰা আৰম্ভ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হৈছে। দেশজুৰি ১০,৭০,৪৮২টা ভোট কেন্দ্রব ভিতৰত ৭,৮৮,১৯৭জন বুথ সভাপতি নির্বাচিত হৈছে। ইয়াৰ উপৰি তৃণমূল পর্যায়ত ৭৪ শতাংশ প্রক্রিয়া সম্পন্ন কৰি ৮৯,৪৭,৮৪৫জন বুথ কমিটীৰ সদস্য নির্বাচিত হৈছে।

ৰাষ্ট্ৰজুৰি ১৭,৭৪৩টা মণ্ডলৰ ভিতৰত নিৰ্বাচন প্রক্রিয়া সম্পন্ন কৰি ১৬,৪৬৯জন মণ্ডল সভাপতি নির্বাচিত হৈছে। তৰুণ প্ৰজন্মক উৎসাহিত কৰিবলৈ এইবাৰ ৪৫ বছৰৰ তলৰ বয়স সীমা নির্ধাৰণ কৰি দিয়া হয় আৰু সম্পূর্ণ প্রক্রিয়া সম্পন্ন হোৱাৰ হাৰ হৈছে ৯৩ শতাংশ। একেদৰে জিলা পৰ্যায়তো তথ্য অনুসৰি ১০৩৬খন জিলাৰ ভিতৰত ৯৭৮জন জিলা সভাপতি নির্বাচিত হৈছে। জিলা পর্যায়ত প্রক্রিয়া সম্পূৰ্ণৰ হাৰ হৈছে ৯৪ শতাংশ।

তদুপৰি ৩৭খন সাংগঠনিক ৰাজ্যৰ ভিতৰত ৩০খনৰ ৰাজ্য সভাপতি নিৰ্বাচনৰ প্রক্রিয়া সম্পন্ন কৰা হয়। আনহাতে, এই পর্যন্ত মুঠ ৬,৩৮৪জন ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যৰ ভিতৰত ৪,৯৩২জন সদস্য নির্বাচিত কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ৮১৫খন আসনৰ ভিতৰত ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ৭৪১খন আসনৰ বাবে নিৰ্বাচিত হৈছে।

মঙলবাৰে দিনৰ ১১ বজাত দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত প্রায় সাতশজন প্রতিনিধি সমবেত হয়। এই সভাত উপস্থিত থাকে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী সহ দলৰ শীৰ্ষ নেতা ৷ প্ৰধানমন্ত্ৰী মোদী দলৰ সাংগাঠনিক উদ্থানৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে নিতীন নবীনে বিশেষ উৎসাহেৰে কাম কৰি দলক আগুৱাই লৈ যাব বুলি উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP announcedbjp hqNew Bjp National PresidentNitin nabin
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d