Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

publisher by publisher
August 24, 2026
in Assam, News
Reading Time: 1 min read
0
শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

Sivasagar : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জলপ্রলয়ত বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্রান্তসকলে আজিও চৰকাৰী আর্থিক সাহায্য লাভ কৰা নাই বুলি পুনৰ সৰৱ হৈ উঠিছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ। বিষয়টোক লৈ বিগত এমাহৰো অধিক দিন ধৰি সৰৱ হৈ অহা বিধায়কজনে দেওবাৰে ইয়াত কয়, ‘এই মহাপ্রলয়ৰ ফলত মানুহৰ অৱস্থান অত্যন্ত শোচনীয় হৈছে যদিও ৰাজ্য চৰকাৰে ৰাইজক উপযুক্তভাবে সহায় কৰিব পৰা নাই। বানাক্রান্ত ৰাইজক তাৎক্ষণিক সাহায্যৰ বাবে ১৫ হেজাৰ টকা দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল। সাহায্যৰ পৰিমাণ বৃদ্ধিৰ দাবী তীব্ৰতৰ হোৱাত শিৱসাগৰৰ চৰাইদেউ জিলাৰ বানাক্ৰান্তসকলৰ বাবে সাহায্যৰ পৰিমাণ ২৫ হেজাৰ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰ বাধ্য হ’ল; কিন্তু বানাক্রান্ত ৰাইজে এই সাহায্য এতিয়াও লাভ কৰা নাই।’

ADVERTISEMENT

গগৈয়ে লগতে ক্ষোভ প্রকাশ কৰিছে যে সাহায্য নোপোৱা বানাক্রান্তসকলক লৈ চৰকাৰক হেঁচা প্রয়োগ নকৰিলে যথোচিতভাৱে সাহায্য লাভ নকৰে। গতিকে প্রাপ্য বান সাহায্যৰ বাবে প্রথমে চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ তথা জবাবদিহি কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। এই উদ্দেশ্যে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বানাক্ৰান্ত ৰাইজৰ স’তে প্রত্যক্ষভাৱে ভাব বিনিময়ৰ বাবে ৰাইজৰ দল সাজু হৈছে বুলিও তেওঁ সদৰী কৰে।

ইয়াৰ অংশৰূপে কালি দলে চৰাইদেউ জিলাৰ বানাক্ৰান্তসকলৰ স’তে মত বিনিময় কৰে। গগৈয়ে লগতে কয়, ‘বানাক্ৰান্ত পৰিয়ালসমূহে ন্যূনতম ১০ লাখ টকাকৈ সাহায্য লাভ নকৰিলে বানত হোৱা ক্ষয়-ক্ষতিপূৰণ কৰিব নোৱাৰে। ড° শৰ্মা চৰকাৰে ঘোষণা কৰা অনুসৰি নগৰাঞ্চলৰ বানাক্ৰান্তই এক লাখ ২০ হেজাৰ টকা, গ্রামাঞ্চলৰ বানাক্ৰান্তই এক লাখ ৭০ হেজাৰ টকাৰ পৰা সর্বোচ্চ তিনি লাখ ৮৫ হেজাৰ টকা সাহায্যৰূপে লাভ কৰিব। কিন্তু বিধ্বংসী বানত সকলো হেৰুওৱা পৰিয়ালসমূহে ১০ লাখ টকাকৈ ক্ষতিপূৰণ নাপালে একোৱে নহয়।

গতিকে বানাক্রান্ত প্রতিটো পৰিয়ালে ১০ লাখ টকাকৈ ক্ষতিপূৰণ পাবই লাগিব। এই ক্ষতিপূৰণ নোপোৱালৈকে মই ক্ষান্ত নহওঁ।’ এই সম্পর্কত তেওঁ আৰু কয়, ‘প্রয়োজন হ’লে পূব অসমৰ এই তিনি জিলাৰ বানাক্ৰান্তসকলক লগত লৈ প্রতীকীভাবে মুখ্যমন্ত্ৰীৰ কক্ষ, অসম সচিবালয়ত প্রবেশ কৰি মুখ্যমন্ত্ৰীৰ টেবুলত তাণ্ডৱ নৃত্য কৰিম।’

আনহাতে, গগৈয়ে কালিও দাবী কৰে যে পূব অসমৰ এই তিনি জিলাৰ অভূতপূর্ব বানৰ কাৰণ হ’ল কয়লা আৰু শিল খনন। এই কয়লা আৰু শিল খননৰ বাবে মন্ত্রী সুশান্ত বৰগোহাঁই, বিধায়ক ময়ূৰ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ জগৰীয়া বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। গগৈয়ে লগতে কয়, ‘তেওঁলোকে শিল-কয়লা খনন কৰে। কথাবোৰ মই মুকলিকৈ কৈ দিছো। ইয়াৰ বাবে কোনোবাই মোক বেয়া পালেও উপায় নাই। মোক মাৰিলেও, মোক গুলীয়াই দিলেও এই সঁচা কথাবোৰ ক’মেই। মোক ভয় খুৱাই লাভ নাই।’

ইপিনে, বিধায়ক ময়ূৰ বৰগোহাঁয়ে কালি নেতাজী সুভাষ বসুৰ দৰ্শনত বিশ্বাসী বুলি কৰা মন্তব্যক লৈয়ো ৰাইজৰ দলৰ সভাপতিজনে প্রতিক্রিয়া প্রকাশ কৰে। শাসক দলৰ বিধায়কজনৰ প্ৰতি কটাক্ষসূচক মন্তব্য কৰি তেওঁ কয়, ‘ময়ূৰ বৰগোহাঁই সৰু ল’ৰা। প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে। গতিকে সংবিধান কি, সংবিধানত কি লিখা আছে সেই বিষয়বোৰ নপঢ়ে। সংবিধানৰ কোনো জ্ঞান নাই।’

কয়লা খন্দা, শিল-কয়লাৰ ছিণ্ডিকেট কৰা মানুহে নিজকে নেতাজী বসু বুলি দাবী কৰা মানে নেতাজী কোন সেয়া নাজানে বুলিও গগৈয়ে বিধায়ক বৰগোহাঁইক কটাক্ষ কৰে। তেওঁ আৰু কয়, ‘অহিংসা নীতিৰ বিপৰীতে হিংসা নীতিক সমর্থন কৰা ময়ূৰ বৰগোহাঁইৰ কথা প্রধানমন্ত্রী আৰু মুখ্যমন্ত্রীক জনাই দিয়া হৈছে। নেতাজীয়ে ব্ৰিটিছৰ পৰা দেশক মুক্ত কৰিবলৈ সশস্ত্র পথ লৈছিল; কিন্তু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে মোক মাৰিব বুলি কৈ নেতাজীৰ আদৰ্শ প্ৰচাৰ কৰিবলৈ লৈছে আৰু নিজে নাথুৰাম গড়ছে হ’বলৈ বিচাৰিছে।’

আনহাতে, শিৱসাগৰ আৰু চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে জলপ্ৰলয়ত জিলা দুখনৰ বিস্তৰ ক্ষতিসাধন হ’ল বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘শিৱসাগৰ আৰু চৰাইদেউ জিলা আয়ুক্তদ্বয় অর্থাৎ যাদৱ পতি-পত্নীয়ে (১৯ জুলাইৰ) দিনৰ দুই বজাতে বানৰ আগজাননী পাইছিল যদিও সেই কথা ৰাজহুৱা নকৰিলে। আমাৰ ডিচিজনে খবৰটো জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়াক কৈছিল। সেই দুজন মানুহে যদি কথাটো নিজৰ মাজত কথা নাপাতি সেইটোকে যদি সামাজিক মাধ্যমত প্রকাশ কৰিলেহেঁতেন নতুবা আপোনালোক (সাংবাদিক) ক জনালেহেঁতেন তেন্তে এই বানত অন্ততঃ ইমান ক্ষয়-ক্ষতি নহ’লহেঁতেন। ১০৫ জন নিৰীহ লোকৰ মৃত্যু নহ’লহেঁতেন। পতি-পত্নী জিলা আয়ুক্তই কেৱল মন্ত্ৰীৰ পাছ পাছে ঘূৰি ফুৰে।’

বানসাহায্য তাৎক্ষণিকভাৱে প্ৰদানৰ নিৰ্দেশ থকা সত্ত্বেও বান হৈ যোৱাৰ ৩৫ দিনৰ পাছতো বানাক্ৰান্তসকলে বান সাহায্য পোৱা নাই বুলিও গগৈয়ে ক্ষোভ প্রকাশ কৰে। ১৭৫০ৰ পাছত প্ৰথমবাৰৰ বাবে শিৱসাগৰ, চৰাইদেউ তথা যোৰহাটত এনে জলপ্রলয় হ’ল বুলিও উল্লেখ কৰি গগৈয়ে লগতে তেওঁৰ স’তে শেহতীয়াভাৱে শিৱসাগৰৰ জিলা আয়ুক্ত কেন্দ্রিক বিতর্কৰো প্ৰতিক্রিয়া প্রকাশ কৰে।

তেওঁ কয়, ‘মই বানাক্রান্তসকলৰ স্বার্থত জিলা আয়ুক্তক টানকৈহে কৈছিলো। কোনো অভদ্ৰ ব্যৱহাৰ কৰা নাছিলো। আমি জিলা আয়ুক্তক ছাৰ বুলি ক’ব নালাগে, মুখ্য সচিবকো ছাৰ বুলি ক’ব নালাগে। তেওঁলোকে আমাকহে ছাৰ বুলি সম্বোধন কৰিব লাগে। আমি ডিচিৰ ওচৰলৈ যাব নালাগে। ডিচিয়েহে আমাৰ ওচৰলৈ আহিব লাগে।’ বানাক্ৰান্ত ৰাইজৰ স্বাৰ্থত মাত মাতি যাব বুলি গগৈয়ে লগতে দোহাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

October 12, 2026
মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d