Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সর্বনিম্ন আইনী মান এক কিলোমিটাৰ হ’লেও বিজ্ঞানসন্মতভাৱে গ্ৰহণযোগ্য নহয়

publisher by publisher
August 24, 2026
in Assam, News
Reading Time: 1 min read
0
সর্বনিম্ন আইনী মান এক কিলোমিটাৰ হ’লেও বিজ্ঞানসন্মতভাৱে গ্ৰহণযোগ্য নহয়
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা

শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

ADVERTISEMENT

KazirangaNationalPark : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল মণ্ডল সংকোচনৰ প্ৰস্তাৱৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিছে ইলোৰা বিজ্ঞান মঞ্চ। ইতিমধ্যে বহু দল-সংগঠনে এই চৰকাৰী প্ৰস্তাৱৰ বিৰোধিতা কৰাৰ পাছত সম্প্ৰতি অগ্রণী বিজ্ঞান সংস্থাটোৱেও চৰকাৰী প্ৰস্তাৱটোৰ বিৰোধিতা কৰিছে।

এক বিবৃতিত ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ডাঃ মনোৰঞ্জন শৰ্মা আৰু সাধাৰণ সম্পাদক মনোজ ৰয়ে কয়, ‘উচ্চতম ন্যায়ালয়েও কাজিৰঙা-কাৰ্বি আংলং অঞ্চলৰ পৰিৱেশগত গুৰুত্ব স্বীকাৰ কৰি কাৰ্বি আংলঙৰ পাহাৰৰ পৰা কাজিৰঙালৈ বৈ অহা নৈ-নিজৰা আৰু অন্যান্য জলাধাৰসমূহে পানী সংগ্ৰহ কৰা সমগ্র অঞ্চলত খনন কাৰ্যৰ ওপৰত নিষেধাজ্ঞা আৰু চিহ্নিত বন্যপ্রাণী পথত নতুন নির্মাণ কার্যত নিয়ন্ত্রণ আৰোপ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বর্তমানে কাজিৰঙাৰ ক্ষেত্ৰত চূড়ান্ত পৰিৱেশ সংবেদনশীল মণ্ডল নির্ধাৰণ নোহোৱালৈকে বৰ্তমানৰ ১০ কিলোমিটাৰৰ সুৰক্ষা বিধানৰ ঠাইত এক-তিনি কিলোমিটাৰলৈ স্থান ভিত্তিক পৰিৱেশ সংবেদনশীল মণ্ডল সংকুচিত কৰিবলৈ বিচৰা অসম চৰকাৰৰ প্ৰস্তাৱৰ পুনৰ বিবেচনা কৰা উচিত। সর্বনিম্ন আইনী মান এক কিলোমিটাৰ হ’লেও কাজিৰঙাৰ দৰে অন্যান্য পৰিৱেশ-পাৰিপাৰ্শ্বিকতাৰ বাবে সেয়াই পর্যাপ্ত বুলি বিজ্ঞানসন্মতভাবে গ্রহণযোগ্য নহয়।’

বিবৃতিটোত মঞ্চৰ বিষয়ববীয়াদ্বয়ে লগতে কয়, ‘ইলোৰা বিজ্ঞান মঞ্চই স্থানীয় বাসিন্দাসকলৰ বৈধ জীৱিকা আৰু উন্নয়নৰ প্ৰয়োজনীয়তাক সন্মান কৰে। কিন্তু সেই প্রয়োজনীয়তাক বৃহৎ পৰিসৰৰ বাণিজ্যিক উন্নয়নৰ স’তে একে দৃষ্টিৰে চাব নোৱাৰি। কাজিৰঙা আৰু ইয়াৰ চৌপাশে প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল, বিলাসী পর্যটন কেন্দ্ৰ আৰু উচ্চমানৰ চাহ-পৰ্যটন প্রকল্পসমূহে বন্যপ্রাণী, জলসম্পদ, ভূমিৰ ব্যৱহাৰ আৰু সামগ্রিকভাবে পৰিৱেশ-পাৰিপাৰ্শ্বিকতাৰ ওপৰত পেলাব পৰা বিৰূপ প্ৰভাৱো সতৰ্কতাৰে পৰীক্ষা কৰা প্ৰয়োজন। বৰ্তমান পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অপৰিহাৰ্য হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা
India

মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা

August 24, 2026
শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল
Assam

শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

August 24, 2026
পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই
India

পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

August 24, 2026
ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুঃ এঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই

August 23, 2026
অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ
International

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

August 23, 2026
তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু
Assam

তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

August 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d