Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

এই ভুলবোৰৰ বাবেই হ'ব পাৰে সমস্যা...

publisher by publisher
September 8, 2026
in Uncategorized
Reading Time: 1 min read
0
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

CreditScore: সময়মতে ঋণৰ ইএমআই পৰিশোধ কৰিলেই যে ক্রেডিট স্ক’ৰ সদায় ভাল হৈ থাকিব, তেনে নহয়। বহু ক্ষেত্রত নিয়মীয়াকৈ ইএমআই আৰু ক্রেডিট কার্ডৰ বিল পৰিশোধ কৰাৰ পাছতো ক্রেডিট স্ক’ৰ হাস পাব পাৰে। ইয়াৰ প্ৰভাৱত ভবিষ্যতে নতুন ঋণ লাভৰ ক্ষেত্ৰত অসুবিধাত পৰাৰ লগতে ঋণৰ সুতৰ হাৰো অধিক হ’ব পাৰে। সেয়েহে ক্রেডিট স্ক’ৰ ভাল ৰাখিবলৈ কেৱল সময়মতে ইএমআই দিয়াই যথেষ্ট নহয়, আন কে’বাটাও দিশৰ প্ৰতিও নজৰ ৰখা প্রয়োজন।

ADVERTISEMENT

ক্রেডিট কার্ডত অত্যধিক খৰচ:

ক্রেডিট কার্ডৰ সীমা যদি এক লাখ টকা হয়, তাৰ অৰ্থ এইটো নহয় যে প্রতিমাহে ৮০-৯০ হেজাৰ টকা খৰচ কৰিবই লাগিব। কাৰ্ডৰ সীমাৰ তুলনাত অত্যধিক ব্যৱহাৰে আপোনাৰ ক্রেডিট ব্যৱহাৰৰ অনুপাত (Credit Utilisation Ratio) বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ঋণদাতাৰ দৃষ্টিত আপুনি ক্রেডিটৰ ওপৰত অধিক নিৰ্ভৰশীল বুলি ধাৰণা হ’ব পাৰে, যিয়ে ক্রেডিট স্ক’ৰত নেতিবাচক প্রভাব পেলাব পাৰে।

বাৰে বাৰে ঋণৰ বাবে আবেদন:

একেসময়তে একাধিক বেংক বা বিত্তীয় প্রতিষ্ঠানত ঋণৰ বাবে আবেদন কৰাটোও ক্রেডিট স্ক’ৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

প্রতিবাৰ ঋণদাতাই আপোনাৰ ক্রেডিট ৰিপ’ৰ্ট পৰীক্ষা কৰিলে ‘Hard Inquiry’ সৃষ্টি হ’ব পাৰে। কম সময়ৰ ভিতৰতে বহুতো ‘Hard Inquiry’ থাকিলে ঋণদাতাৰ মনত আপুনি দ্রুতগতিত একাধিক ঋণৰ চেষ্টা কৰা বুলি ধাৰণা হ’ব পাৰে। পুৰণি ক্রেডিট কার্ড বন্ধ কৰা: দীর্ঘদিন ব্যৱহাৰ নকৰা পুৰণি ক্রেডিট কার্ড বহুতে বন্ধ কৰি দিয়ে। কিন্তু পুৰণি ক্রেডিট একাউন্টে আপোনাৰ ক্রেডিট ইতিহাস দীঘলীয়া কৰাত সহায় কৰিব পাৰে। এনে একাউণ্ট বন্ধ কৰিলে মুঠ ক্রেডিট ইতিহাসৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে উপলব্ধ ক্রেডিট সীমা কমি যোৱাৰ ফলত Credit Utilisation Ratio বৃদ্ধি পাব পাৰে। অৱশ্যে কেৱল ক্রেডিট স্ক’ৰ বৃদ্ধিৰ বাবে অপ্রয়োজনীয় কার্ড সক্ৰিয় কৰি ৰখাটো বাধ্যতামূলক নহয়।

ক্রেডিট ৰিপ’ৰ্টত ভুল তথ্যঃ

কেতিয়াবা ঋণগ্রহণকাৰীৰ কোনো ভুল নথকাৰ পাছতো ক্রেডিট স্ক’ৰ হ্রাস পাব পাৰে। ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে ক্রেডিট ৰিপ’ৰ্টত থকা ভুল তথ্য। আন কাৰোবাৰ ঋণ ভুলতে নিজৰ নামত সংযুক্ত হোৱা, বহুদিন পূর্বে বন্ধ কৰা ঋণ সক্রিয় হিচাপে দেখুওৱা অথবা ভুল আউটষ্টেন্ডিং বেলেন্স আৰু পেমেন্ট স্টেটাছ দেখুওৱাৰ ফলতো ক্রেডিট প্র’ফাইলত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেয়েহে নিয়মীয়াকৈ নিজৰ ক্রেডিট ৰিপ’ৰ্ট আৰু চিবিল স্ক’ৰ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কোনো ভুল তথ্য ধৰা পৰিলে সংশ্লিষ্ট ক্রেডিট ব্যুৰ’ আৰু ঋণদাতা প্রতিষ্ঠানক অভিযোগ দাখিল কৰি সংশোধনৰ বাবে আবেদন কৰিব লাগে।

সময়মতে ইএমআই আৰু ক্রেডিট কার্ডৰ বিল পৰিশোধ কৰাটো ক্রেডিট স্ক’ৰ ভাল ৰখাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় যদিও ই একমাত্র নির্ণায়ক নহয়। মুঠ ঋণৰ পৰিমাণ, ক্রেডিট ব্যৱহাৰৰ হাৰ, নতুন ঋণৰ আবেদন, ক্রেডিট ইতিহাস আৰু ৰিপ’ৰ্টত থকা তথ্য-এই সকলোবোৰে ক্রেডিট স্ক’ৰত প্ৰভাৱ পেলাব পাৰে। সেয়েহে ভাল ক্রেডিট স্ক’ৰ বজাই ৰাখিবলৈ সময়মতে ইএমআই আৰু বিল পৰিশোধ কৰাৰ লগতে ক্রেডিট কার্ডৰ অত্যধিক ব্যৱহাৰ এৰাই চলা, অপ্রয়োজনীয়ভাবে একাধিক ঋণৰ আবেদন নকৰা আৰু নিয়মীয়াকৈ ক্রেডিট ৰিপ’ৰ্ট পৰীক্ষা কৰাটো জৰুৰী ।সাধাৰণতে ৭৫০ৰ ওপৰৰ ক্রেডিট স্ক’ৰ ভাল বুলি বিবেচনা কৰা হয় যদিও কেৱল স্ক’ৰৰ ওপৰত ভিত্তি কৰি সকলো ঋণ আবেদন অনুমোদিত হোৱাটো নিশ্চিত নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d