Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

নীলা পানীত ভেটফুলৰ গুলপীয়া দলিচা, আকাশত নানাৰঙী পক্ষীৰ কাকলি

publisher by publisher
October 4, 2026
in Assam, News
Reading Time: 1 min read
0
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: উজনি অসমৰ বুকুত লুকাই থকা এক স্বৰ্গ, মতাপুং মাগুৰি বিল। শৰতৰ আৰম্ভণিৰ লগে লগে এই বিলখনে যেন নতুনকৈ  সাজ পিন্ধে। প্ৰকৃতিয়ে যেন নিজ হাতেৰে সজাইছে ইয়াক। নীলা আকাশৰ তলত বিস্তীৰ্ণ জলৰাশি, জলৰাশিৰ বুকুত ফুলি থকা হাজাৰ হাজাৰ ভেটফুলৰ গুলপীয়া দলিচা আৰু তাৰ মাজে মাজে উৰি ফুৰা দেশী-বিদেশী চৰাইৰ জাক – এই অপূৰ্ব দৃশ্যই এতিয়া হাত বাউলি মাতিছে প্ৰকৃতিপ্ৰেমী পৰ্যটকসকলক।

ADVERTISEMENT

তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ ১০-১১ কিলোমিটাৰ নিলগত, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে কাষত, বাৰেকুৰি, বাঘজান আৰু নতুন ৰঙাগড়া গাঁৱে আৱৰি থকা এই বিলখনৰ কালি প্ৰায় ৯.৬ বৰ্গ কিলোমিটাৰ।বিলখনৰ পাৰতে বাৰেকুৰিৰ বিখ্যাত হলৌ বান্দৰৰ বাসস্থান। ফলত এদিনতে পৰ্যটকে বিল আৰু বান্দৰ দুয়োটা উপভোগ কৰিব পাৰে।

মতাপুং মাগুৰি বিলক এনেয়ে পক্ষীৰ স্বৰ্গভূমি বুলি কোৱা নহয়। বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিয়ে (BNHS) ইয়াক গুৰুত্বপূৰ্ণ পক্ষী এলেকা (Important Bird Area) হিচাপে স্বীকৃতি দিছে।

শীতৰ আগমনৰ লগে লগে, ছেপ্টেম্বৰ-অক্টোবৰৰ পৰা মাৰ্চ-এপ্ৰিললৈকে ইয়ালৈ ঢপলিয়াই আহে প্ৰায় ৩০০ ৰো অধিক প্ৰজাতিৰ পক্ষী। ছাইবেৰিয়া, ৰাছিয়া, নৰৱে, ইংলেণ্ড, জাপান, লাডাখৰ পৰা অহা Baikal Teal, Eastern Spot-Billed Duck, Mallard, Tufted Duck, Bar-headed Goose, Ferruginous Duck ৰ দৰে বিৰল পৰিভ্ৰমী পক্ষীয়ে বিলখনৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। যোৱা কিছুবছৰ পূৰ্বে বিলখনত দেখা গৈছিল অতি বিৰল ‘মেন্দেৰিয়ান ডাক’ বা সোণালী হাঁহ।

শেহতীয়াকৈ যোৱা ১১ জুলাইত ইয়াত বিৰল অষ্ট্ৰেলিয়ান গ্ৰাছ আউল দেখা পোৱাৰ পিছত বিলখনৰ খ্যাতি আৰু বৃদ্ধি পাইছে। পক্ষীৰ লগতে ইয়াত ৬ বিধ কাছ, বহু প্ৰজাতিৰ মাছ, সাপ, জলচৰ প্ৰাণী পোৱা যায়।
ৰাতিপুৱাৰ কুঁৱলীৰ মাজত যেতিয়া স্থানীয় মাছমৰীয়াৰ টুলুঙা নাওখন লৈ  বিলৰ মাজেৰে আগবাঢ়ে, তেতিয়া এক অদ্ভুত শান্তি বিৰাজ কৰে। বিলৰ পানীৰ ভেটফুলৰ মাজে মাজে ৰ’দৰ পোহৰ পৰি যি দৃশ্যৰ সৃষ্টি হয়, সেয়া তাতোকৈ মনোমোহা।

বৰ্তমান বছৰি প্ৰায় ১৫,০০০ ৰ পৰা ২০,০০০ পৰ্যটকে এই বিলখন ভ্ৰমণ কৰে। শীতকালত প্ৰতি সপ্তাহত ৫০০-৭০০ পৰ্যটকৰ আগমন ঘটে।

পৰ্যটনৰ এই জোৱাৰে সলনি কৰি দিছে স্থানীয় অৰ্থনীতি। পূৰ্বতে কেৱল মাছ ধৰি জীৱিকা উলিওৱা স্থানীয় যুৱকসকলে এতিয়া নাও চলাই, গাইড হিচাপে কাম কৰি স্বাৱলম্বী হৈছে। প্ৰায় ২০ টাতকৈ অধিক পৰিয়ালে পোনপটীয়াকৈ এই পৰ্যটনৰ পৰা উপকৃত হৈছে। এইক্ষেত্ৰত বাৰেকুৰি অঞ্চলৰে কেইজনমান যুৱকে লগ হৈ ‘বাৰ্ডছ ভিউ পইণ্ট’ নামেৰে পৰ্যটন ক্ষেত্ৰখনত কাম কৰি আহিছে। তেওঁলোকেই পৰ্যটকক নাও, দূৰবীণ, পক্ষী চিনাক্তকৰণৰ লগতে লাইফ জেকেট আদি সুবিধা দি আহিছে।

অৱশ্যে এই সৌন্দৰ্যৰ মাজতো আছে শংকা। ২০২০ চনৰ বাঘজানৰ তৈলখাদৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত বিলখনৰ পৰিৱেশতন্ত্ৰত যথেষ্ট ক্ষতি হৈছিল। তেল আৰু গেছে বিলৰ পানী প্ৰদূষিত কৰিছিল। ইয়াৰ উপৰি প্লাষ্টিক আৱৰ্জনা, অবৈধ মাছ ধৰা পদ্ধতি, আৰু পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱে পৰ্যটকক অসুবিধাত পেলাইছে।

চৰকাৰে যদি বিজ্ঞানসন্মতভাৱে ইক’ টুৰিজমৰ আঁচনি লয়, হোম-ষ্টেৰ ব্যৱস্থা কৰে, তেন্তে মতাপুং মাগুৰি বিল অসমৰ অন্যতম শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন কেন্দ্ৰ হৈ উঠিব আৰু স্থানীয় নিবনুৱাৰ বাবে বৃহৎ কৰ্মসংস্থানৰ সৃষ্টি হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক
Assam

October 6, 2026
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ
Assam

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

October 6, 2026
আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d