Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

publisher by publisher
October 4, 2026
in International, News
Reading Time: 1 min read
0
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান

ForestLoss: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এক ভয়াৱহ ভৱিষ্যতৰ দিশে ধাৱমান হৈছে সমগ্র পৃথিৱী। জলবায়ু পৰিৱৰ্তন, জনসংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ফলত বিগত কিছু বছৰত বিশ্বই এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল হেৰুৱালে। গছ-বন কাটি তহিলং কৰা এই ভূমিৰ পৰিমাণ পৃথিৱীৰ মুঠ ভূমিৰ ১০ শতাংশ আৰু ভাৰতৰ ভূখণ্ডৰ প্ৰায় ৫.২ গুণ অধিক।

ADVERTISEMENT

এই উদ্বেগজনক তথ্য প্রকাশ পাইছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফএঅ’) ৰ শেহতীয়া এক প্রতিবেদনত। বহনক্ষম ভৱিষ্যৎ কেন্দ্রিক এই প্রতিবেদনত এনেদৰে বনভূমি হাসৰ কাৰণো ব্যাখ্যা কৰা হৈছে। এই কাৰণসমূহৰ মূলসমূহ হৈছে জলবায়ু পৰিৱৰ্তন, জনসংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন।

প্রতিবেদনখনত কোৱা হৈছে যে বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ বাবে খেতিপথাৰ সৃষ্টিৰ উদ্দেশ্যে বিশ্বত ব্যাপক হাৰত বনভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। এই ক্ষেত্ৰত এছিয়াৰ অৱস্থাও উদ্বেগজনক। এই সম্পর্কত উক্ত প্রতিবেদনত কোৱা হয়, ‘এছিয়াৰ মুঠ ভূমিৰ প্ৰায় ১৯ শতাংশ বনভূমি হ্রাস পাইছে। এনেদৰে হ্রাস পোৱা ভূমিৰ মাটিকালি হৈছে ৫৬ লাখ ৩০ হেজাৰ হেক্টৰ। কৃষিভূমিৰ সম্প্ৰসাৰণ, আন কামত ভূমিৰ ব্যৱহাৰ আদিৰ বাবে বনাঞ্চল ধ্বংস কৰা হৈছে।’

মূলতঃ মানুহৰ সামগ্ৰী আৰু সেৱাৰ চাহিদা পূৰণৰ উদ্দেশ্যে এনেদৰে বনভূমি ধ্বংস কৰি অহা হৈছে বুলিও প্রতিবেদনখনত আঙুলিয়াই দিয়া হৈছে। আনহাতে, এনে ব্যাপক হাৰত বনভূমি ধ্বংসৰ বিপৰীতে নতুনকৈ বনাঞ্চল সৃষ্টিৰ কাম শামুকীয়া গতিৰে আগবাঢ়িছে। বিগত কিছু বছৰত এশ কোটি ৫৬ লাখ বনভূমি ধ্বংস হোৱাৰ বিপৰীতে ৪৬০ নিযুত হেক্টৰ ভূমিয়েহে বনাঞ্চল পুনৰ ঘূৰাই পাইছে।

এনেদৰে বনাঞ্চল ঘূৰাই অনা কাৰ্যক ত্বৰান্বিত কৰাৰ পোষকতা কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই। অন্যথা সমগ্র বিশ্বই ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব বুলি সংস্থাটোৱে আশংকা কৰিছে। সংস্থাটোৱে লগতে আঙুলিয়াই দিছে যে ১৯৯০ৰ পৰা ২০২৫ৰ সময়ছোৱাত সমগ্র বিশ্বত ৩২৪ নিযুত হেক্টৰ বনাঞ্চল ধ্বংস হয়।

স্বাভাৱিকতে ইয়ে বনাঞ্চলৰ পৰিৱেশ তন্ত্ৰক অসুৰক্ষিত কৰি তুলিছে। এই ভূমিৰ ১২ শতাংশই হৈছে আফ্রিকাৰ। ইয়াতকৈ সাত শতাংশ অধিক অর্থাৎ ১৯ শতাংশ ভূমি হৈছে এছিয়াৰ। একে অৱস্থা বিৰাজ কৰিছে দক্ষিণ আমেৰিকাতো। মহাদেশখনত ১৪ শতাংশ বনাঞ্চল ধ্বংস হৈছে। উল্লেখ্য যে ২০২৫লৈ বিশ্বত মুঠ বনভূমিৰ মাটিকালি আছিল চাৰিশ কোটি ১৪ লাখ হেক্টৰ।

এই ভূমিৰ পৰিমাণ পৃথিৱীৰ মুঠ ভূখণ্ডৰ ৩২ শতাংশ। উক্ত প্রতিবেদনত কোৱা হৈছে যে বনাঞ্চল ধ্বংস আৰু বনভূমি অৱনমন হৈছে বিশ্বৰ সন্মুখত দেখা দিয়া অন্যতম মূল প্রত্যাহ্বান। এই প্রত্যাহ্বানে জৈৱ বৈচিত্র্য, জলবায়ুৰ স্থিৰতা আৰু ভূমিৰ উৎপাদনশীলতাত নেতিবাচক প্ৰভাৱ পেলাইছে।

নিৰ্বনানীকৰণে ১৯৯০ৰ পৰা বিশ্বত ৪৮৯ নিযুত হেক্টৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰিলে। এই বনাঞ্চল ধ্বংস কার্য ঘাইকৈ সংঘটিত হয় বিশ্বৰ সবাতোকৈ অধিক জৈৱ বৈচিত্র্যপূৰ্ণ আৰু পৰিৱেশতন্ত্রগতভাবে অত্যন্ত মূল্যৱান বন পৰিৱেশতন্ত্ৰত। তদুপৰি ১৯৯০ৰ পৰা ২০২৫ৰ সময়ছোৱাত বিশ্বত ১১০ নিযুত হেক্টৰ প্ৰাথমিক বনাঞ্চল ধ্বংস হয়। পৰিণতিত অনেক প্ৰজাতিৰ জীৱ হ্রাস পাইছে। ইয়াৰ সমান্তৰালভাৱে পৰিৱেশতন্ত্র খণ্ড-বিখণ্ড হৈছে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্রগত সেৱাসমূহত খহনীয়াৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান
India

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান
International

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস

October 24, 2026
মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d