Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati:বয়োজ্যেষ্ঠ নাগৰিকৰ সতেজ-সবল দেহ-মনৰ বাবে পদক্ষেপ শান্তানীৰৰ

এপ'ল হাস্পতালৰ সহযোগত কনক্লেভ ফৰ এল্ডার্জ-২০২৫ শীর্ষক সম্মিলনত বর্ণাঢ্য কাৰ্যসূচী

publisher by publisher
October 6, 2025
in Assam
Reading Time: 1 min read
0
Guwahati:বয়োজ্যেষ্ঠ নাগৰিকৰ সতেজ-সবল দেহ-মনৰ বাবে পদক্ষেপ শান্তানীৰৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Guwahati:

বয়োজ্যেষ্ঠসকলৰ আন্তর্জাতিক দিৱস ‘ইণ্টাৰনেচনেল ডে অৱ অল্ডাৰ পাৰ্ছন্স’ৰ স’তে সংগতি ৰাখি দেওবাৰে এপ’ল’ হাস্পতালৰ সহযোগত শান্তানীৰ নামৰ সংস্থাটোৱে বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰে।
বয়োজ্যেষ্ঠ নাগৰিকৰ জীৱন যাপন সুস্থ-সবল আৰু শান্তিপূর্ণ ৰূপত উদ্ভাসিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা কনক্লেভ ফৰ এল্ডার্জ-২০২৫ শীর্ষক সম্মিলনত সমাজৰ বিভিন্ন স্তৰৰ বয়োজ্যেষ্ঠ নাগৰিকে অংশ লয়। আমাৰ সমাজৰ অমূল্য অংশীদাৰ বয়স্ক লোকসকলৰ প্ৰতি থকা সমাজৰ অংগীকাৰ প্রতিফলিত কৰা এই অনুষ্ঠানত কিদৰে জীৱনৰ বিয়লি বেলা তেওঁলোকে এক সতেজ-স্বল, জ্ঞানাকর্ষক আৰু উচ্চমানৰ জীৱন যাপন কৰিব পাৰে এই বিষয়ে আজি অনুষ্ঠানত বিভিন্নজনে আলোকপাত কৰে।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত কাৰ্যসূচীৰ আৰম্ভণিতে এক মিনিট সময় মৌন প্রার্থনা জনোৱা হয় শাম্তানীৰৰ কাৰ্যকৰী সভাপতি ডাঃ সাধন ব্রত দাসৰ বিশেষ তৎপৰতাত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণি কৰে শান্তানীৰৰ সচিব ডাঃ গৌতম খাউণ্ডে। অনুষ্ঠানত সমাজৰ প্ৰতিজন নাগৰিকৰ বাবে বৃহৎ অনুপ্ৰেৰণাৰ উৎস ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ খ্যাতিসম্পন্ন জ্যেষ্ঠ নাগৰিকসকলক সম্বর্ধনা জনোৱা হয়। এইসকলৰ ভিতৰত আছে দৈনিক অগ্ৰদূত’ৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকা, অধ্যাপক ড:অজয় মহত্ত্ব, মল্লিকা হাজৰিকা আৰু থানেশ্বৰ মালাকাৰ।
এই উপলক্ষে আয়োজিত বিভিন্ন আলোচনাসত্ৰ পৰিচালনা কৰে নেডফিৰ মহাপ্ৰৱন্ধক, মুখ্য বিত্ত বিষয়া আৰু কোম্পানী চেক্রেটাৰী বিকাশ কুমাৰ আগৰৱালাই। জ্যেষ্ঠ নাগৰিক আৰু ‘বিভীয় সুস্থতা’ শীর্ষক আলোচনাচক্রত বক্তব্য প্রকাশ কৰি অধ্যাপক ডাঃ সুৰেশ চক্ৰৱৰ্তী (জিএমচিএইছৰ মনোবিজ্ঞান বিভাগৰ মুৰব্বী)য়ে জীৱনৰ এই সোণালী কালছোৱাত কিদৰে মানসিক সুস্থতাক সঞ্জীৱনী দিব পাবি সেই বিষয়ে আলোকপাতকৰে। আলোচনাচক্রত ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ পৰিচালনাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি এক বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
তদুপৰি মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ বিনামূলীয়া পৰীক্ষাৰ উপৰি খাদ্যাভ্যাস সম্পর্কীয় পৰামৰ্শ, ফিজিঅ’থেৰাপীৰ পৰামৰ্শ আদিও সম্পন্ন কৰা হয়। তদুপৰি অষ্টিঅ’প’ৰছিছ, হাওঁফাওঁৰো ৰোগ সম্পর্কীয় বিনামূলীয়া পৰীক্ষা কৰা হয়। অসম বিপাসনা ট্রাষ্টে আগবঢ়োৱা বিপাসনা ধ্যান আদিৰ বাবে যোগাযোগ কেন্দ্র, ভাৰতীয় বিদ্যা ভৱনৰ যোগ আৰু কম্পিউটাৰ শিক্ষা তথ্য সম্পর্কীয় অংশগ্রহণকাৰী
সকল উপকৃত হয়। সজাগতা পদক্ষেপৰ দ্বাৰা আনহাতে, ডাঃ প্রদীপ ঠাকুৰীয়া আৰু ডাঃ স্বৰূপ দেই দান কৰা চিত্রশিল্পৰ ‘গেলেৰী অৱ চেৰিটী’ শীৰ্ষক সুন্দৰ প্ৰদৰ্শনীও আছিল অনুষ্ঠানৰ অন্যতম এক আকর্ষণ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apollo Hospitalsconclave for elders 2025Guwahatiinternational day of the older personnedfi house auditorium
publisher

publisher

Related Posts

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

August 20, 2026
১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d