Chandmari Flyover:
মহানগৰীৰ সদাব্যস্ত চানমাৰিৰ আৰ জি বৰুৱা ৰোডস্থিত চানমাৰিৰ উৰণ সেঁতু মেৰামতিৰ বাবে তিনিদিন যাতায়ত বন্ধৰ ঘোষণা মহানগৰ প্ৰশাসনৰ ৷
ADVERTISEMENT
চলিত অক্টোবৰ মাহৰ ১৩, ১৫ আৰু ১৭ ত নিশা ছয় বজাৰ পৰা পুৱা ৬বজালৈ বন্ধ থাকিব যাতায়াত ৷ অৱশ্যে দিনৰ ছয় বজাৰ পৰা নিশা ১০ বজালৈ যাতায়ত বাহাল থাকিব চানমাৰিৰ উৰণ সেঁতু খনত ৷

































