Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jatiya Swahid Smarak khetra Opening:মুখ্যমন্ত্ৰীয়ে ফিটা কাটি ৰাইজৰ বাবে উছৰ্গা কৰিলে জাতীয় ছহিদ স্মাৰক ক্ষেত্ৰ-ছহিদ স্তম্ভ

অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,কেশৱ মহন্ত ,অতুল বৰা, ১০০ কোটি টকা ব্যয়েৰে ১১৬ বিঘা ভূমিত নির্মাণ ছহিদ স্মাৰক ক্ষেত্ৰ

publisher by publisher
December 10, 2025
in Assam
Reading Time: 1 min read
0
Jatiya Swahid Smarak khetra Opening:মুখ্যমন্ত্ৰীয়ে ফিটা কাটি ৰাইজৰ বাবে উছৰ্গা কৰিলে জাতীয় ছহিদ স্মাৰক ক্ষেত্ৰ-ছহিদ স্তম্ভ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Jatiya Swahid Smarak khetra Opening:

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুদি দিয়া বীৰ ছহিদ সকলৰ স্মৃতিত প্ৰতিবৰ্ষত ৰাজ্যজুৰি উদযাপন কৰি অহা হয় ছহিদ দিৱস ৷ আজিও ৰাজ্য জুৰি উদযাপন কৰা হৈছে ছহিদ দিৱস ৷

ADVERTISEMENT

আজি এই ঐতিহাসিক দিনটোতে গুৱাহাটীৰ বৰাগাঁৱত ৰাজ্য চৰকাৰৰ উদ্যোগত ১০০ কোটি টকা ব্যয়েৰে ১১৬ বিঘা ভূমিত নির্মাণ কৰি উলিওৱা জাতীয় ছহিদ স্মাৰক ক্ষেত্ৰ-ছহিদ স্তম্ভ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি ৰাইজৰ বাবে উছৰ্গা কৰে ৷ এই অনুষ্ঠানত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,মন্ত্ৰী অতুল বৰা ,কেশৱ মহন্ত,বিমল বৰা,পীযুষ হাজৰিকা,জয়ন্ত মল্ল বৰুৱা, ৰাজ্যৰ মুখ্যসচিব ড:ৰবি কোটা সহ বিশিষ্ট ব্যক্তিয়ে ৷

উল্লেখ্য যে জাতীয় ছহিদ স্মাৰক ক্ষেত্ৰত মঙলবাৰে সন্ধিয়া ‘ছহিদ প্রণাম জ্যোতি’ প্রজ্বলন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুকলিৰ প্ৰাকক্ষণত ছহিদ স্মাৰক ক্ষেত্ৰ অসম আন্দোলনৰ ৮৬০ ছহিদলৈ ৮৬০ গছি বস্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি জনোৱা হয়। বস্তি প্রজ্বলন কার্যসূচীত মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, বিমল বড়া, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, ৰাজ্যৰ মুখ্য সচিব ড: ৰবি কোটা, আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত কয় যে এই স্মাৰক ক্ষেত্ৰ অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱৰে জীয়াই থকাৰ সংকল্পৰ এক প্রতীক আৰু জাতিটোৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰত পৰিণত হ’ব। কালি এই ছহিদ স্মাৰক ক্ষেত্ৰত কেন্দ্রীয়ভাবে ছহিদ দিৱস পালন কৰাৰ লগতে সমগ্র ৰাজ্যৰ জিলা আৰু সমজিলাসমূহৰ সদৰতো কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰি এই কার্যসূচীসমূহত অংশগ্রহণ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছহিদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্রহণ কৰা সকলো বীৰ ছহিদলৈ শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্রহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছো। এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব। আমি পুনৰ উল্লেখ কৰিব বিচাৰো যে, অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই সপোনসমূহ পূৰণ কৰিবলৈ আমি প্রতিশ্রুতিবদ্ধ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaGuwahatiJatiya Swahid Smarak khetra Openingwest boragaon
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d