Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Fire:৩৪ ঘণ্টা পাৰ হ’ল এতিয়াও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ

সকলোৰে উৎকণ্ঠা জুই নির্বাপন কৰিবলৈ সক্ষম হ'বনে অগ্নিনির্বাপক বাহিনীয়ে !, ভস্মীভূত ষ্টেট বেংকৰ উত্তৰ-পূৰ্বাঞ্চলৰ কে'বাটাও মুখ্য কার্যালয়, ব্যয়বহুল মল ছাইত পৰিণত ৩০ খনৰো অধিক বাহনেৰে জুই নির্বাপণৰ

publisher by publisher
December 11, 2025
in Assam
Reading Time: 1 min read
0
Guwahati Fire:৩৪ ঘণ্টা পাৰ হ’ল এতিয়াও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Guwahati Fire:

৩৪ ঘণ্টা পাৰ হ’ল যদিওএতিয়াও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰৰ প্ৰাসাদোপম অট্টালিকা ৷ সকলোৰে উৎকণ্ঠা জুই নির্বাপন কৰিবলৈ সক্ষম হ’বনে অগ্নিনির্বাপক বাহিনীয়ে ৷

ADVERTISEMENT

fire 2মঙলবাৰে মাজনিশাৰ পৰা গুৱাহাটীৰ অন্যতম অভিজাত সাতমহলীয়া অট্টালিকা স্বাগতা স্কোৱেৰত যি জুইৰ সূত্রপাত হয়, সি সঁচাকৈয়ে ভয়ংকৰ। গুৱাহাটীৰ অভিজাত অঞ্চল এবিচিত সংঘটিত এই জুই আজি নিশা এই বাতৰি যুগুতোৱা পৰলৈকে নির্বাপিত হোৱা নাই। নিশা ১২ বজাৰ পৰা বাতৰি প্রস্তুত কৰা পর্যন্ত যোৱা ৩৪ ঘণ্টা ধৰি জ্বলিয়ে আছে, জুলিয়ে আছে অট্টালিকাটো। এনেদৰে এটা বৃহৎ অট্টালিকা জ্বলি থকা ঘটনাৰ সাক্ষী হোৱা নাছিল গুৱাহাটী। কেইদিনমান পূর্বে হংকস্তুত কে’বাটাও অট্টালিক ভস্মীভূত হোৱাৰ চৰ্চা বিশ্বজুৰি চলিছিল। সেই আতংকই বিশ্বৰ বহু দেশক সচেতন হ’বলৈ বাধ্য কৰাইছে। অসমতো হংকঙৰ সেই ভয়াৱহ ঘটনাৰ চৰ্চা বাৰুকৈয়ে হৈছিল।

fire 3সেই প্রশ্নৰ গুণগুণনি মাৰ নৌযাওঁতেই একপ্ৰকাৰ অসমৰ বাবেই নজিৰবিহীন ঘটনাৰ উদাহৰণ হৈ পৰিল স্বাগতা স্কোৱেৰ। সাত মহলীয়া আৰু তাৰ লগতে সকলো দিশেৰে সুৰক্ষিত কৰি নিৰ্মাণ কৰা অট্টালিকাটোত কিদৰে এনে বিধ্বংসী জুইৰ সূত্ৰপত হ’ল, তাৰ কোনেও একো আঁতি-গুৰি পোৱা নাই। একাংশ পক্ষই সন্দেহ কৰে যে সমাগত বৰদিনৰ বাবে অট্টালিকাটোত যি আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছিল, তাৰ পৰাই হৈছিল নেকি এই জুইৰ সূত্রপাত ? সৌভাগ্যবশতঃ কোনো লোক এই জুইত হতাহত হোৱা নাই। ইয়াৰ বিপৰীতে অন্যান্য ক্ষয়-ক্ষতি কিমান পৰিমাণৰ হ’ল তাক ঠাৱৰ কৰাটো সম্ভৱ হোৱা নাই। ধাৰণা কৰা হৈছে যে এই ঘটনাত ক্ষয়-ক্ষতিৰ পৰিমাণ বহু কোটি টকাৰ হ’ব পাৰে।

#কোন সময়ত, কেনেদৰে পোহৰলৈ আহিল ঘটনা?

সম্পূর্ণ ব্যৱসায়িক আৰু আধুনিক অট্টালিকাৰূপে স্বাগতা স্কোৱেৰৰ সুকীয়া পৰিচয় আছে। ইয়াতেই গুৱাহাটীৰ অন্যতম বিলাসী বস্ত্র প্রতিষ্ঠান শ্ব’হম এম্পৰিয়া অৱস্থিত। এই বিপণীখনলৈ কোনো সাধাৰণ লোকে যাব বিচাৰিলে দহবাৰ ভাবিব লাগে; কাৰণ অতি ব্যয়বহুল বস্ত্ৰহে এইখন বিপণীত পোৱা যায়। ইয়াতেই আছে ভাৰতীয় স্টে বেংকৰ প্রায় ছটা কার্যালয়। তাৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰতীয় স্টেট বেংকৰ আঞ্চলিক প্রবন্ধকৰ কাৰ্যালয় আৰু উপ-মহাপ্ৰৱন্ধকৰ কাৰ্যালয়। ইয়াতেই অৱস্থিত স্টেট বেংকৰ বাণিজ্যিক শাখাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়। তদুপৰি ইয়াত বৃহৎ পৰিমাণৰ ঋণ প্রদান কৰা স্টেট বেংকৰ আঞ্চলিক কার্যালয়ো অবস্থিত। ইয়াতেই স্টেট বেংকৰ শাখা কৰ্যালয়ৰ মূল লকাৰসমূহো আছে। সাতট মহলাৰ ভিতৰৰ তিনিটাত শ’হম এম্পৰিয়াৰ মল থকাৰ বিপৰীতে চাৰিটা মহলাত আছে স্টেট বেংকৰ উল্লিখিত কার্যালয়বোৰ।

fire 4এনেহেন বৃহৎ বাণিজ্যিক কেন্দ্ৰৰ সুৰক্ষা ব্যৱস্থাক লৈ কোনো সংশয়ৰ সৃষ্টি স্বাভাবিকতে হোৱা নাছিল। এনেহেন এই বৃহৎ অট্টালিকাটোৰ দ্বিতীয় মহলাত যোৱা নিশা প্রায় ১২.৩০ বজাত জুইৰ শিখা প্রত্যক্ষ কৰে তলত থকা সুৰক্ষা কৰ্মীৰ দলে। তেওঁলোকে নিজাববীয়াকৈ অট্টালিকাটোত থকা জুই প্ৰতিৰোধী ব্যৱস্থা সক্ৰিয় কৰাৰ সমান্তৰালকৈ অগ্নিনির্বাপক বাহিনীকো খবৰ দিছিল। মাজনিশাৰ উদং ৰাজপথেৰে কিছু সময়ৰ পাছতে দিছপুৰস্থিত অগ্নিনির্বাপক বাহিনীৰ কে’বাখনো বাহন প্রায় বায়ু বেগেৰে আহি সেই স্থানত উপস্থিত হয়; কিন্তু তেতিয়ালৈকে জুইৰ শিখাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। লগে লগে হুৱাদুৱা লাগে।

আৰক্ষীৰ লগতে সমীপৰ বহু লোক সেই স্থানত উপস্থিত হৈছিল। প্ৰথমতে তলৰ পৰা পানী ছটিয়াই জুই নুমুওৱাব চেষ্ট কৰা হৈছিল; কিন্তু সেই চেষ্টা সম্পূর্ণ ব্যর্থ হয়। তাৰ বিপৰীতে জুইৰ দ্রুত সম্প্ৰসাৰণ ঘটে। বতাহেও সেই জুই বিয়পি পৰাত সহায় কৰে। সেই জুই ক্রমে দাওদাওকৈ জ্বলি উঠে। সকলোৰে চকুৰ আগতে জুইৰ শিখাই আৱৰি ধৰিবলৈ আৰম্ভ কৰে ওপৰৰ মহলাবোৰক। ইয়াৰ বিপৰীতে ঘটনাস্থলীত উপস্থিত হয় গুৱাহাটীৰ কে’বাটাও কেন্দ্ৰৰ পৰা অহা ইখনৰ পাছত সিখন অগ্নিনির্বাপক বাহিনীৰ গাড়ী। নুনমাটি শোধনাগাৰ আৰু ডিগাৰুৰ পৰাও অত্যাধুনিক সা-সৰঞ্জামৰে সমৃদ্ধ বাহন আহি উপস্থিত হয়। নিশাই ওপৰ মহলাৰ জুই নির্বাপণ কৰিবলৈ হাইড্র’লিক ব্যবস্থা গ্রহণ কৰা হয়।

fire 5তাৰ দ্বাৰা পানী আৰু জুই নুমোৱাত সহায় কৰা দ্রব্য নিক্ষেপ কৰা হয়। এনে সকলো প্ৰচেষ্টাৰ মুহূৰ্তৰ ভিতৰতে ব্যর্থ হয়। আনফালে, বৃদ্ধি হয় জুইৰ প্রকোপ। বতাহৰ গতিত সেই জুয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে। অগ্নিনির্বাপক বাহিনীৰ দলে কোনোবা অংশত যদি জুই নির্বাপণ কৰিবলৈ সক্ষম হয় যদিও নতুন নতুন অংশত জুই জ্বলি উঠে। হাইড্র’লকৰ সহায়ত ওপৰলৈ উঠিবলৈ সক্ষম হোৱা অগ্নিনির্বাপক বাহিনীৰ জোৱানে প্রত্যক্ষ কৰে যে অভিজাত মলটোৰ কাপোৰত অগ্নিসংযোগ হোৱাৰ বাবেই জুইৰ সম্প্ৰসাৰণ ক্ষিপ্ৰতৰ হৈছে।

বুধবাৰে আগবেলা মলৰ ভিতৰত প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে ৰখা কাপোৰবোৰ পুৰি ছাই হোমাৰ পাছতো মন ক’লা ধোঁয়া এটা বিশেষ কোঠাৰ পৰা ওলাই আছিল; অথচ সেই কোঠাটোলৈ যাব পৰাৰ কোনো সহজ ব্যবস্থা নাছিল। জুই আৰু উত্তাপৰ বাবেই মলৰ ভিতৰলৈ সোমোৱাটো সম্ভৱ নাছিল। অথচ সেইটো হৈ পৰিছিল জুইৰ অন্যতম কাৰণ। মলৰ ভিতৰত ৰখা কাপোৰবোৰ পুৰি ছাই হোৱাৰ পাছতো বিশেষ সেই কোঠাটোৰ পৰা ওলাই থকা ধোঁৱা নির্বাপিত কৰিবলৈ বিকল্প ব্যৱাস্থাও নাছিল। কাৰণ সেই বিশেষ কোঠাটোলৈ যাবলৈ হ’লে প্রদর্শন আৰু বিক্ৰীৰ বাবে ৰখা মলটোৰ কোঠাৰ মাজেৰে যাব লাগে।

তেনেদৰে যোৱাটোও কোনোপধ্যে সম্ভৱ নহয়। অৱশেষত দ্বিতীয় মহলাত থকা সেই কোঠাটোৰ এখন শক্তিশালী বেৰ ভাঙি পেলোৱা হয়। সেই কোঠাটো আছিল এটা বৃহৎ গুদাম। বেৰৰ ভঙা আংশৰে হেজাৰ হেজাৰ লিটাৰ পানী ছটিয়াই জুই নির্বাপণৰ চেষ্ট কৰা হয়; কিন্তু গুদাম ঘৰটোত কাপোৰ ইমানেই বোজাই কৰি ৰখা হৈছিল যে এফালে জুই নুমালে, আনফালে জুলি উঠে।

ইপিনে, কাপোৰৰ পৰ সূত্রপাত হোৱা সেই জুই দ্রুত গতিত বিস্তাৰিত হৈছিল ওপৰৰ মহলাবোৰলৈ। স্টেট বেংকৰ ইটোৰ পাছত সিটো কার্যালয়ক সেই প্রচণ্ড জুরে আৱৰি ধৰিছিল। প্ৰতিটো মহলাতে পানীৰে জুই নির্বাপণৰ চেষ্টা চলোৱা হয়। সেই চেষ্টা কোনোবাটো মুহূর্তত সফল হ’লে আন কোনোবাটোত নতুনকৈ গুৰুতৰ হৈ উঠে। জুইৰ এনে প্রকোপ নিশা এই বাতৰি যুগুতোৱা পৰলৈকে অব্যাহত আছে।  নিশা পূৰ্বৰ সেই জুইৰ লেলিহান ৰূপ নাথাকিলেও ঘন ক’লা ধোঁৱাই এতিয়াও চৌদিশ ছানি ধৰি আছে। আজি সমগ্ৰ গুৱাহাটীৰ আকাশ এই অগ্নিকাণ্ডৰ ধোঁৱাই ছানি ধৰে।

# লোকে লোকাৰণ্য পৰিৱেশ

নিশাই ঘটনাস্থলীত সমবেত হয় শ শ লোক। এই ঘটনা প্রত্যক্ষ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰে এবিচি। দূৰ-দূৰণিৰ পৰাও মানুহ ঘটনা প্রত্যক্ষ কৰিবলৈ ঢপলিয়াই আহে। তদুপৰি সমবেত হয় বেংকৰ লগত লেনদেন থকা মানুহবোৰ। সকলোৰে মুখত কেৱল মাত্র আতংক-ভীতিগ্রস্ততাৰ চাপ। বাণিজ্যিক লেনদেন কৰা লোকসকল আতংকিত হৈ পৰে তেওঁলোকৰ সমষ্টনথিপত্র চিৰদিনৰ বাবে হেৰাই যোৱাৰ আশংকাত।

লকাৰ শাখাত বৃহৎ পৰিমাণৰ সা-সম্পত্তিৰ নথি আৰু অলংকাৰ জমা থকা বুলি সদৰী কৰে ভাৰতীয় স্টে বেংকৰ দিছপুৰস্থিত উত্তৰ-পূর্বাঞ্চলৰ কাৰ্যালয়ৰ শীর্ষ বিষয়াৰ সূত্রই। ঘটনাটোক লৈ স্টেট বেংকে অদ্যাপি আনুষ্ঠানিক কোনো তথ্য সদৰী কৰা নাই। সেয়েহে শীর্ষ বিষয়াৰ সূত্ৰটোৱে আশা প্রকাশ কৰে যে ঋণ সম্পর্কীয় নথিপত্র আৰু লকাৰত থকা বৃহৎ পৰিমাণৰ সা-সামগ্ৰী আৰু মূল্যবান সম্পদবোৰ নষ্ট হোৱাৰ সম্ভাবনা কম; কিয়নো জুই প্রতিৰোধী ব্যবস্থা তাত আছে। আকৌ বেংকৰ কার্যালয়বোৰ যিহেতু গ্রাহকৰ লগত ধনৰ লেনদেন চলা সাধাৰণ বেংকৰ দৰে নহয়, গতিকে জমা বখা নগদ ধন জ্বলি যোৱাৰ সম্ভাবনাও নাই। বিষয়াজনে কয়, ‘আশা কৰো অন্ততঃ গ্ৰাহকৰ সম্পত্তিসমূহ সুৰক্ষিত হৈ আছে। জুই নুমুৱাৰ পাছত আৰু আইন সকলো ব্যবস্থা শেষ হোৱাৰ পাছতহে গোটেইখিনি পৰীক্ষা কৰিব পৰা যাব।’

বুধবাৰে বিয়লি জুইৰ শিখাই অট্টালিকাটোৰ একেবাবে শীর্ষ মহলাৰ ছাদ স্পর্শ কৰে। তাত কেন্টিন অবস্থিত। কে’বাটাও বন্ধন গেছৰ চিলিণ্ডাৰ কেন্টিনত মজুত আছে। সেইকেইটা বিস্ফোৰিত হ’ব বুলিও গভীৰ আতংকৰ সৃষ্টি হৈছে। কিয়নো বন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হ’লে সেই জুই কোনফালে ছিটিকি বিয়পি পৰে, তাৰ কোনো ঠিকনা নাই। সেয়েহে কাষৰ সকলো অট্টালিকা, এপার্টমেন্ট আদিক সতর্ক কৰি দিয়া হৈছে।

# আৰক্ষীৰ তদন্ত

এই বিধ্বংসী ঘটনাটেৰ তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে। বিশেষকৈ শ্ব’হম এম্পৰিয়াৰ লগত জড়িত কে’বাজনকো আৰক্ষীয়ে সোধপোছ কৰিছে। অৱশ্যে কোনেও এতিয়ালৈকে এই জুইৰ উৎসব সন্ধান লাভ কৰা নাই। আনহাতে, জুই সম্পূর্ণরূপে কেতিয়ালৈ নির্বাপিত হ’ব, তাৰো ধাৰণা কৰিব পৰা নাই অগ্নিনির্বাপক বাহিনীয়ে। কাৰণ সন্ধিয়া হোৱাৰ লগে লগে জুই নির্বাপণৰ প্রচেষ্টাও দিনৰ ভাগৰ দবে ত্ববান্বিত কৰাটো সম্ভব নহয়। সম্পূর্ণ অট্টালিকাটো যোৰ অন্ধকাৰত নিমজ্জিত হৈ পাৰত কোনো নতুন স্থানৰ পৰা ধোঁৱা ওলোৱাৰ লগে লগে সেয়া চকুত নপৰব পাৰে। কার্যতঃ সেয়াই হৈছে। এই বাতৰি যুগুতোৱাৰ সময়তো বৃহৎ অট্টালিকাটোৰ কে’বাটাও অংশৰ পৰা ধোঁৱা নিৰ্গত হৈ আছে। সেই ধোঁৱাই কোনোবাটো মুহূর্তত জুইৰ ৰূপ লৈছে। ধোঁৱা আৰু জুই প্রত্যক্ষ কৰাৰ লগে লগে তাত পানী নিক্ষেপ কৰা হৈছে; কিন্তু যথেষ্টদূৰৰ পৰা ছটিওৱা পানীয়ে সেই ধোঁৱা আৰু জুই সম্পূর্ণ নির্বাপিত কৰিবলৈ সক্ষম হোৱা নাই।

মহানগৰীৰ সদাব্যস্ত ভঙাগড়ৰ মাজমজিয়াতে সংঘটিত এই ঘটনাৰ বাবে বুধবাৰে গুৱাহাটী-শ্বিলং পথত দিনজুৰি তীব্র যান-জট অব্যাহত থাকে । প্রসংগক্রমে উল্লেখ্য যে যোৱা ১৬ নৱেম্বৰত গুৱাহাটীত আন এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছিল। কুমাৰপাৰাত সংঘটিত সেই ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ এক দম্পতীৰ মৃত্যু হৈছিল। তদুপৰি জুইত আবদ্ধ লোকক উদ্ধাৰৰ বাবে গৈ গুৰুতৰভাবে আহত হোৱা আন এজন লোকৰ পৰৱৰ্তী সময়ত মৃত্যু হয়। সেই ঘটনাৰ এমাহ নৌহওঁতেই যোৱা নিশাৰ পৰা সূত্রপাত হোৱা এই অগ্নিকাণ্ডটো সংঘটিত হয়। অসমৰ ইতিহাসতে এটা সুবৃহৎ আৰু অত্যাধুনিক অট্টালিকা এনেদৰে জইৰ গ্ৰাসত পৰাটো নজিৰবিহীন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABCFireGuwahatiswagota square
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত
Assam

জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

May 8, 2026
সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ
Assam

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ
News

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

May 7, 2026
মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ
Assam

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d