Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Prominent journalist PG Baruah passes away:অসমৰ সংবাদ ক্ষেত্ৰৰ অন্যতম কাণ্ডাৰী পি জি বৰুৱাৰ দেহাৱসান

বার্ধক্যজনিত কাৰণত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ,প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

publisher by publisher
December 15, 2025
in Assam
Reading Time: 1 min read
0
Prominent journalist PG Baruah passes away:অসমৰ সংবাদ ক্ষেত্ৰৰ অন্যতম কাণ্ডাৰী পি জি বৰুৱাৰ দেহাৱসান
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Prominent journalist PG Baruah passes away:

অসমৰ সংবাদ ক্ষেত্ৰখনৰ অন্যতম কাণ্ডাৰী, ‘আছাম ট্রিবিউন’ গোষ্ঠীৰ অধ্যক্ষ ‘এমেকিটাছ’ প্রফুল্ল গোবিন্দ বৰুৱাৰ আজি নিশা বার্ধক্যজনিত কাৰণত দেহাৱসান ঘটে।

ADVERTISEMENT

‘দ্য আছাম ট্রিবিউন’ কাকতৰ সম্পাদকৰূপেও সুদীর্ঘ দিন কাৰ্যনিৰ্বাহ কৰি থকা ‘পি জি বৰুৱা’ নামেৰে বিশেষভাৱে পৰিচিত বৰুৱাক অসুস্থতাৰ বাবে কেইদিনমান পূর্বে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। চিকিৎসাধীন অৱস্থাতে আজি নিশা ৯.৩০ বজাত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনত এক বর্ণময় অধ্যায় পাৰ কৰা এইগৰাকী প্রতিভূৱে। তেওঁৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসমৰ সংবাদ ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পৰে। সংবাদ ক্ষেত্ৰখনৰ বহু লোক চিকিৎসালয়খনত উপস্থিত হয়। বিভিন্নজনে তেওঁৰ মৃত্যুত শোক প্রকাশ কৰিছে। ১৯৩৩ৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্মগ্রহণ কৰা বৰুৱাই ডিব্রুগড়তে বিদ্যালয় শিক্ষা গ্রহণ কৰি পৰৱৰ্তী সময়ত ১৯৪৯৩ সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সুখ্যাতিৰে মেট্রিক পৰীক্ষা উত্তীর্ণ হৈছিল।

১৯৫১ত তেওঁ কটন মহাবিদ্যালয়ৰ আইএচি আৰু তাৰ পাছত ১৯৫৩ত অর্থনীতি বিজ্ঞানত সম্মানসহ কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্রী অর্জন কৰিছিল। ১৯৫৫ত তেওঁ প্রেছিডেন্সী কলেজৰ পৰাই অর্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে। ইয়াৰ পাছত তেওঁ কলকাতা বিশ্ববিদ্যালয়ত আইন পাঠ্যক্রম অধ্যয়ন কৰে। ১৯৫৭ত তেওঁ সোণৰ পদকসহ আইনৰ স্নাতক হয়। ১৯৬৪ত তেওঁ জলপানি লৈ ব্রিটেইনত সাংবাদিকতা আৰু ছপা প্ৰযুক্তিৰ শিক্ষা গ্রহণ কৰিবলৈ সুযোগ লাভ কৰিছিল। অৱশ্যে তাৰ দুবছৰ পূৰ্বৰ পৰাই তেওঁ বাতৰি কাকতৰ লগত জড়িত হৈ পৰিছিল। ১৯৬৬ত তেওঁ ‘আছাম ট্রিবিউন’ গোষ্ঠীৰ পৰিচালন সঞ্চালক হৈছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ ‘দ্য আছাম ট্রিবিউন’ কাকতৰ সম্পাদনাৰ লগতো জড়িত হৈছিল। উল্লেখ্য যে বৰুৱাৰ পিতৃ ৰাধাগোবিন্দ বৰুৱাই ১৯৩৯ত ‘দ্য আছাম ট্রিবিউন’ প্রতিষ্ঠা কৰিছিল।

সংবাদসেৱাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো প্রয়াত বৰুৱা জড়িত আছিল। তেওঁ আছিল এগৰাকী সংগঠকো। পদ্মশ্রী সম্মানৰে বিভূষিত বৰুৱাৰ উদ্যোগতে গৱেষণাধর্মী অসমীয়া আলোচনী সাহিত্য আলোচনী ‘গৰীয়সী’ প্রকাশিত হৈ আহিছে। তদুপৰি তেওঁ ‘সাহিত্য প্রকাশ’ নামৰ এটা প্রকাশন গোষ্ঠীও স্থাপন কৰে। গুৱাহাটীৰ আৰ জি বৰুৱা মহাবিদ্যালয় স্থাপনত পি জি বৰুৱাই মূল ভূমিকা গ্রহণ কৰিছিল। যুৱ প্রতিভাক উৎসাহিত কৰিবলৈ তেওঁ প্রতিষ্ঠা কৰিছিল সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘জ্যোতিৰূপা’। অসমৰ নাট্য আন্দোলনত জ্যোতিৰূপাই বিশেষ ভূমিকা গ্রহণ কৰি আহিছে।

সংবাদক্ষেত্রলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁক প্ৰদান কৰা হৈছিল কমলাকান্ত শইকীয়া ন্যাস বঁটা। তদুপৰি অসম সাহিত্য সভাকে ধৰি বহু উল্লেখযোগ্য অনুষ্ঠানেও তেওঁক সম্মানিত কৰিছিল।

আজি বিয়লি প্ৰথিতযশা সাংবাদিক গৰাকীৰ নশ্বৰদেহ সৎকাৰ কৰা হ’ব নৱগ্ৰহ শ্মশাননত

শোক প্রকাশ প্ৰধানমন্ত্ৰীৰ :

প্রফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্রকাশ। পি জি বৰুৱাৰ সৈতে সংলগ্ন ফটো আপলোড দি শোকপ্রকাশ মোদীৰ। “দ্য আছাম ট্রিবিউন’ গ্ৰুপৰ সম্পাদক তথা পৰিচালন সঞ্চালকৰ বিয়োগত মর্মাহত হৈছোঁ’। ‘সংবাদ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব’।

প্রফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা,অসম জাতিয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ,গুৱাহাটী প্ৰেছ ক্লাব<অসম  বিজেপি,প্ৰদেশ কংগ্ৰেছ,অসম গণ পৰিষদ সহ বিভিন্ন দল – সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালৰলৈ সমবেদনা জনায় ৷

পি জি বৰুৱাৰ বিয়োগত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এক শোকবার্তাত মুখ্যমন্ত্রীয়ে কয়, ‘সাংবাদিকতাৰ ক্ষেত্ৰলৈ তেওঁৰ উৎসর্গিকৃত জীৱনৰ লগতে শিক্ষা, সাহিত্য আদি ক্ষেত্রলৈ দি যোৱা অৱদান চিৰদিন প্রোজ্জ্বল হৈ থাকিব।’

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক শোকবার্তাত মন্তব্য কৰে যে অসমীয়া সাংবাদিকতাৰ গতি-প্ৰগতি পি জি বৰুৱাৰ যুগাগ্রগামী ভূমিকা চিৰস্মৰণীয় হৈ ৰ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiProminent journalist PG Baruah passes away
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d