Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon:আজিয়ে অসম এৰি বাংলাদেশলৈ যাব লাগিব ১৫ বাংলাদেশী !

ভাৰতৰ পৰা বিতাড়নৰ নিৰ্দেশৰ পাছতে হাহাকাৰ পৰিস্থিতি পৰিয়াল কেইটাত, ২৪ঘন্টা সময়সীমা নিৰ্ধাৰণ জিলা আয়ুক্তৰ

publisher by publisher
December 19, 2025
in Assam
Reading Time: 1 min read
0
Nagaon:আজিয়ে অসম এৰি বাংলাদেশলৈ যাব লাগিব ১৫ বাংলাদেশী !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon:

নগাঁও জিলাৰ বুলি ঠিকনা দিয়া মহিলাসহ ১৫ জন লোকক আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ জাৰি কৰিছে জিলা আযুক্তই নগাঁও বিদেশী ন্যায়াধিকৰণে এই লোকসকলক বিদেশী নাগৰিক বুলি চিনাক্ত কৰে। সেই সন্দৰ্ভত নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ পৰা তথ্য লাভৰ পাছতে জিলা আয়ুক্তই এই নির্দেশ জাৰি কৰে। এই লোকসকল হ’ল জিলাখনৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত কান্ধলীমাৰীৰ জহুৰা খাতুন (৪৮), বহা আৰক্ষী থানাৰ অন্তর্গত দীঘলীআটিৰ হুছেইন আলী (৩৬), বুৰেক আলী (৬০) আৰু ৰহিম শেখ (৪৬), চাপৰমুখৰ নজৰুল ইছলাম (৫৫), ৰহা নগৰৰ ইদ্রিছ আলী (৪২), চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লেংটেঙৰ আনুৰা বেগম (৫৫), শালবাৰীৰ আশা খাতুন (৫৯) , কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীগাঁও বাগানৰ ৰুস্তম আলী (৬০), জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীযুঁজুৱাৰ ফজিলা খাতুন (৫৫), জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বগৰীগুৰিৰ আবেদা খাতুন (৪৬), নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হেদায়ৎ নগৰৰ আব্দুল আজিজ (৪৫), জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত গৰুবন্ধাৰ আনোৱাৰ খান (৭৩), উলুৱনী আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ তাহেৰ আলী (৫৮) আৰু ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত গড়েমাটিখোৱাৰ আজুফা খাতুন (৪৫)। এই লোকসকলে ঠিকনাবোৰ ভুৱাকৈ দিয়ে। আটাইকেইজন লোক বাংলাদেশৰ বুলিও উল্লেখ কৰা হৈছে। জিলা আয়ুক্তই বিদেশী ঘোষিত লোকসকললৈ পৃথকে পৃথকে জাননী জাৰি কৰিছে। নির্দেশনাটোত এই লোকসকলক ধুবুৰী, শ্রীভূমি, মানকাচৰ আৰু দক্ষিণ শালমাৰা সীমান্তৰে অসম এৰি বাংলাদেশলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে। অন্যথা তেওঁলোকক ‘ইমিগ্রেন্টছ (এক্সপালছন ফ্রম আছাম) এক্ট, ১৯৫০’ অনুসৰি বলপূর্বক বহিষ্কাৰ কৰা হ’ব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে।

ADVERTISEMENT

উল্লেখ্য যে ২৪ ঘন্টা সময়সীমা নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশ অনুসৰি আজিয়ে অসম তথা ভাৰত এৰি বাংলাদেশলৈ বিতাড়ন হ’ব লাগিব ১৫ বাংলাদেশী !

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: dc ordersdeportation bangladeshisForeign tribunalsNagaon
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d