Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon:বৰজহা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সিদ্ধান্ত

উদযাপন সমিতি গঠন

publisher by publisher
December 26, 2025
in Assam
Reading Time: 1 min read
0
Nagaon:বৰজহা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সিদ্ধান্ত
2
SHARES
18
VIEWS
ShareShareShareShare

Nagaon:বৰজহা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সিদ্ধান্ত,উদযাপন সমিতি গঠন

ADVERTISEMENT

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বৰজহা মজলীয়া বিদ্যালয়ে সমাগত ২০২৬ ত শতবৰ্ষত ভৰি থ’ব । তদুপলক্ষে শিক্ষানুষ্ঠান খনৰ চোতালত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । সক্ৰিয় ৰাজহুৱা কৰ্মী প্ৰবীন মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত দৰদী কবি-গীতিকাৰ প্ৰয়াত মলিন বৰাৰ চিৰসেউজ গীত ‘ইমান ধুনীয়া মুকুতাৰ মালা’ পৰিৱেশন কৰি সকলোকে আদৰণি জনাই লাচিত বৰফুকন মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰ্মালি শইকীয়াই ।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

আহ্বায়ক সমিতিৰ সদস্য তথা সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই উদ্দেশ্যে ব্যাখ্যা কৰা এই সভাখনত উপস্থিত সকলোৱে শতবৰ্ষ উদযাপনৰ সন্দৰ্ভত সহমত পোষণ কৰে । বিশিষ্ট শিক্ষাবিদ টংকেশ্বৰ দাস, কৃষ্ণকানাই ভূঞা, শশীকান্ত শৰ্মা, ৰামেশ্বৰ দাস আদিকে ধৰি বিভিন্নজন উপস্থিত থকা এই সভাতেই এখন ৫১ জনীয়া শতবৰ্ষ উদযাপন সমিতি গঠন কৰা হয় । কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্লভ বৰুৱাক সভাপতি, সমাজকৰ্মী ঘন দাসক কাৰ্যকৰী সভাপতি আৰু গৌৰীশংকৰ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এই শক্তিশালী সমিতিখন গঠন কৰা হয় । ইপিনে এই সমিতিত উপ সভাপতি হিচাপে প্ৰবীন মজুমদাৰ, শশীকান্ত দাস, বিজয় বৰা, যতীন কাকতি, ভূপেন হাজৰিকা, দুৰ্লভ বৰা আৰু দীপক বৰাক মনোনীত কৰা হয় । শতবৰ্ষ উদযাপন সমিতিৰ যুটীয়া সম্পাদক হিচাপে ৰিপনজিৎ দাস, তৰুণ চন্দ্ৰ দাসক মনোনীত কৰাৰ উপৰিও সহকাৰী সম্পাদক হিচাপে দিপাংকৰ শৰ্মা, ৰঞ্জিত দাস, দিপাংকৰ হাজৰিকা, দ্বীপজ্যোতি বৰা আৰু পূৰ্ণ কাকতিক মনোনীত কৰা হয় । একেদৰে কোষাধ্যক্ষ আৰু বিত্ত বিভাগৰ সম্পাদক হিচাপে নৃপেন বৰা আৰু পৰাগ বৰাক দায়িত্ব অৰ্পণ কৰা হয় । আনহাতে এই সমিতিৰ কাৰ্যালয় সম্পাদক হিচাপে বাবুল বৰা আৰু পবিত্ৰ বৰাক দায়িত্ব অৰ্পণ কৰাৰ লগতে হিচাপ পৰীক্ষক হিচাপে লক্ষ্যব্ৰত বৰঠাকুৰ, পংকজ বৰা আৰু বিচিত্ৰ বৰাক মনোনীত কৰে ৰাজহুৱা সভাই । সমিতিৰ সাংস্কৃতিক সম্পাদক হিচাপে জ্যোতিপ্ৰসাদ বৰা, দিব্যলোচন বৰুৱা, সত্যপ্ৰসাদ বৰা আৰু মনোজ শৰ্মাক দায়িত্ব অৰ্পণ কৰা হয় । আনহাতে স্মৃতিগ্ৰন্থৰ সভাপতি হিচাপে লৱকান্ত শৰ্মা আৰু সম্পাদক হিচাপে নিৰ্মালি শইকীয়াক মনোনীত কৰাৰ উপৰিও জিতাক্ষ বৰা আৰু কন্দৰ্প শৰ্মাক স্মৃতিগ্ৰন্থৰ সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় । ইপিনে ৰাজহুৱা সভাত উপস্থিত বৰ্ষীয়ান ব্যক্তিসকলক উপদেষ্টা আৰু বাকী সকলক সদস্য হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উল্লেখ্য যে, এই ৰাজহুৱা সভাতেই আগন্তুক ২০২৬ ৰ ১ জানুৱাৰীত শতিকা প্ৰাচীন বৰজহা মজলীয়া বিদ্যালয়ৰ চোতালত বিয়লি ৩ বজাৰ পৰা ‘শিপাৰ সন্ধানত’ শীৰ্ষক এক মত বিনিময়ৰ অনুষ্ঠান আৰু সন্ধিয়া ৫ বজাত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ চৌহদত এশগছ বন্তি প্ৰজ্বলনৰ প্ৰস্তাৱ গ্ৰহণ কৰি শতবৰ্ষ সমাৰোহক গতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে আজিৰ সভাই প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকতে সমিতি সম্প্ৰসাৰণ কৰি লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । এই গাম্ভীৰ্যপূৰ্ণ ৰাজহুৱা সভাখনত বৰজহাৰ উপৰিও দক্ষিণপাট, হাতীগড়, পমুৱৈগাঁও, বৰক’লা, বালিগাঁও, ঘাঁহী, কৃষ্ণাইখাট, জাগিয়াল, মধুপুৰ, মাজগাঁও, ম’হমৰীয়া আদি গাঁৱৰ মুঠ ১০২ গৰাকী ব্যক্তি উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Borjaha ME SchoolCentennial Celebration PreparationFormation Celebration CommitteeNagaon
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
News

April 25, 2026
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d