Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

publisher by publisher
May 6, 2026
in International, News
Reading Time: 1 min read
0
আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

Arabian Sea:✒️যান্ত্ৰিক ত্ৰুটিৰ ফলত আৰব সাগৰ (Arabian Sea)ত বিপদত পৰে এখন ভাৰতীয় বাণিজ্যিক জাহাজ। সংকটময় পৰিস্থিতিত বিপদ সংকেত লাভ কৰাৰ লগে লগে সহায়ৰ হাত আগবঢ়ালে পাকিস্তান নৌবাহিনীয়ে (Pakistan Navy)। জাহাজখনত থকা নাবিকসকলক খাদ্য, চিকিৎসা আৰু অন্যান্য জৰুৰী সহায় আগবঢ়োৱা হয়।

ADVERTISEMENT

তথ্য অনুসৰি এমভি গৌতম পানামৰ জাহাজখন ওমানৰ পৰা ভাৰতলৈ আহি আছিল। আৰব সাগৰত পোৱাৰ পিছতেই জাহাজখনত গুৰুতৰ যান্ত্ৰিক ত্ৰুটি দেখা দিয়ে, যাৰ ফলত জাহাজখন সম্পূৰ্ণৰূপে থমকি যায়। আগবাঢ়িবলৈ অসম্ভৱ হৈ পৰাত জাহাজখনৰ পৰা বিপদ সংকেত প্ৰেৰণ কৰা হয়। তাৰ পিছতেই পাকিস্তানি নৌবাহিনীৰ এখন জাহাজ ঘটনাস্থলীত উপস্থিত হৈ সহায় আগবঢ়ায়।

ঘটনাটোৰ পিছত মুম্বাইস্থিত সামুদ্ৰিক উদ্ধাৰ আৰু সমন্বয় কেন্দ্ৰ(Maritime Rescue and Coordination Centre)এ ইছলামবাদ(Islamabad)ৰ কৰ্তৃপক্ষৰ স’তে যোগাযোগ কৰি সহায় বিচাৰে। তাৰ পিছতেই এমভি গৌতমত থকা ছয়জন ভাৰতীয় আৰু এজন ইণ্ডোনেশীয় নাবিকৰ বাবে উদ্ধাৰ আৰু সহায় অভিযান আৰম্ভ কৰা হয়। এই অভিযানত পিএমএসএছ নামৰ এখন জাহাজ ব্যৱহাৰ কৰা হৈছিল।

উদ্ধাৰ অভিযানত পাকিস্তান সামুদ্ৰিক সুৰক্ষা সংস্থা(Pakistan Maritime Security Agency)এও সক্ৰিয় সহযোগ আগবঢ়ায়। পাক নৌবাহিনীয়ে এক বিবৃতিত জনায় যে, নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ খাদ্য, চিকিৎসা সহায়ৰ লগতে কাৰিকৰী সহায়ো প্ৰদান কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ গান্ধীনগৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰে জনোৱা মতে, তিনি মে’ত এমভি গৌতমৰ বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে বিকল হৈ পৰিছিল। এই বিষয়ে চাৰি মে’ নিশা ১১টা ২২ মিনিটত নৌসেনাই তথ্য লাভ কৰে। জাহাজখন পাক জলসীমাৰ কাষত বিপদত পৰাৰ বাবে ইছলামবাদ(Islamabad)ৰ ওচৰত সহায় বিচৰা হয়, আৰু সেই মতেই তৎক্ষণাত সহায় আগবঢ়োৱা হয়।

যদিও নাবিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ আৰু সহায় আগবঢ়োৱা হৈছে, জাহাজখনৰ জেনাৰেটৰৰ ত্ৰুটি এতিয়াও সম্পূৰ্ণৰূপে ঠিক কৰা সম্ভৱ হোৱা নাই। সেয়ে বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে জাহাজখনৰ মালিক পক্ষক নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, এই ঘটনাৰ ভিডিঅ’ আৰু ছবি সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে, য’ত পাকিস্তানি নৌবাহিনীৰ স্পিড বোট আৰু হেলিকপ্টাৰে এমভি গৌতমত উদ্ধাৰ অভিযান চলোৱা দৃশ্য দেখা গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: PakistanPakistan Navy
publisher

publisher

Related Posts

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়
Assam

October 7, 2026
Dainik Agradoot Today’s Edition: 7th Oct 2026

মঙলদৈত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ সামৰণি

October 6, 2026
অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d