Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Guwahati’s hills under threat:মহানগৰীত পুনৰ ভয়ংকৰ ভূমিস্খলনত চাৰিজনৰ লোকৰ মৃত্যুক লৈ উদ্বিগ্ন মহানগৰ প্ৰশাসন

মহানগৰীৰ ৩৬৬টা অঞ্চলক ভূমিস্খলন স্পৰ্শকাতৰ অঞ্চল হিচাপে চিনাক্ত প্রশাসনৰ

publisher by publisher
September 2, 2026
in Uncategorized
Reading Time: 1 min read
0
Guwahati’s hills under threat:মহানগৰীত পুনৰ ভয়ংকৰ ভূমিস্খলনত চাৰিজনৰ লোকৰ মৃত্যুক লৈ উদ্বিগ্ন মহানগৰ প্ৰশাসন
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Kamrup Metropolitan Administration:আসন্ন বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই কামৰূপ মহানগৰ জিলা প্রশাসনৰ বিশেষ নির্দেশনা

Zubeen khetra:এজন উবেৰ চালকৰ এটা ভিডিঅ’ৰ পাছতে নতুন ৰূপত জুবিনক্ষেত্ৰ

Durga Puja SOP in Guwahati: মহানগৰীত দুৰ্গা পূজা অনুস্থিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ এছঅ’পি জাৰি

Guwahati’s hills under threat:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মহানগৰীৰ একাধিক স্থানত হোৱা ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে চাৰিজন লোকে। তদুপৰি এজন লোক আহত হয়। সোমবাৰে পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণত মঠঘৰীয়াৰ নিজৰাপাৰ আৰু সাতগাঁৱৰ তালতলা অঞ্চলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। প্রথম ঘটনাটো সংঘটিত হয় মঠঘৰীয়াৰ নিজৰাপাৰ অঞ্চলত। নেৰানেপেৰা বৰষুণৰ বাবে এই ঘটনা ঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াই জনোৱা মতে, প্রথম ঘটনাটো সংঘটিত হয় পুৱা প্রায় ৭-৩০ বজাত মঠঘৰীয়াৰ নিজৰাপাৰত।

ADVERTISEMENT

পাহাৰৰ এটা অংশ খহি পৰিয়ালটোৰ ঘৰৰ ওপৰত বাগৰি পৰাত শুই থকা অৱস্থাতে মাটিৰ তলত আবদ্ধ হৈ পৰে পিতৃ-মাতৃ, কন্যাসহ পৰিয়ালৰ তিনিজনেই। প্রশাসনে জনোৱা মতে, মাটি আৰু শিলৰ তলত আবদ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় নগেন ৰাজবংশী (৪৪), তেওঁৰ পত্নী চুনু ৰাজবংশী (৩৮) আৰু তেওঁলোকৰ ১২ বছৰীয়া কন্যা মীনা ৰাজবংশীয়ে। অৱশ্যে স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰী দলে পৰিয়ালটোৰ ১৯ বছৰীয়া পুত্ৰক ধ্বংসস্তূপৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বর্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

আনহাতে, দ্বিতীয়টো ঘটনা সংঘটিত হয় সাতগাঁৱৰ তালতলা অঞ্চলত। পাহাৰৰ পৰা বাগৰি অহা এটা বৃহৎ আকাৰৰ শিলাখণ্ডই এটা ঘৰ ভাঙি পেলোৱাৰ লগতে ৬৫ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। প্রশাসনৰ বিষয়াই জনোৱা মতে পুৱা এ.র ৬-৩০ বজাত কলিতাকুছি গাঁৱৰ পি সুমিতাৰ ঘৰৰ ওপৰত শিল বাগৰি পৰাত তেওঁৰ মৃত্যু হয় আৰু আন তিনিজন ক্রমে পি লক্ষী, পি ৰামান্না আৰু দময়ন্তী দাস আহত হয়।

উল্লেখ্য যে অসম বিধানসভাৰ এক তথ্য অনুসৰি ২০১৬ৰ পৰা ২০২৫ৰ ভিতৰত অসমত ৯৩ জন লোকে ভূমিস্খলনত প্রাণ হেৰুৱাইছে। ২০১৬ৰ পৰা ২০২২ৰ ভিতৰত কামৰূপ মহানগৰীত ৭৯ টা ভূমিস্খলনৰ ঘটনাত ২২ জনে প্রাণ হেৰুৱাছে।

আনহাতে গুৱাহাটীৰ ৩৬৬টা অঞ্চলতে পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা ব্যক্ত জিলা প্ৰশাসনৰ। যাৰবাবে ৩৬৬টা অঞ্চলক স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰি প্রশাসন তৎপৰত হৈ পৰিছে৷

ইপিনে ভূমিস্খলন হোৱাৰ সম্ভাৱনা থকা স্পৰ্শকাতৰ অঞ্চল সমূহ হ’ল চূণচালিৰ ৭৭ টা অঞ্চল অতি বিপদজনক, নুনমাটিৰ ৪০ টা অঞ্চল ভূমিস্খলনপ্ৰৱণ, খাৰঘুলিৰ ৩৭ টা অঞ্চল ভূমিস্খলনপ্ৰৱণ এলেকা,খানাপাৰাৰ ৩৩ টা ভূমিস্খলনপ্রৱণ এলেকা, নাৰেংগীৰ ৩১ টা ভূমিস্খলনপ্ৰৱণ এলেকা, হেঙেৰাবাৰীৰ ৩০ টা ভূমিস্খলনপ্ৰৱণ এলেকা, কাহিলীপাৰাৰ ২৫ টা ভূমিস্খলনপ্ৰৱণ এলেকা, শান্তিপূৰৰ ২০ টা ভূমিস্খলনপ্ৰৱণ এলেকা, নৰকাসুৰ পাহাৰ ১৪ টা ভূমিস্খলনপ্ৰৱণ এলেকা, গড়ভঙাৰ ৯টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা, মালিগাঁওৰ ৮ টা ভূমিস্খলনপ্ৰৱণ এলেকা,কালাপাহাৰৰ ৭ টা ভূমিস্খলনপ্ৰৱণ এলেকা, গোটানগৰ, নৱগ্ৰহৰ ৬ টাকৈ স্থান ভূমিস্খলনপ্ৰৱণ, কইনাধৰা, কামাখ্য, ফটাশিল, শৰণীয়াৰ ৫টা অঞ্চল আৰু লংকেশ্বৰৰ ২টা, শুক্ৰেশ্বৰৰ ১ টা অঞ্চল ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 366 landslide vulnerable sitescomprehensive surveyIdentifiedkamrup Metro Administrationsites across Guwahati
publisher

publisher

Related Posts

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d