Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

90 per cent of the newly elected MLAs in Bihar are crorepatis:বিহাৰৰ নৱনিৰ্বাচিত ৯০ শতাংশ বিধায়কেই কোটিপতি

সর্বাধিক জেডিইউৰ, কংগ্ৰেছসহ তিনি দলৰ আটাইকেইজন কোটিপতি

publisher by publisher
November 17, 2025
in National
Reading Time: 1 min read
0
90 per cent of the newly elected MLAs in Bihar are crorepatis:বিহাৰৰ নৱনিৰ্বাচিত ৯০ শতাংশ বিধায়কেই কোটিপতি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Bihar :বিহাৰত ৪০ হেজাৰ কোটিৰে ভোট ক্রয় !

Bihar Election Letest Updates:বৃহত্‍ ব্যৱধানেৰে বিহাৰৰ ৰাজপাট দখলৰ দিশে অগ্ৰসৰ এনডিএ

Bihar Election Result Updates:পুনৰ বাৰ চৰকাৰ গঠন কৰটো নিশ্চিত হৈ পৰিছে এনডিএ

90 per cent of the newly elected MLAs in Bihar are crorepatis:

বিহাৰৰ নৱনিৰ্বাচিত বিধায়কবৰ্গৰ ৯০ শতাংশ হৈছে কোটিপতি। নির্বাচনী মনোনয়ন পত্ৰৰ স’তে দাখিল কৰা শপতনামাসমূহৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে। এই কোটিপতি বিধায়কসকলৰ গড় হিচাপত প্রতিজনৰে সা-সম্পত্তিৰ মূল্য ৯.২ কোটি টকা। উল্লেখ্য যে যোৱা ১৪ নৱেম্বৰত ফলাফল ঘোষিত হোৱা সদ্যসমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএৰ ২০২ জন আৰু – বিৰোধী মহাজোঁটৰ ৩৫ জন প্রার্থীয়ে জয়লাভ কৰে। ২৪৩ জনীয়া বিধানসভাখনৰ আনসকল বিজয়ী প্রার্থী হৈছে এআইএমআইএম আদিৰ। পোহৰলৈ অহা তথ্য অনুসৰি, এনডিএৰ অন্যতম বৃহৎ অংশীদাৰ দল জনতা দল (ইউ)ৰ মুঠ ৮৫ – বিজয়ী প্রার্থীৰ ৭৮ জনেই কোটিপতি। আনহাতে, বিজেপিৰ নৱনিৰ্বাচিত ৮৯ বিধায়কৰ ৭৭ জন, আৰজেডিৰ ২৫ জনৰ ২৪ জন, এলজেপি (আৰভি)ৰ ১৯ জনৰ ১৬ জন আৰু কংগ্ৰেছৰ ছজনৰ ছজনেই কোটিপতি। আনকি ক্ষুদ্র দল এআইএমআইএমৰ ছয় নৱনিৰ্বাচিত বিধায়কৰ আটাইকেইজনেই কোটিপতি। একেদৰে হামৰ পাঁচ

ADVERTISEMENT

নৱনিৰ্বাচিত বিধায়কৰ চাৰিজন, ৰাষ্ট্ৰীয় লোক মৰ্চাৰ চাৰি নৱনিৰ্বাচিত বিধায়কৰ আটাইকেইজন, চিপিএমৰ একমাত্র বিধায়কজন আৰু চিপিআই (এম-এল)ৰ দুই নৱনিৰ্বাচিত বিধায়কৰ এজন হ’ল কোটিপতি। উল্লেখ্য যে এই কোটিপতি নৱ-নির্বাচিত বিধায়কসকলৰ মাজৰ আটাইতকৈ চহকী বিধায়কসকল হ’ল ৰাষ্ট্ৰীয় লোক মৰ্চা (আৰএলএম)ব। দলটোৰ পৰা মাথোঁ চাৰিজন বিধায়ক নির্বাচিত হ’লেও তেওঁলোকৰে গড় সম্পত্তিৰ মূল্য হৈছে ২২.৯৩ কোটি টকা। অর্থাৎ আটাইতকৈ চহকী বিধায়ক আছে আৰএলএমৰ। এইক্ষেত্রত

একেবাৰে তলত অৱস্থান কৰিছে চিপিআই (এমএল) এ। দলৰ দুই নৱনিৰ্বাচিত বিধায়কৰ গড় সম্পত্তিৰ মূল্য হৈছে ১.৪৬ কোটি টকা। আনহাতে, এলজেপি (আৰভি) ৰ নৱনিৰ্বাচিত বিধায়কসকলৰ গড় সম্পত্তিৰ মূল্য ১৩.৬৬ কোটি টকা। একেদৰে জেডিইউৰ ৯.৫৩ কোটি টকা, বিজেপিৰ ৮.৮৬ কোটি টকা, আৰজেডিৰ ৫.৮০ কোটি টকা, কংগ্ৰেছৰ ৪.৮২ কোটি টকা, হামৰ ৬.১৬ কোটি টকা আৰু এআইএমআইএৰ ২.১ কোটি টকা। এনেদৰে বিহাৰৰ নৱনির্বাচিত বিধায়কবৰ্গৰ গড় সম্পত্তিৰ মূল্য হৈছে ৯.২ কোটি টকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 90 per cent newly elected MLAsBihar Election 2025crorepatis
publisher

publisher

Related Posts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d