Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যৰ ৭০ হেজাৰ যাত্ৰীবাহী বাহনৰ নাই উপাৰ্জনঃহাহাকাৰ অৱস্থা

publisher by publisher
May 22, 2020
in Assam, City, COVID-19, News
Reading Time: 1 min read
0
ৰাজ্যৰ ৭০ হেজাৰ যাত্ৰীবাহী বাহনৰ নাই উপাৰ্জনঃহাহাকাৰ অৱস্থা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

ক’ভিড-১৯ জীৱাণুৰ প্ৰতিৰোধৰ বাবে অব্যাহত থকা তলাবন্ধৰ ফলত দুমাহ ধৰি ৰাজ্যৰ প্ৰায় ৭০ হেজাৰ বাছ ট্ৰেকাৰ মেজিক উইংগাৰ আদি যাত্ৰীবাহী বাহনসমূহ বন্ধ হৈ থকাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইবোৰৰ গৰাকী সকলৰ লগতে চালক হেণ্ডিমেন আৰু পৰিয়ালবোৰৰ মাজত । ৰাজ্যৰ যাতায়ত ব্যৱস্থাত উল্লেখনীয় ভূমিকা পালন কৰি অহা ব্যক্তিগত বাহনসমূহে এতিয়াও পূৰ্ণ পৰ্যায়ত চলাচল কৰিবলৈ অনুমতি লাভ কৰা নাই । ফলত প্ৰায় ৭০ হেজাৰ ব্যক্তিগত যাত্ৰীবাহী বাহনৰ স্বত্বাধিকাৰীৰ লগতে চালক হেণ্ডিমেনসকল দিকভ্ৰান্ত হৈ পৰিছে ৷ ৰাজ্যৰ ব্যক্তিগত এই যাতায়ত ব্যৱস্থাত প্ৰায় দুই লাখ লোক সংস্থাপিত হৈ আছিল ৷ বিশেষকৈ প্ৰতিখন বাছতে কণ্ডাক্টৰ, হেণ্ডিমেনসহ তিনিজনকৈ লোক সংস্থাপিত হৈ আহিছে । সম্প্ৰতি এই লোকসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত বহুতেই জীৱিকাৰ পথ সলনি কৰি শাক-পাচলি, মাছ-মাংস বিক্ৰী কৰাকে ধৰি দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে ।

ADVERTISEMENT

এই সংক্ৰান্তত সদৌ অসম মটৰ পৰিবহন সংস্থাৰ সম্পাদক প্ৰধান প্ৰদীপ দাসে দৈনিক অগ্ৰদূতত কয় “শিথিলতাৰ চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ আৰম্ভ হৈছে যদিও এইক্ষেত্ৰত উপকৃত হোৱা নাই যাত্ৰীবাহী বাহনসমূহৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীসকল ৷ ৰাজ্যৰ ৭০ হেজাৰ এনে বাহনৰ গৰাকীৰ এনে অৱস্থা হৈছে যে চলালেও লোকচান আৰু নচলালে পৰিয়াল নচলে  ৷ একপ্ৰকাৰ অসহায় ।  ইফালে বহু স্বত্বাধিকাৰীয়ে কেৱল সেৱাৰ মনোভাৱেৰে বাহনসমূহ লোকচান ভৰি হ’লেও সেৱা অব্যাহত ৰাখিছে ৷ সকলো ক্ষেত্ৰতে এয়া সম্ভৱ নহয়। গুৱাহাটীত প্ৰায় সাতশখন চিটী বাছ আছে । জিলা প্ৰশাসনে এশখন বাছ চলাবলৈ অনুমতি প্ৰদান কৰিছে ৷ যদিও ৪০-৫০ খনতকৈ অধিক বাছ চলাচল কৰা নাই মহানগৰীত ৷ ৫০ শতাংশ যাত্ৰীৰ লগতে ডিজেলৰ উৰ্ধ্বমুখী মূল্যৰ বাবে বাছৰ খৰছখিনিয়েই উপাৰ্জন নহয় । এটা দিনত তিনি চাৰি হেজাৰ টকা উপাৰ্জন কৰা বাছসমূহৰ এতিয়া উপাৰ্জন হৈছে সৰ্বাধিক দুশ তিনিশ টকা । কেৱল কৰ্মচাৰীসকলৰ জীৱিকা আৰু যাত্ৰীৰ সুবিধাৰ বাবেহে কেইখনমান বাছে সেৱা আগবঢ়াই আহিছে ৷

উল্লেখযোগ্য যে অসম পৰিবহন নিগমে কেইদিনমান পূৰ্বে নিগমৰ বাছৰ সমান্তৰালভাৱে মহানগৰীত নিগমৰ তত্ত্বাৱধানত এশখন বাছ চলাচল কৰিব বুলি প্ৰকাশ কৰিছিল যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বিভাগে  ৷ এই ব্যক্তিগত বাছসমূহ গৰাকীৰ তত্ত্বাৱধানত সেৱা অব্যাহত আছে । আনহাতে মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা ট্ৰাক মেজিক চালক সকলৰো সেই একেই অৱস্থা ৷ সকলোৱে এই দিকভ্ৰান্ত লোকসকলৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19GuwahatiLockdown
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d