■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
ADVERTISEMENT
■ ৰাজ্যত পুনৰ ৩৩ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১৭ জন তিনিচুকীয়াৰ, ২ জন কাৰ্বি আংলংৰ, ৩ জন বৰপেটাৰ, ৪ জন যোৰহাটৰ, ২ জন নগাঁওৰ, ১জন বাক্সাৰ, ১ জন গোলাঘাটৰ আৰু ১ জন মাজুলীৰ ।
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৭৮৪ জন, চিকিৎসাধীন হৈ আছে ২০৭৬ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫ জন ৷




























