জি এছ ৰোডৰ খ্ৰীষ্টানবস্তিৰ মাজমজিয়াৰ শ্ৰী নগৰ মছজিদ গলিৰ হিৰো ব্ৰিজমোহনৰ ছাৰ্ভিছিং চেন্টাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।বতৰ্মানলৈকে অগ্নিকাণ্ডটোৰ কি দৰে সূত্ৰপাত ঘটিছিল এতিয়া লৈকে জানিব পৰা হোৱা নাই । ছাৰ্ভিছিং চেণ্টাৰটোত বৰ্তমানলৈকে ছখন কৈ অগ্নিনিৰ্বাপক বাহিনী আহি অগ্নি নুমোৱাবলৈ চেষ্টা চলাই আছে। আৰক্ষীয়ে জানিব দিয়া মতে অগ্নিকাণ্ডটোত কেইবাখনো বাহন জ্বলি ভস্মীভূত হৈছে।
ADVERTISEMENT





























