Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

এটা ঘৰতে ১২৪ টা সাপৰ আক্ৰমণ

মৰ্মান্তিক দৃশ্য দেখি আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল এনে । পৃথিৱীত এইটো প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি ইমান বৃহৎ সংখ্যক সাপৰ আক্ৰমণ খবৰ এইয়াই প্ৰথম

publisher by publisher
January 23, 2022
in International, world
0
এটা ঘৰতে ১২৪ টা সাপৰ আক্ৰমণ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

আমেৰিকাৰ এজন ব্যক্তিৰ ঘৰত ১২৪ টা সাপে একেলগে আক্ৰমণ কৰে । সাপে আক্ৰমণ কৰাৰ পাছত ব্যক্তি জনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ADVERTISEMENT

এনে মৰ্মান্তিক দৃশ্য দেখি আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল এনে । পৃথিৱীত এইটো প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি ইমান বৃহৎ সংখ্যক সাপৰ আক্ৰমণ খবৰ এইয়াই প্ৰথম ।

আমেৰিকা সংবাদ মাধ্যমৰ মতে, আমেৰিকা মেৰিলেণ্ডৰ এটা ঘৰত ১২৪ টা সাপে আক্ৰমণ কৰে । ১৯ জানুৱাৰীৰ সন্ধিয়া ছয় বজাত শ শ সাপে এজন লোকৰ ঘৰত আক্ৰমণ চলাইছিল।

ঘৰটোত ৪৯ বছৰীয়া এজন লোক বাস কৰে । প্ৰতিবেদনত কোৱা হৈছে যে দীৰ্ঘদিন ধৰি লোকজনক ঘৰৰ ওচৰৰ লোকে দেখা নাপায় আৰক্ষীক অৱগত কৰিছিল ।

মৃত লোকজনৰ ওচৰৰ মানুহে কয় যে তেওঁলোকে এটা অতি ভয়ংকৰ দৃশ্য দেখিছিল। আৰক্ষীক প্ৰায় লগে লগে খবৰ দিয়ে । তথ্য পোৱাৰ পাছত আৰক্ষী মানুহজনৰ ঘৰত উপস্থিত হৈছিল। মানুহজনৰ ঘৰৰ দুৱাৰ খন খুলি পুলিচে আচৰিত হয়। কাৰণ ঘৰটোৰ মালিক মজিয়াত মৃত অৱস্থাত পৰি আছিল আৰু সাপবোৰে চাৰিওফালে ঘূৰি ফুৰিছিল। আৰক্ষীয়ে কয় যে মানুহজন ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

আৰক্ষীয়ে কয় যে মানুহজনৰ ঘৰৰ পৰা ১২৪ টা সাপ ধৰা পৰিছিল। তাৰে কিছুমান বিষাক্ত সাপ আছিল। আনকি সেই ঘৰত এটা অজগৰও আছিল। এই সাপবোৰ কেৱল মানুহজনৰ ঘৰৰ ভিতৰতেই নাছিল ঘৰটোৰ চাৰিওফালেও ঘূৰি ফুৰিছিল।

আৰক্ষীৰ মতে, আমেৰিকা কোনো ঠাইত কেতিয়াও ইমান বৃহৎ সংখ্যক সাপৰ আক্ৰমণ হোৱা নাই। আৰক্ষীয়ে কয় যে মানুহজনৰ ঘৰৰ বাহিৰত খুব কম সাপ দেখা গৈছিল কিন্তু ভিতৰত ১০০ তকৈও অধিক সাপ আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: America
publisher

publisher

Related Posts

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল
International

August 21, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
পুনৰ মার্কিন ডলাৰৰ বিপৰীতে ৯৫.৭৫ হ’ল ভাৰতীয় টকাৰ মূল্য
International

পুনৰ মার্কিন ডলাৰৰ বিপৰীতে ৯৫.৭৫ হ’ল ভাৰতীয় টকাৰ মূল্য

August 20, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
International

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে
International

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d