Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU:নির্বাচন আয়োগলৈ ছাত্ৰ সন্থাৰ দাবী পত্ৰ

বিশেষ সংশোধনী বিচাৰিছোঁ; খিলঞ্জীয়া মুছলমানৰ সমস্যা হ'ব নালাগে: ছাত্র সন্থা

publisher by publisher
January 27, 2026
in Assam
Reading Time: 1 min read
0
AASU:নির্বাচন আয়োগলৈ ছাত্ৰ সন্থাৰ দাবী পত্ৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

Assam Assembly Election 2026:কেবাখনো দেশৰ প্ৰতিনিধি দলে ৯ এপ্ৰিলত পৰিদৰ্শন কৰিব অসম বিধানসভা নিৰ্বাচনৰ ভোটদান

Home Voting System:অসমত আৰম্ভ হৈছে জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

AASU:

সদৌ অসম ছাত্ৰ সন্থাই আজি অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ এখন দাবী পত্র প্ৰেৰণ কৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পোষকতাৰে কয় যে ছাত্র সন্থাই অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন বিচাৰিছে। কিন্তু খিলঞ্জীয়া মুছলমান মানুহ সমস্যাৰ সন্মুখীন হ’ব নালাগে। ছাত্র সন্থাৰ স্পষ্ট মত-অবৈধ বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰপৰা কৰ্তন হ’বই লাগিব।

ADVERTISEMENT

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত সদৰি কৰি কয় যে- অসম অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যাৰে ভাৰাক্ৰান্ত এখন বাজ্য। অবৈধ বাংলাদেশীয়ে অসমৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছে। অসম আন্দোলনৰ সময়ৰপৰাই অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই এই বিষয়টো উত্থাপন কৰি আহিছে। বহুতো সমষ্টিত জন প্রতিনিধি কোন হ’ব সেয়া সন্দেহযুক্ত বাংলাদেশীৰ ভোটে নির্ধাৰণ কৰাৰ উপক্ৰম হৈছে। তেনে প্রেক্ষাপটত অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ প্রয়োজন আছে। সদৌ অসম ছাত্র সন্থাই স্পষ্টভাবে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পোষকতা কৰে। অসমৰ ভোটাৰ তালিকাৰপৰা অবৈধ বাংলাদেশীৰ নাম কর্তন কৰিবলৈ সকলো কঠোৰ, আইনগত ব্যৱস্থা গ্রহণ কৰিব লাগে।

কিন্তু শেহতীয়াকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ সময়ত বিভিন্ন স্থানত খিলঞ্জীয়া লোকে জাননী লাভ কৰা পৰিলক্ষিত হৈছে। বহুকেইখন জিলাত যথেষ্ট সংখ্যক খিলঞ্জীয়া মুছলমান পৰিয়াললৈ জাননী জাৰি কৰা হৈছে। এনে ঘটনাই খিলঞ্জীয়া মানুহৰ মাজত অসন্তোষ সৃষ্টি কৰাৰ লগতে ভোটাধিকাৰ হেৰুৱাব পাৰে বুলি সংশয়ৰ জন্ম দিছে।

নির্বাচন আয়োগলৈ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী- বিশেষ সংশোধনী প্রক্রিয়াটো আগবঢ়াই নিওঁতে নির্বাচন আয়োগ আৰু অধিক সংবেদনশীল, দায়িত্বশীল হ’ব লাগে। যিসকল খিলঞ্জীয়া মুছলমান লোকলৈ জাননী জাৰি কৰা হৈছে তেওঁলোক কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ অগ্ৰাধিকাৰৰ ভিত্তিত বিষয়টোৰ স্থায়ী সমাধান কৰিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASU memorandumECIsr
publisher

publisher

Related Posts

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

September 4, 2026
অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d