Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

    সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা

    Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড

    BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

    Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পৰিৱৰ্তনকামী চৰকাৰৰ দিনত দুৰ্দশা এটি পৰিয়ালৰ

publisher by publisher
June 1, 2020
in Assam
Reading Time: 1 min read
0
পৰিৱৰ্তনকামী চৰকাৰৰ দিনত দুৰ্দশা এটি পৰিয়ালৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

https://dainikagradoot.in/wp-content/uploads/2020/06/WhatsApp-Video-2020-06-01-at-2.09.07-PM.mp4

বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ বেতনা মৌজাৰ ফহুৰাবাৰী গাঁৱত এটি জৰাজীৰ্ণ পজাত দুই পুত্ৰৰ সৈতে বাস কৰে লোকজনে। লোকজনৰ নাম ভূবনেশ্বৰ দাস(৪৫) । প্ৰায় দুইবছৰ পূৰ্বে ভৰিত আঘাত পায় দুয়োখন ভৰি বিকল হৈ পৰা পিতৃয়ে দুই কণমাণিক লৈ কিদৰে জীৱন -যাপন কৰিছে সেই দৃশ্যই আজিৰ সভ্য সমাজৰ মনস্তত্বত জোকাৰি গৈছে। সমাজ আজি বহু দূৰ আগুৱাই যোৱাৰ পিছতো এচাম লোক কাৰ ভুলৰ বাবে সভ্য সমাজৰ অংশীদাৰ হ’ব পৰা নাই সেয়া চিন্তনীয়। ঘৰ বুলি ক’ব নোৱাৰা এটি ভঙা টিনৰ চালিৰ তলত কদৰ্যময় পৰিৱেশত বাস কৰে তিনিটি প্ৰাণী। উল্লেখ্য যে ২৯ মে’ত দুই পুত্ৰই পিতৃক ঠেলাত তুলি ভিক্ষা কৰি ফুৰা দৃশ্য সামাজিক মাধ্যমত প্ৰথমে পোহৰলৈ আনে নেমছুৰ বাগসা জিলা সমিতিৰ সভাপতি হাফিজুল ইছলামে।

ADVERTISEMENT

এই খবৰ বহুল প্ৰচাৰ হোৱাৰ পিছত আজি কিছু প্ৰকৃত সত্য পোহৰলৈ আহিছে। আজি ৩০ মে’ত নেমছু আৰু নেচনেল ক্ৰাইম ইনভেছটিগেশ্বন ব্যুৰুৰ কেবাজনো বিষয়-ববীয়া আৰু সদস্যই ফহুৰাবাৰী গাঁৱত ভূবনেশ্বৰ দাসৰ ঘৰত উপস্থিত হৈ দুই পুত্ৰক কাপোৰ আদি প্ৰদান কৰাৰ লগতে খাদ্য সামগ্ৰীও সাহাৰ্য হিচাপে আগবঢ়াই। সংগঠন দুয়োটাই অনাগত দিনত দুই পুত্ৰৰ সুৰক্ষিত ভবিষ্যতৰ লগতে থাকিবলৈ এটি গৃহৰ ব্যৱস্থাৰ পাবে চৰকাৰী ভাৱে যোগাযোগ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। প্ৰায় আঠ বছৰীয়া ডাঙৰ পুত্ৰ আৰু ছয় বছৰীয়া সৰু পুত্ৰই বিদ্যালয়লৈ যা লাগে বুলি বিশেষ নিয়ম নাই। পৰিৱেশ পৰিস্থিতিত পৰি এনেভাৱে দিন কটাইছে যে ভাবিবলৈ কঠিন হৈ পৰে তেওঁলোকৰ জীৱন শৈলী।

বিচনা বুলিবলৈ এখন ভগা চালপিৰা, তাতো কাপোৰ বুলি বিশেষ একো নাই। এনেখন বিচনাতে নিশা শুই থাকে তিনিও। ভৰিৰে খোজ কাঢ়িব নোৱাৰা পিতৃয়ে খুজি মাগি পোৱা চাউল কেইটাৰে ভাত বনাই আৰু দুই পুত্ৰই পানী আদি জোগাৰ কৰি দিয়ে। এনেদৰে চলিছে তেওঁলোকৰ জীৱন। এখন ৰেচন কাৰ্ডো নাই পৰিয়ালটোৰ নামত। উল্লেখ্য স্থানীয় লোকে জনোৱা মতে মদ্যপান কৰা পিতৃয়ে মাৰ-ধৰ কৰাৰ বাবেই যে প্ৰায় তিনি বছৰ পূৰ্বে মাকো গুচি গৈছে পৰিয়ালটোক এৰি থৈ। এতিয়া দুই পুত্ৰৰ ভবিষ্যতক লৈ সন্দিহান হৈ স্থানীয় লোকৰ লগতে সচেতন মহল। আজিৰ দিনতো এনেদৰে জীৱন-যাপন কৰা এটি পৰিয়ালৰ প্ৰকৃত ছবিখন পোহৰলৈ অহাৰ পিছত সৰ্বত্ৰে এই বিষয়ে চৰ্চা হৈছে। স্থানীয় বিটিচি ইএম মহেশ্বৰ বসুমতাৰী আৰু বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ লগতে বিভাগীয় কৰ্তপক্ষক এই পৰিয়ালটোৰ এটি সুব্যৱস্থা কৰাৰ লগতে দুই সন্তানৰ ভবিষ্যত সুৰক্ষিত কৰিবলৈ দাবী উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLockdown
publisher

publisher

Related Posts

Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড
Assam

September 14, 2026
Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ
Assam

Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ

September 14, 2026
Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d