Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হিমন্তৰ নিৰ্দেশত কোকৰাঝাৰৰ পথৰ পৰা বিপিএফৰ সকলো পতকা আতৰাইছে :হাগ্ৰামা মহিলাৰী

publisher by publisher
November 27, 2020
in Assam, India, News
Reading Time: 1 min read
0
হিমন্তৰ নিৰ্দেশত কোকৰাঝাৰৰ পথৰ পৰা বিপিএফৰ সকলো পতকা আতৰাইছে :হাগ্ৰামা মহিলাৰী
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

চিৰাঙৰ বিজনীত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন জাতী-জনগোষ্ঠীৰ জেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱিৰে আলোচনা সভা। সভাত হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰি কয় যে, হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশত কোকৰাঝাৰৰ সকলো পথৰ পৰা বিপিএফৰ পতকা আতৰাইছে। কোকৰাঝাৰ,সেৰফাংগুৰি,ফকিৰাগ্ৰাম, দোতমা,চিতলা লগতে বিভিন্ন ঠাইৰ পৰা বিপিএফৰ পতকা আতৰাইছে। মাথো বিজেপিৰ পতকা থাকিব লাগে বুলিও নিৰ্দেশনা দিয়া বুলি কয় মহিলাৰীয়ে। এই সন্দৰ্ভত কালি কোকৰাঝাৰত বিতং তথ্য প্ৰকাশ কৰাৰ কথাও জনায় মহিলাৰীয়ে। দুৰ্ণীতি সন্দৰ্ভত তেঁওৰ মন্তব্য বিটিচিৰ সকলো ধন খাইছে হিমন্তই লগতে বিটিচিৰ ধনৰ কেলেঙ্কাৰিত হিমন্তহে জড়িত।

ADVERTISEMENT

বিজেপিয়ে বিটিচিত চৰকাৰ বনোৱা দুৰৰ কথা দুটা আসনো নাপায়। পুৰ্বতে তিনিটা আসন পোৱাৰ সম্ভাৱনা আছিল যদিও হিমন্ত বিটিচিত সোমোৱাৰ পিচত সেই খিনিও নাপায় বুলি মন্তব্য কৰে হাগ্ৰামাই। হিমন্তই বিপিএফৰ দুৰ্ণীতিৰ কথা কৈছে কিন্ত অসমবাসীয়ে জানে কোনে দুৰ্ণীতি কৰিছে। ছয় মাহ ৰাজ্যপালৰ শাসন দি কিয় বিপিএফৰ দুৰ্ণীতি ধৰিব নোৱাৰিলে হিমন্তই বৰঞ্চ ৰাজ্যপালে কলে বিটিচিত ভাল কাম হৈছে বুলি । কংগ্ৰেছ এৰি বিজেপিত কিয় গল হিমন্ত ? হিমন্তই আছুৰ পৰা খেদা খাই কংগ্ৰেছত আহিছিল বুলিও কয় হাগ্ৰামাই। লগতে তেওঁ কয় যে কোচৰাজবংশী আৰু আদীবাসী সকলৰ জনজাতীকৰণৰ বিষয়ত কথা কোৱাৰ বা বাধা দিয়াৰ কোন হিমন্ত তাৰ কি অধিকাৰ আছে বুলিও প্ৰশ্ন কৰে হাগ্ৰামাই।

শিক্ষক সকলৰ চাকৰী নিয়মীয়া কৰণৰ বাবে ৯ শতাধিক শিক্ষকৰ পৰা ৪ কোটী লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰি কয় যে এতিয়া ধৰা পৰাৰ ভয়ত বিজেপিত গল বিশ্বজিত দৈমাৰী । শান্তিপুৰ্ণ বিটিচিত অসান্তি বিয়পোৱাৰ চেষ্টাহে কৰিছে হিমন্তই। হিমন্তৰ দৰে মইয়ো কব পাৰো যদিও সম্ভৱ নহয়। অসমত চৰকাৰত আহিলে যদি মইয়ো কও পঞ্চায়ত আতৰাই ভিচিডিচি বনাম বুলি। ইউপিপিএল দলক সমালোচনা কৰি কয় যে হিমন্তৰ নিৰ্দেশত এবছুত থাকোতে প্ৰমোদ বড়োই লাখ লাখ বঙালি আৰু মুছলমানৰ নামত একে নিশাই এন আৰচিৰ মিছা অভিযোগ কৰি হাৰাশাস্থি কৰা মানুহে কি উন্নয়ণ কৰিব বুলিও ।

উক্ত সভাত বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়েও নিজৰ ভাষণত কঠোৰ ভাৱে সমালোচনা কৰে বিজেপি আৰু ইউপিপিএল দলক। বিধায়ক জনে কয় যে,বিজেপিয়ে অসমৰ আঞ্চলিক দল সমুহক গ্ৰাস কৰাৰ মানসিকতাৰে আগবাঢ়িছে গতিকে সময় থাকোতে আমি ইয়াৰ প্ৰতিৰোধ কৰিব লাগিব।চিৰাং জিলাৰ বিজনীৰ আম্বেদকাৰ প্ৰেক্ষাগৃহত সন্ধীয়া আয়োজিত এই সভাত বিজনী অঞ্চলৰ বহু জেষ্ট নাগৰিক,বুদ্ধিজীৱি উপস্থিত থাকে। ১৭নং সুবাইঝাৰ আৰু ১৮ নং মানাস ছৈৰফাং পৰিষদীয় সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰীৰ লগতে প্ৰাক্তন বিধায়ক কমল বসুমতাৰীয়েও এই সভাত অংশগ্ৰহণ কৰে যত হাগ্ৰামা।মহিলাৰীয়ে সভাত উপস্থিত জেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱিৰে মুকলি ভাৱে মতবিনিময় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d