Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্থানীয় ৰেল চলাচলত অনিশ্চয়তাত নিয়মীয়া যাত্ৰীৰ চৰম হাৰাশাস্তি

publisher by publisher
December 8, 2020
in Assam, India, News
Reading Time: 1 min read
0
স্থানীয় ৰেল চলাচলত অনিশ্চয়তাত নিয়মীয়া যাত্ৰীৰ চৰম হাৰাশাস্তি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

কৰ’নাৰ পৰিপ্ৰেক্ষিতত ৰোৱা মাৰ্চৰ শেষৰ পৰা বিগত ন মাহে অসমত চলাচল কৰা স্থানীয় ৰেলসমূহৰ যাত্ৰা বন্ধ হৈ থকাৰ বাবে যমৰ যাতনা ভুগিছে হেজাৰ হেজাৰ লোক । কিয়নো এই ৰেলসমূহেই হৈছে সেইসকল লোকৰ নিয়মীয়া যাতায়ত ব্যৱস্থা । যিহেতু ৰাজ্যত কৰ’নাৰ প্ৰকোপ হ্ৰাস হৈছে তেনে ক্ষেত্ৰত বন্ধ হৈ থকা ৰেলগাড়ীসমূহ চলোৱাৰ দাবী উঠিছে; কিন্তু এই সন্দৰ্ভত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই কয় যে অসম চৰকাৰে সেউজ সংকেত নিদিয়ালৈকে ৰেলবোৰৰ চলাচলো বন্ধ থাকিব । তেওঁ কয়, ‘যদিও সংৰক্ষিত আসনৰ ৰেল চলাচলত অনুমতি দিয়া হৈছে, সাধাৰণ স্থানীয় যাত্ৰীবাহী ৰেলবোৰৰ ক্ষেত্ৰত সেই অনুমতি দিয়া নাই । কৰ’নাৰ পৰিপ্ৰেক্ষিতত এনে সতৰ্কতা গ্ৰহণ কৰা হৈছে ।

ADVERTISEMENT

অসম চৰকাৰে অনুমতি দিলেও আমি নিজে ৰেলবোৰ চলাব নোৱাৰো । অসম চৰকাৰে ৰেল মন্ত্ৰণালয়ক জনাব আৰু মন্ত্ৰণালয়ৰ নিৰ্দেশ পালেহে ৰেলবোৰ চলিব ।’ ভট্টাচাৰ্যই সদৰী কৰে যে অসমত চলাচল কৰা তেনে ৰেলৰ সংখ্যা প্ৰায় ৩০ খন । তেওঁ দিয়া হিচাপ অনুসৰি ৰেলভেদে প্ৰতিখনত এবাৰত কমেও দুহেজাৰৰ পৰা আঠশ লোকে যাত্ৰা কৰে । গতিকে নিয়মীয়াকৈ চলা ৰেলবোৰত গড়ে দৈনিক ৩৬ হেজাৰ লোকে এবাৰত যাত্ৰা কৰে । সিমান সংখ্যক লোক উভতিও যায় । গতিকে এদিনত ৭০-৭২ হেজাৰ লোকে এই ৰেলবোৰেৰে যাতায়ত কৰে । তেনে ক্ষেত্ৰত যোৱা মাৰ্চত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ২১ দিনীয়া প্ৰথম তলাবন্ধ কৰিছিল তেতিয়াৰে পৰা স্থানীয় ৰেলসমূহৰো যাতায়তো বন্ধ হৈ আছে ।

ইপিনে কৰ’নাৰ প্ৰকোপ ৰাজ্যত হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত পাঁচখন স্থানীয় ৰেলৰ চলাচল পুনৰ আৰম্ভ কৰিবলৈ বয়নগৰীয়া সমাজে গুৱাহাটীৰ উত্তৰ-পূৱ সীমান্তৰ মহাপ্ৰৱন্ধকক আহ্বান জনাইছে । সমাজৰ সচিব ড° ঘনশ্যাম নাথে এই সন্দৰ্ভত মহাপ্ৰৱন্ধকলৈ প্ৰেৰণ কৰা পত্ৰত উল্লিখিত ৰেলকেইখন হ’ল মানস ৰাইন’, ‘এ ডি ডি জে-এল এম জি আই চি, বহাগী, এখন বি কিউ-গুৱাহাটী আৰু এ ডি-কে কে ৱাই এ । পত্ৰখনত উল্লেখ কৰা হৈছে যে ক’ভিডৰ মাত্ৰা হ্ৰাসৰ বাবে অসম চৰকাৰে সকলো চৰকাৰী কাৰ্যালয় স্বাভাৱিক গতিত চলাৰ অনুমতি দিছে বিত্তীয় প্ৰতিষ্ঠানসমূহো পূৰ্বৰ দৰে স্বাভাৱিক হৈ উঠিছে ।

এইবাৰলৈ পশ্চিম অসমৰ বঙাইগাঁও, সৰভোগ, পাঠশালা, নলবাৰী, ৰঙীয়া আদি স্থানৰ পৰা দৈনিক শ শ লোকে যাতায়ত কৰে; কিন্তু ৰেলৰ চলাচল বন্ধ হৈ থকাত সেইসকল যাত্ৰী যথেষ্ট আহোকালত পৰিছে । বিশেষকৈ মানস ৰাইন’ ৰেনখনৰ বাবে সৰ্বাধিক লোক হাৰাশাস্তিৰ সন্মুখীন হৈছে । স্থানীয় ৰেলসমূহৰ চলাচল পুনৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় ৰেলমন্ত্ৰী পিয়ুষ গোৱেলক এখন পত্ৰৰ জৰিয়তে আহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । ৰেলৰ চলাচল বন্ধ হৈ থকাত অৰ্থনৈতিকভাৱে পিছপৰা লোকসকল সৰ্বাধিক ক্ষতিৰ সন্মুখীন হোৱা বুলিও ভূঞাই পত্ৰখনত উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamtrain movement Uncertainty
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d