● নতুন নিৰ্দেশনা অনুসৰি কাইলৈৰ পৰা নিশা আঠ বজাৰ পৰিৱৰ্তে সন্ধিয়া ছয় বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন ।
● বিয়লি দুই বজাৰ পৰা বন্ধ হ’ব দোকান, বজাৰ ।
● বিবাহ অনুষ্ঠানত ২০ জনতকৈ অধিক লোক থাকিব নোৱাৰিব ।
● ৰাজহুৱা স্থানত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো অনুষ্ঠান ।
● অনিয়ন্ত্ৰিত ক’ভিড পৰিস্থিতিৰ বাবেই জাৰি কৰা হৈছে নতুন এছঅ’পি ।
ADVERTISEMENT





























