Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr.Dharanidhar Das:ডঃ ধৰণীধৰ দাসৰ হত্যাৰ ২৫ বছৰ

দেশৰ আইন কানুন যেতিয়া ৰাষ্ট্ৰৰ মজিয়াত নতজাণু তাত ধৰণীধৰ দাসৰ তদন্ত কিবা হ'ব কেনেকৈ আশা কৰিব পাৰি - মিথিংগা দৈমাৰী

publisher by publisher
August 11, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Dr.Dharanidhar Das:ডঃ ধৰণীধৰ দাসৰ হত্যাৰ ২৫ বছৰ
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Dr.Dharanidhar Das:

১৯৯৮ চনৰ ১১ আগষ্টৰ ৰাতি মাতৃ, পুত্ৰ আৰু গৰ্ভৱতী পত্নীসহ বৰমাৰ ডঃ ধৰণীধৰ নিহত হৈছিল গুপ্তঘাটকৰ হাতত। এই ঘটনাৰ ইতিমধ্যে ২৫ বছৰ পাৰ হল। কিন্তু এই ঘটনাৰ তদন্ত আজিও সম্পূৰ্ণ নহল।

ADVERTISEMENT

সাহিত্যিক আৰু এজন অহৰহ সমাজকর্মী ডঃ ধৰণীধৰ দাসৰ সোঁৱৰণত আজি বৰমা ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা আৰু কবি সন্মিলন। বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিদ্যা সাগৰ ৰামচীয়াৰীৰ সঞ্চালনাত অনুষ্ঠিত উক্ত স্মৃতিচাৰন সভাত অংশগ্ৰহণ কৰি সৰুপেটা প্ৰাক্তন অধ্যাপক ফণীধৰ তালুকদাৰ বছৰেকৰ মূৰত আমি পিতৃ- মাতৃৰ শ্ৰাদ্ধ কৰাৰ দৰে ধৰণী দাশো যেন সেইখিনি পৰ্যায়ত ৰাখিলোঁ।

তেওঁ কেতিয়াও ধন, টকা পইচাৰ পাছত দৌৰা মানুহ নহয়। সেইজন ধৰণীধৰ দাস নহলে বৰমাৰ কোনো অনুষ্ঠান চলা নাছিল। যিজন লৰাই স্কুলীয়া। দিনত সামান্য
এটোপাল তেজ দেখি অচেতন হৈ পৰিছিল সেইজন ধৰণী শেষত তেজৰ ডোঙাত পৰি থাকিল।

তেওঁ আছিল সুকুমাৰ প্রতিভাৰ লোক। আজি ২৫ বছৰে ন্যায়িক তদন্ত নহল, এতিয়া হব বুলি মোৰ মনে নধৰে। নিৰীহৰ তেজেৰে ৰাষ্ট্ৰযন্ত্ৰই ফাকু নেখেলিব। নতুন প্ৰজন্মইও ডঃ ধৰণীধৰ দাসক চিনিব পৰাকৈ এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে।

ইপিনে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তুলসী মানস ৰাভাই কয় – আজিৰ দিনটোৱে ১৯৯৮ চনৰ এটা কালৰাত্রিৰ কথা বৰমাবাসীক সোঁৱৰাই দিয়ে। সেইদিনা চাৰিখনকৈ চিতা দাও দাওকৈ জলিছিল।

মাতৃ, পুত্ৰ আৰু গৰ্ভৱতী পত্নী জ্বলি চাই হৈ গৈছিল। তেওঁৰ ভাতৃ মিথিংগা দৈমাৰী এটা বিপ্লৱী সংগঠনৰ প্ৰচাৰ সচিব আছিল বাবেই ভাৰত ৰাষ্ট্ৰই ডঃ ধৰণীধৰ দাসৰ পৰিয়ালৰ ওপৰত গুপ্তঘাতক মেলি দিছিল।

সংগঠনটো আলোচনালৈ আহিল কিন্তু তেওঁলোকে ধৰণীধৰ দাসৰ পৰিয়ালক সান্তনা দিব পৰাকৈ কিবা কৰিব পৰিছেনে ? দুখৰ বহু কথা বৰমাবাসীয়ে বুকুত লৈ আছে। আনহাতে ডঃ ধৰণীধৰ দাসৰ ভাতৃ তথা আলফাৰ সেই সময়ৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰী ওৰফে কবি মেগন কছাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

স্মৃতিচাৰন সভাৰ লগতে অনুষ্ঠিত কবি সন্মিলনৰ শুভ মুকলি কৰি তেওঁ কয় – দেশৰ আইন কানুন যেতিয়া ৰাষ্ট্ৰৰ মজিয়াত নতজানু হৈ পৰিছে তেনেস্থলত দাদা ধৰণীধৰ দাস বা মোৰ পৰিয়ালৰ হত্যাকাণ্ডৰ কিবা বিচাৰ হ’ব বুলি মই কোনসতে বিশ্বাস কৰিব পাৰোঁ ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barama Girls High SchoolDr.Dharanidhar Das Memorial MeetingKabi SanmilonMthinga Daimari
publisher

publisher

Related Posts

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d