Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Appointment letter distribution ceremony at GMCH auditorium:জিএমচিএইছৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত নিযুক্তি সমাৰোহ

মুঠ ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ 

samimsultana by samimsultana
October 7, 2024
in Uncategorized
Reading Time: 3 mins read
0
Appointment letter distribution ceremony at GMCH auditorium:জিএমচিএইছৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত নিযুক্তি সমাৰোহ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

ADVERTISEMENT

Appointment letter distribution ceremony at GMCH auditorium:

স্বছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ যাত্ৰা অব্যাহত ৰাখি আজি জিএমচিএইছৰ প্ৰেক্ষাগৃহত  সম্পন্ন হয় নিযুক্তি সমাৰোহ | পুনৰ ৩৮৫গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ ৷ আজি প্ৰদান কৰা নিযুক্তি পত্ৰৰ ফলত  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাৰ্যকালত বৰ্তমানলৈকে প্ৰদান কৰা নিযুক্তিৰ সংখ্যা বৃদ্ধি পালে ১,২৫০৩০ লৈ ।

আজি নিযুক্তি পত্ৰ দিয়া বিভাগ কেইটাৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ৮১গৰাকী,কাৰিকৰী শিক্ষা সঞ্চালকালযত ১৮৩গৰাকী , ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ২০গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১০১গৰাকী ৷

HBS 77মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি কয়, আমাৰ চৰকাৰে অসম আৰু অসমীয়া নৱপ্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত অবিৰতভাৱে কাম কৰি আহিছে। কৰ্ম সংস্থাপন বৃদ্ধিৰ দূৰদৰ্শী উদ্দেশ্য আগত ৰাখি ১ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰাৰ পাছত এতিয়া আমি ২০২৬ চনৰ ভিতৰত ১.৭ লাখ চৰকাৰী চাকৰি সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ।

আজি তাৰেই অংশস্বৰূপে ৩৮৫গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি অতিশয় আনন্দিত অনুভৱ কৰিছোঁ ৷ যুৱপ্ৰজন্মৰ মুখত এটি প্ৰাপ্তিৰ হাঁহি দেখিবলৈ আমাৰ সকলো ধৰণৰ ইতিবাচক প্ৰয়াস অব্যাহত থাকিব ৷ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুআয়ুক্ত – সচিব ডা: পি অশোক বাবু সহ ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

আনহাতে ,ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে মহানগৰীৰ পাশ্বৱৰ্তী আজাৰাৰ মিৰ্জাপুৰ গাঁৱত স্থাপিত মা মহামায়া মন্দিৰত উপস্থিত হৈ সেৱা-অৰ্চনা নিবেদন কৰি কামাখ্যা মন্দিৰ আৰ্হিত নিৰ্মিত মন্দিৰ ভাগ ভক্তৰ বাবে মুকলি কৰে ৷

AZRAআনহাতে ,মুখ্যমন্ত্ৰী ড; হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কেইবালাখো কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত  ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকি হিতাধিকাৰীৰ মাজত সংশ্লিষ্ট ভুমি স্বাস্থ্য পত্ৰ বিতৰণ কৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, বৰ্তমান সময়ত কৃষিকৰ্ম অধিক ফলদায়ক হৈ উঠিবলৈ আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰাটো সময়ৰ আহ্বান বুলি ব্যক্ত কৰি তেখেতে ইয়াৰ পৰিপ্ৰেক্ষিততে আজি কৃষি বিভাগে কৃষি যান্ত্ৰিকীকৰণৰ উপ-অভিযানৰ অধীনত কৃষকসকলৈ কৃষি যন্ত্ৰপাতি বিতৰণৰো উদ্যোগ লোৱাৰ কথা ব্যক্ত কৰে ৷

ATUL ABORAমুখ্যমন্ত্ৰীয়ে আৰু কয়, আজি অসমৰ ১৬খন জিলাত নিৰ্মাণ কৰা ২১টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ এই কেন্দ্ৰসমূহে উন্নত কৃষি পদ্ধতি, চৰকাৰী আঁচনি, নতুন প্ৰযুক্তি আদিৰ তথ্য কৃষকসকলক প্ৰশিক্ষণ আৰু ব্যৱহাৰিক প্ৰদৰ্শনৰ জৰিয়তে প্ৰদান কৰিব ৷ লগতে কৃষকসকলে এই কেন্দ্ৰসমূহত বিভাগীয় বিষয়া তথা কাৰিকৰী বিশেষজ্ঞৰ পৰা সময়ে সময়ে পৰামৰ্শ গ্ৰহণৰো সুবিধা প্ৰদান কৰিব ৷

উল্লেখ্য, কৃষকে গাঁৱৰ পৰা ধান ক্ৰয় কেন্দ্ৰলৈ ধান বিক্ৰী কৰাৰ বাবে অনাৰ সময়ত হোৱা পৰিবহণ ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এইবাৰ প্ৰতি কুইণ্টল ধান পৰিবহণৰ বাবদ ৰাজসাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অনুষ্ঠানত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা সহ ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Appointment letter distribution ceremonyCm Himanta Biswa SarmaEducation minister Dr. Ranoj PeguGMCH auditorium
samimsultana

samimsultana

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d