Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State BJP:অসমৰ ব্ৰেণ্ড এম্বেচাডৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন বৃত্তান্তক লৈ কলাক্ষেত্রত চিত্র প্রদর্শনী উন্মোচন ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ

publisher by publisher
September 18, 2025
in Assam, News
Reading Time: 1 min read
0
State BJP:অসমৰ ব্ৰেণ্ড এম্বেচাডৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন বৃত্তান্তক লৈ কলাক্ষেত্রত চিত্র প্রদর্শনী উন্মোচন ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

State BJP:

আজি মহানগৰীৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্রধানমন্ত্রী মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি তেওঁৰ জীৱন বৃত্তান্তকলৈ এখনি প্রদর্শনী উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পুৱা৯ বজাত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত প্রধানমন্ত্রী মোদীক অসমৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি অভিহিত কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, প্রধানমন্ত্রী গৰাকীয়ে অসমৰ ঐতিহ্য, কলা-সংস্কৃতি আৰু স্বভিমানক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অহোপুৰুষাৰ্থ কৰিছে।

ADVERTISEMENT

আনহাতে ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে এক প্রেছ বিজ্ঞপ্তি যোগে যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰৰলৈকে প্রধানমন্ত্রী নবেন্দ্র মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা পষেক’ হিচাপে একলানী কার্যসূচী ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ দ্বাৰা দেশৰ অন্যান্য অঞ্চলৰ লগতে অসমত পালন কৰিবৰ বাবে এক বিস্তৃত কার্যসূচী হাতত লৈছে। এই উপলক্ষে কালি প্রথম পৰ্যায়ত অসমৰ প্ৰতিখন জিলাতে দলে ৰক্তদান শিবিৰৰ আয়োজন কৰে।

আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টিৰ ১১ বছৰীয়া কাৰ্যকালত চৰকাৰৰ বিশেষ উপলব্ধি আৰু সফলতা সমূহ তথা প্রধানমন্ত্রী গৰাকীৰ জীৱন বৃত্তান্ত সম্বিলিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এখন প্রদর্শনীৰ আয়োজন কৰিছে। অহা ২৪ ছেপ্তেম্বৰৰলৈকে মুকলি থকা প্রদর্শনীখনৰ উন্মোচনী অনুষ্ঠানত ৰাজ্যিক সভাপতি গৰাকীৰ লগতে প্রাক্তন সভাপতি তথা বিধায়ক সিদ্ধার্থ ভটাচার্য, সাংসদ বিজুলী কলিতা মেধি, ৰাজ্যিক ‘সেবা পষেক’ কাৰ্যসূচীৰ আহ্বায়িকা তথা ৰাজ্যিক উপ-সভানেত্রী ড:জুৰি শৰ্মা বৰদলৈ, মহিলা মৰ্চাৰ সভানেত্রী নিলিমা দেবী, কৃষক মৰ্চাৰ সভাপতি পংকজ বৰবৰা, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাস, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে দলৰ অগণনন কার্যকর্তা উপস্থিত থাকে বুলি মুখপাত্র গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ‘সেৱা পষেক’ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্যসূচীত আজিৰে পৰা ২ অক্টোবৰৰলৈকে বিজেপিৰ মণ্ডল সমিতি সমূহৰ দ্বাৰা ৰক্তদান শিবিৰৰ আয়োজন, বিদ্যালয়, চিকিৎসালয়, ৰে’ল ষ্টেচন, বাছ আস্থান, নামঘৰ-মন্দিৰ, উদ্যান, নদী আৰু ঐতিহাসিক স্থান সমূহত ব্যাপক স্বচ্ছতা অভিযান, বিকশিত ভাৰত শীর্ষক বিষয়ৰ ওপৰত চিত্রাংকন প্রতিযোগিতা, বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন, প্রবুদ্ধ সম্মিলন, তথ্য চলচিত্র প্রদর্শন, গ্রন্থ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে প্রস্তুতি চলাইছে।

আনহাতে ২১ ছেপ্তেম্বৰত ‘নমো মাৰাথান দৌৰ’, ২৫ ছেপ্তেম্বৰৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ ওপৰত জিলা স্তৰত আলোচনা সভা, বুথ পর্য্যায়ত বৃক্ষ ৰোপন কাৰ্যসূচী, ৰাজ্যিক জিলা স্তৰত আত্ম নির্ভৰশীল ভাৰত তথা ভ’কেল ফৰ ল’কেল শীর্ষ বিষয়ৰ ওপৰত জনজাগৰণ অভিযানৰ আয়োজন কৰিছে বুলি মুখপাত্র গৰাকীয়ে জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dilip SaikiaGuwahatistate bjp
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d